Skip to playerSkip to main content
  • 2 weeks ago
বৰপেটা: কৰ্কট ৰোগ চিনাক্তকৰণ আৰু চিকিৎসাৰ ক্ষেত্ৰত একেলগে কাম কৰাৰ বাবে আগুৱাই আহিছে বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যন ।‌ এই সন্দৰ্ভত শনিবাৰে বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ মাজত প্ৰথমবাৰলৈ এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয় ।বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ মাজত বৰপেটা চিকিৎসা মহাবিদ্যালয়ত স্বাক্ষৰিত এই চুক্তি অনুসৰি এতিয়াৰে পৰা দুয়োটা প্ৰতিষ্ঠানে ঐক্যবদ্ধভাৱে কাম কৰিব । সেই অনুসৰি কৰ্কট ৰোগ চিনাক্তকৰণৰ বাবে মানুহৰ স্বাস্থ্য পৰীক্ষা কৰা, শিৱিৰ স্থাপন, কৰ্কট ৰোগৰ ক্ষেত্ৰত জনসাধাৰণৰ মাজত সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ আদি কামবোৰ ইমানদিনে অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনে এককভাবে কৰিছিল যদিও এতিয়াৰে পৰা বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাল তেওঁলোকৰ সহযোগী হ'ব ।‌  ইয়াৰে বাবে চিকিৎসা মহাবিদ্যালয়খনৰ কমিউনিটি মেডিচিন বিভাগ বিশেষ দায়িত্বত থাকিব ।‌ স্বাক্ষৰিত বুজাবুজি চুক্তি অনুসৰি বৰপেটা চিকিৎসা মহাবিদ্যালয়ত পোষ্ট গ্ৰেজুৱেট অধ্যয়ন কৰি থকা ছাত্ৰ-ছাত্ৰীসকলে  অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ কামকাজৰ লগত যুক্ত হ'ব ।‌ আজি চুক্তিত স্বাক্ষৰ কৰা অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ মুখ্য পৰিচালনা বিষয়া অৱসৰপ্ৰাপ্ত মেজৰ জেনেৰেল ডাঃ জয়প্ৰকাশ যাদৱে কয় যে অসমৰ‌ এক কোটি লোকৰ স্বাস্থ্য পৰীক্ষাৰ অভিযান তেওঁলোকে অব্যাহত ৰাখিছে ।‌ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই পৰামৰ্শ আগবঢ়াইছে । সেই লক্ষ্য পূৰণৰ বাবে সম্পাদিত চুক্তিখনে অধিক ত্বৰান্বিত কৰিব বুলি যাদৱে মন্তব্য কৰে ।  আনহাতে বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক ডাঃ ৰমেন তালুকদাৰে কয়," কৰ্কট ৰোগৰ সজাগতা,চিনাক্ত কৰা তথা চিকিৎসাৰ ক্ষেত্ৰত আমি সকলেৱে একো একোজন সৈনিক হ'ব লাগিব । অসমৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালয়ে প্ৰথমবাৰলৈ সম্পাদন কৰা এই চুক্তিয়ে কৰ্কট ৰোগৰ ক্ষেত্ৰত ৰাইজৰ মাজত সজাগতা অধিক বৃদ্ধি কৰিব ।‌"  লগতে পঢ়ক:ডিমা হাছাওত এইচপিভি ভাইৰাছ প্ৰতিৰোধী টীকাকৰণ অভিযানকৰ্কট ৰোধ প্ৰতিৰোধত ভিটামিন চি-ৰ ভূমিকা কি ? গৱেষণাই কি কয়...

Category

🗞
News
Transcript
00:00is
00:00Mr. Shikitsha Mohabit Dhalalagot, Aakham Cancer Care Foundation Aakham Bhujabhujyashukhty Shakkara Kada Hull
00:04Mr.200 Ate, I am a hokolhoj jaanu, aakakotra gar karanay, aamha hokolhoj aamhajajan hainik bhatu proyizyon
00:11and I am a hokolhoj aamhajajan hainik bhatu proyizyon and I am a post-bueva student, community medicine,
00:16aamhajajaj departmental pra, medicine departmental pra, gani departmental pra,
00:20this community of this program team has CCF, take a lot of work and this community of this program is
00:26not working,
00:29when company we have some unparalleled contraindex, so there's a lot of people going through the visit and doing it.
00:41the higher the user could make the business move to the house, but the main reason i would like to
00:43do it.
00:43i suppose that's why i do it.
00:45we are in a very bad condition.
00:47i hope that people are taking a lot of work,
00:50they have taken a lot of work,
00:53like them and they have taken care of the environment.
00:54We are a part of this training.
00:56We will have a great job and live in our work.
01:02We will be in the best circumstances for our business.
01:04I will be in the best place.
01:07We will have to provide a great job.
01:10We will take care.
01:11We have to get care of our medical team.
01:14We will have to get care of them.
01:17Do you have care of them?
01:20No, I will be able to get care of them.
01:22Actually, the camp is a team of house.
01:26My postgraduate students are in class,
01:29but our house is not a place to be in house.
01:31The camp is very important to us,
01:34anyone who comes to the camp,
01:37people who come to the camp,
01:39the symbols of the camp,
01:42they say that the camp is not the place to be in the camp.
01:45The camp can be in the camp,
01:47so that the camp is not the place to be in the camp.
01:58This is the first time I went to the Assam Cancer Care Foundation.
02:09In the last 100 years, we had a lot of screening and awareness.
02:19And the Honorable Chief Minister had a lot of screening.
02:25And we had a lot of support.
02:28In the last 100 years, we had a lot of support in the 35 districts.
02:37We had a lot of support.
02:41For medical colleges, a community and a department,
02:48and PhD students,
02:50we had a role in education,
02:55research,
02:59epidemiological concepts,
03:01So what is the case?
03:05Preventive actions and oncology is very good.
03:10So, I worked in all districts and in the very different districts.
03:16And I was very good at this department.
03:21So, this was very good at the push.
03:25It's a great deal, and how many researchers and researchers have been able to do their work.
03:34In this case, I have done this.
03:37Our community outreach program is in all districts.
03:42Our district coordinator, navigator, nurse, palliative care.
03:46This is our team.
03:51We will go out every day, every day.
03:57We will approach all NGOs.
03:59We will go to medical camps.
04:02We will go to cancer special camps.
04:09This is the duration.
Comments

Recommended