Skip to playerSkip to main content
  • 2 days ago
মৰিগাঁও: সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলত উজলিছে মৰিগাঁও জিলাৰ চৰাইবাহী শংকৰদেৱ বিদ্যা নিকেতনৰ শিক্ষাৰ্থী ৷ কলা শাখাত বিদ্যালয়খনৰ মুঠ ১০ গৰাকী শিক্ষাৰ্থীয়ে ডিষ্টিংশ্বন লাভ কৰাৰ লগতে, ১৫ গৰাকী শিক্ষাৰ্থীয়ে ষ্টাৰ মাৰ্ক, ৪৪ গৰাকী শিক্ষাৰ্থীয়ে প্ৰথম বিভাগ, দ্বিতীয় আৰু তৃতীয় বিভাগত মুঠ ১৫ গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে ৷ একেদৰে বিজ্ঞান শাখাতো বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে উৎকৃষ্টতা প্ৰদৰ্শন কৰিছে । বিজ্ঞান শাখাত ৬ গৰাকী শিক্ষাৰ্থীয়ে ষ্টাৰ মাৰ্ক লাভ কৰাৰ লগতে ১৯ গৰাকী শিক্ষাৰ্থী প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ।এইক্ষেত্ৰত বিদ্যালয়খনৰ কৰ্তৃপক্ষই কয়,"শিক্ষক-শিক্ষয়িত্ৰীসকলৰ কঠোৰ পৰিশ্ৰম, নিয়মিত পৰিচালনা আৰু শিক্ষাৰ্থীসকলৰ একাগ্ৰতাৰ বাবে ভাল ফলাফল পাবলৈ সক্ষম হৈছে । লগতে অভিভাৱকসকলৰ সহযোগিতাও এই সফলতাৰ এক গুৰুত্বপূৰ্ণ অংশ ৷" ইফালে সফলতাৰে উত্তীৰ্ণ শিক্ষাৰ্থীসকলক বুধবাৰে বিদ্যালয়খনৰ কৰ্তৃপক্ষই সম্বৰ্ধনা জনায় ৷উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত মৰিগাঁৱৰ চৰাইবাহী শংকৰদেৱ বিদ্যা নিকেতনৰ শিক্ষাৰ্থীৰ উন্নত প্ৰদৰ্শন জিলাখনত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৷ আগন্তুক দিনতো এই সফলতাৰ ধাৰা অব্যাহত ৰাখিবলৈ চেষ্টা কৰিব বুলি বিদ্যালয়খনৰ কৰ্তৃপক্ষই প্ৰকাশ কৰিছে ।লগতে পঢ়ক:উচ্চতৰ মাধ্যমিকত ৮৯.৪ শতাংশ নম্বৰেৰে উজলিল মৰিগাঁৱৰ দেৱৰাজ

Category

🗞
News
Transcript
00:00In 2019, the beginning of the meeting was released in 2020.
00:10In 2020, the final election was released in 2020.
00:14The final election was released in the 2019 election.
00:16In 2020, we had a final election.
00:25Without this, I've been strict for us for the first couple of years.
00:32We know that, by the time we live, that the context of our people are strong.
00:37What is the problem of God?
00:39God knows the story of God.
00:43We look at the truth from order to 100 percent,
00:46which is important to our society and to the 100 percent.
00:50This is the process.
00:51Do you have any questions?
00:59Do you have any questions about this?
01:05We have questions about this,
01:07because we have issues,
01:11we have a great problem.
01:27Thank you so much for joining us.
Comments

Recommended