Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Share
Bookmark
More
Add to Playlist
Report
ETVBHARAT
Follow
নৈত গা ধুবলৈ গৈ নিখোঁজ দুই কিশোৰ
4 weeks ago
মঙলদৈ: দৰং জিলাৰ মঙলদৈত কৰুণ ঘটনা । সোমবাৰে মঙলদৈ নৈত গা ধুবলৈ গৈ সন্ধানহীন দুই কিশোৰ । কিশোৰ দুজন নতুন পাৰাৰ সঞ্জীৱ মণ্ডল আৰু ঋত্বিক মণ্ডল বুলি জানিব পৰা গৈছে । স্থানীয় লোকৰ সহযোগত এছডিআৰএফে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও প্ৰতিবেদন প্ৰস্তুত কৰাৰ সময়লৈ কিশোৰ দুজন উদ্ধাৰ হোৱা নাই ।এই সন্দৰ্ভত এজন স্থানীয় লোকে কয়, "আমাৰ গাঁৱৰে ল'ৰা । নতুন পাৰা ৫ নং ৱাৰ্ডৰ । দুয়ো মোৰ বন্ধুৰ ল'ৰা । খবৰ পায়েই দৌৰি আহিলোঁ । এছডিআৰএফৰ মানুহ আহিছে, কাম কৰি আছে । কি পাওঁ নাজানো । সিহঁত গা ধুবলৈ আহিছিল । এজন ল'ৰা বাহিৰত থাকে । হোষ্টেলত থাকি পঢ়ে । গৰমৰ বন্ধ বুলি ঘৰলৈ আহিছিল ।"ইফালে এছডিআৰএফৰ ডুবাৰু নথকাৰ বাবে আক্ষেপ প্ৰকাশ কৰি তেওঁ কয়, "আমাৰ ইয়াত এছডিআৰএফৰ ডুবাৰু নাই । এই বাৰিষাৰ বতৰ, চাৰিওফালে বান । জিলাখনত এজন বা দুজন ডুবাৰু থাকিব লাগে । ডুবাৰু থাকিলে কিবা সকাহ পালোহেঁতেন । আৰু যেন এনে দুৰ্ঘটনা সংঘটিত নহয় । এজন বা দুজন ডুবাৰু ৰাখিবলৈ জিলা প্ৰশাসনক অনুৰোধ জনালোঁ ।" এই ঘটনাক লৈ এতিয়া সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।লগতে পঢ়ক :গুৱাহাটী আই আই টিত অধ্যয়নৰত বি-টেকৰ তৃতীয় বৰ্ষৰ এজন ছাত্ৰ মৃত্যু
Category
🗞
News
Transcript
Display full video transcript
00:00
Thank you very much.
00:33
Thank you very much.
01:29
Thank you very much.
01:43
Thank you very much.
Show less
Comments
Log in to post a comment
Recommended
2:14
|
Up next
মঙলদৈত ড্ৰাগছসহ নগদ ধন জব্দ, ৩ জনক আটক
ETVBHARAT
3 weeks ago
2:14
জৰাজীৰ্ণ পথ মেৰামতিত চৰকাৰৰ অৱহেলা, মাছ মাৰি ৰাইজৰ প্ৰতিবাদ
ETVBHARAT
3 weeks ago
1:42
ধেমাজিৰ বানপীড়িত অঞ্চল পৰিদৰ্শন মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ
ETVBHARAT
3 weeks ago
3:19
গুজৰাটত পানীৰ পাছদিনাই প্ৰধানমন্ত্ৰী যায়, অসমলৈ কিয় অহা নাই আৰু পুঁজি দিয়া নাই ; আছু নেতৃত্ব
ETVBHARAT
4 weeks ago
2:56
লখিমপুৰত দুই কিশোৰীৰ সলিল সমাধি
ETVBHARAT
4 weeks ago
2:34
'ଏବେ ରାଜ୍ୟରେ ପନିର ଅଭାବ ମେଣ୍ଟାଇବ ଓମ୍ଫେଡ୍'- ମନ୍ତ୍ରୀ ଗୋକୁଳାନନ୍ଦ ମଲ୍ଲିକ
