Skip to playerSkip to main content
  • 22 hours ago
আমিনগাঁও: উত্তৰ গুৱাহাটীৰ গৌৰীপুৰত পুৱতি নিশা শোকাৱহ পথ দুৰ্ঘটনা । ট্ৰাক আৰু বিলাসী বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত ৩ জন লোকৰ মৃত্যু হয় । বিলাসী বাহনখনত অহা দুজনৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে এজনক সংকটজনক অৱস্থাত আমিনগাঁৱৰ পাটনা হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও পিছত তেওঁৰ মৃত্যু হয় । বাহনখন মালিগাঁৱৰ দিশৰ পৰা গৈ আছিল । আনহাতে ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাকখন বিপৰীত দিশৰ পৰা আহি আছিল বুলি জানিব পৰা গৈছে । দুৰ্ঘটনাত নিহত তিনিওগৰাকী লোক মালিগাঁও অঞ্চলৰ পৰিচিত লোক আছিল ।নিহতসকল ক্ৰমে কৰুণা বেজবৰুৱা, ৰঞ্জিত দে' আৰু পাৰ্থ প্ৰতিম বৰ্মন বুলি চিনাক্ত কৰা হৈছে । দুৰ্ঘটনাত পতিত ট্ৰাকখনৰ নম্বৰ হৈছে এএছ-০১-ডিচি-৩১৪১ আৰু আনখন বাহনৰ নম্বৰ এএছ-০১-জিপি-৯৯৪০ । পুৱা ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে । লগতে মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে এইমছ গুৱাহাটীলৈ প্ৰেৰণ কৰে । ঘটনা সন্দৰ্ভত নিহত এজনৰ আত্মীয়ই কয়, "নিহত তিনিওজন বন্ধু আছিল । এজন মোৰ মামা । তেওঁলোকে নিশা কিবা কামৰ বাবে ওলাই আহিছিল । ট্ৰাকখন বিপৰীত দিশৰ পৰা আহি আছিল । কিন্তু কি পৰিস্থিতিত দুৰ্ঘটনাটো হ'ল সেয়া ক'ব নোৱাৰোঁ ।"লগতে পঢ়ক :মালিকহন্তা ৰামপ্ৰসাদৰ আক্ৰমণত এইবাৰ মাউতৰ মৃত্যু

Category

🗞
News
Transcript
00:00I am very grateful to give you a number of recalculators.
00:04We have children that are still in the neighborhood.
00:10There are many children that are still in the neighborhood.
00:13We also found in the neighborhood of home,
00:16through the story of the area of the area,
00:18We were and we were to go out to the local where we were.
00:23It was so now that we lived in the city of India.
00:32The family had to go to the South and the other side.
00:33We had to go to the South and look back.
00:36No, we had a track on the track on our own.
00:41However, a lot of other people said that the individual was just the one who was playing like this.
00:56That came from me.
00:57I have to make this job because of the sex as well.
01:03These are also creative and stuff.
01:07I've been seeing that much so much.
01:08I feel like it's a lot like these people.
01:12I've worked with them and I've been doing it too.
01:19I've been doing it like this and it's been a while,
01:23but this is because of the pain of the pain.
01:24I have to keep my own pain,
01:25but I think I have been doing it because of the pain.
01:26I was able to get a lot of people out there and I was able to get a lot of
01:33people out there.
Comments

Recommended