Skip to playerSkip to main content
  • 2 days ago
যোৰহাট: ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল অবধ আছাম এক্সপ্ৰেছৰ হাজাৰ হাজাৰ ৰে'ল যাত্ৰী । ৰে'ল লাইনৰ ২৫ হাজাৰ ভল্ট কাৰেণ্টৰ তাঁৰ ছিগি যোৱাত ভাগ্য ক্ৰমে ৰক্ষা পৰে ট্ৰেইন যাত্ৰীসকল । প্ৰায় তিনি ঘণ্টাজুৰি তিতাবৰ মেলামাতিৰ ৰে'লপথত আবদ্ধ হৈ ৰ'ল অবধ আছাম এক্সপ্ৰেছ । তিতাবৰ মেলামটি ৰে'ল গেটত সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো । এজাক বতাহ ধুমুহাত প্ৰকাণ্ড আম গছ উভালি ৰে'ল লাইনৰ ওপৰত থকা ২৫ হাজাৰ ভল্ট থকা কাৰেণ্টৰ তাঁৰত পৰাৰ ফলত ছিগি যায় ।  সেই সময়তে তিনিচুকীয়াৰ পৰা গুৱাহাটীৰ অভিমুখে আহি আছিল নামনিমুৱা অৱধ আছাম এক্সপ্ৰেছ । । ট্ৰেইনখন ঘটনাস্থলীৰ পৰা প্ৰায় ডেৰশ মিটাৰ মান থাকোঁতে হঠাৎ বতাহত উভালি পৰে প্ৰকাণ্ড আম গছজোপা । কাৰেণ্টৰ তাঁৰ ছিগাৰ লগতে গেট কীপাৰৰ ৰে'লৱে যি ঘৰ আছে সেইটো ঘৰৰো বিস্তৰ ক্ষতিসাধন হয় । প্ৰায় তিনিঘন্টা পৰ্যন্ত আবদ্ধ হৈ পৰে ৰে'লখন । ৰে'ল বিভাগে ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ গছডাল কাটি ৰে'ল লাইন মুকলি কৰিছে ।লগতে পঢ়ক: বিশ্ব কাছ দিৱস: অসমতে পোৱা যায় সৰ্বাধিক কাছৰ প্ৰজাতিবিধ্বস্ত গৌৰৱে এতিয়াও ক'ব পৰা নাই কোন হ'ব বিৰোধী দলপতি: চালে-বেৰে কোবাইহে সামৰিছে প্ৰসংগ

Category

🗞
News
Transcript
00:00This is the house here in Kothanthu.
00:00We got a house here in Kothanthu.
00:05And I want to take forever and get the house here...
00:12I lived here in Kothanthu.
00:17How many years did you?
00:18I took the house to you.
00:23Where did you go?
00:23I was here in Kothanthu.
00:25My name teacher, he was here in Kothanthu.
00:28...
00:30...
00:30...
00:30...
00:31I have seen the road and I have seen the road and I have seen the road and I have
00:40seen the road.
00:41There are 3500 volt current on the road and there have been the road and the road has been on
00:57the road.
00:57This city is a lot of people who are not beginning to see the trees.
01:03They are also very close to the trees,
01:06and they are now working for the trees.
01:08So, the trees are still working for us,
01:10and we have to collect the trees,
01:15and we have to collect the trees.
01:50Thank you very much.
Comments

Recommended