ETVBHARAT
28 minutes ago
5:05
चीनी के बाद अब चावल के दाम बेकाबू, रसोई का बजट बिगड़ा, लोगों पर महंगाई की मार
ETVBHARAT
37 minutes ago
2:31
45 साल बाद बदला सांची का स्वरूप, दूध के पैकेट पर दिखेगी खेत खलिहान की देसी परंपरा
ETVBHARAT
40 minutes ago
2:53
महंगाई से जनता की जेब ढीली थैला खाली, फल सब्जियों के दाम में उछाल
ETVBHARAT
43 minutes ago
6:16
Housing Shortage Forces People To Live In Cramped Conditions In Kashmir's Srinagar City
ETVBHARAT
44 minutes ago
3:29
প্ৰলয়ংকৰী বানৰ কবলত শিৱসাগৰবাসী, মথাউৰি ভাঙি বানে বুৰাইছে ইখনৰ পিছত সিখন গাঁও
ETVBHARAT
5 weeks ago
1:32
গুৱাহাটীত নহয়, টীয়কত এজাক বৰষুণতে বুৰ গ'ল ৰাজপথ
ETVBHARAT
6 weeks ago
2:37
টিএমপিকেৰ বাৰ্ষিক অধিৱেশনৰ সমাপ্তি: গঠন ১০১ জনীয়া নতুন সমিতি
ETVBHARAT
6 weeks ago
2:44
মুকালমুৱাত ড্ৰাগছ বিৰোধী সজাগতাৰ উদ্দেশ্যে সমূহীয়া দৌৰৰ আয়োজন; সহস্ৰাধিক লোকৰ অংশগ্ৰহণ
ETVBHARAT
6 weeks ago
1:18
ফৰ্মেলিনভৰ্তি টেংকাৰ দুৰ্ঘটনাগ্ৰস্ত, জাতিংগা নদীৰ পানী ব্য়ৱহাৰ নকৰিবলৈ আহ্বান
ETVBHARAT
2 months ago
1:50
ঘটি-লোতাসহ ধৰা পৰিল পাঁচ গভাইত চোৰ, বৃহৎ পৰিমাণৰ কাঁহ-পিতলৰ সামগ্ৰী জব্দ
ETVBHARAT
2 months ago
3:00
মৃত্যু নে হত্যা ! গৃহৰক্ষী জোৱানৰ ৰহস্যজনক মৃত্যু
ETVBHARAT
2 months ago
4:52
কামাখ্যাত যোগাভ্যাস প্ৰদৰ্শনেৰে যোগ দিৱস পালন সাধু-সন্তৰ
ETVBHARAT
2 months ago
2:25
বজ্ৰপাতে প্ৰাণ ল'লে বিএছএফ জোৱানৰ, তিনিচুকীয়াত শোকৰ ছাঁ
ETVBHARAT
3 months ago
1:51
ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল অবধ আছাম এক্সপ্ৰেছ ৰে'লৰ যাত্ৰী
ETVBHARAT
3 months ago
1:35
ফলাফলৰ পূৰ্বে বিৰোধীৰ চৰকাৰ গঠনৰ দাবী, কিন্তু চূড়ান্ত ফলাফলত সকলো বিপৰীত: বিশ্বজিৎ ফুকন
ETVBHARAT
4 months ago
4:58
পাঁচ সহস্ৰাধিক ঢুলীয়া-নাচনীৰ বিহু নৃত্য প্ৰদৰ্শন
ETVBHARAT
4 months ago
1:50
তিতাবৰত বিদ্যুৎস্পৃষ্ট হৈ এপিডিচিএলৰ কৰ্মচাৰীৰ মৃত্যু
ETVBHARAT
4 months ago
0:34
মজিবুৰ ৰহমানে যোৱা সময়ছোৱাত সিংহৰ দৰে কাম কৰিছে: বদৰুদ্দিন আজমল
ETVBHARAT
5 months ago
4:11
মুখ্যমন্ত্ৰীক সমালোচনা কংগ্ৰেছ প্ৰাৰ্থী জগদীশ মদাহীৰ, মনোনয়ন দাখিল কৰিলে নৱ কুমাৰ শৰণীয়াইও
ETVBHARAT
5 months ago
Comments