টীয়ক: যোৰহাট জিলাৰ টীয়কৰ বৃহত্তৰ জাঁজীমুখ অঞ্চলৰ স্বাস্থ্য সেৱাৰ একমাত্ৰ ভৰসা হৈছে জাঁজীমুখ ৰাজ্যিক চিকিৎসালয় । কিন্তু চিকিৎসালয়খন বানৰ কবলত পৰিছে । যাৰ ফলত যোৱা ৪ দিন ধৰি চিকিৎসা সেৱা বন্ধ হৈ আছে । লাহে লাহে ভিতৰৰ আচবাব, চিকিৎসা সঁজুলি, নথিপত্ৰ, ঔষধ আদি নষ্ট হ'বলৈ ধৰিছে । বিদ্যুৎ সেৱা ব্যাহত হৈ থকাৰ ফলত ভেকচিনবোৰো নষ্ট হোৱাৰ উপক্ৰম হৈছে । ফলত বৃহত্তৰ জাঁজীমুখৰ ৰোগীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । চিকিৎসাকৰ্মীসকল বান শিবিৰত ব্যস্ত হৈ আছে । ইফালে চিকিৎসক থকা চৰকাৰী আবাস গৃহবোৰো পানীৰ তলত আছে । এই সন্দৰ্ভত এগৰাকী কৰ্মচাৰীয়ে কয়, "আমাৰ চিকিৎসালয়খনত বছৰৰ প্ৰতিটো বানতে পানী সোমাই । আমি যিমান পাৰো দৰব, নথিপত্ৰবোৰ ওপৰত তুলিছোঁ । যোৱা ৪ দিন বিদ্যুৎ সেৱা ব্যাহত থকাৰ বাবে আমাৰ ভেকচিনবোৰ নষ্ট হ'বলৈ ধৰিছে । ভেকচিনবোৰ বেলেগ চিকিৎসালয়লৈ পঠিয়াবলৈও বৰ্তমান বাটপথৰ অৱস্থাৰ বাবে অসুবিধা হৈছে । সকলো কৰ্মচাৰী বান শিবিৰত কাম কৰি আছে যদিও ইয়ালৈ এতিয়াও ৰোগী আহি আছে । আমি একো কৰিব পৰা নাই । সেয়ে চৰকাৰে এইসমূহ সমস্যাৰ প্ৰতি অলপ গুৰুত্ব দি চিকিৎসালয়খন উন্নত কৰিব লাগে । চৰকাৰলৈ অনুৰোধ অতি সোনকালে বৃহত্তৰ জাঁজীমুখৰ ৰাইজৰ সুবিধাৰ্থে চিকিৎসালয়খন নতুনকৈ নিৰ্মাণ কৰিব দিব লাগে ।"লগতে পঢ়ক :দুৰ্বিষহ জীৱন কটাইছে উত্তৰ-পশ্চিম যোৰহাটৰ বন্যাৰ্ত ৰাইজে, সহায়ৰ হাত জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ
Transcript
00:00I
00:02I
00:02I
00:02I
00:05I
00:13I
00:16I
00:17I
00:18I
00:20I
00:21I
00:21I
00:21I
00:24I
00:26I
00:27I
00:31I
00:32I
00:33I
00:50I
00:51I
00:52I
00:53I
01:06I
01:20I
01:21I
01:21I
01:23I
01:23I
01:25I
01:31I
01:33I
01:33I
01:33I
01:33I
01:34I
01:34I
01:36I
01:47I
01:49I
01:49I
01:51I
01:53I
01:53I
01:53I
01:54I
01:54I
01:54I
01:54I
01:54I
01:55I
01:55I
01:55I
01:55I
01:55I
01:55I
01:55I
01:56I
01:56I
01:56I
01:57I
02:03I
02:06I
02:06I
02:06I
02:07I
02:07I
02:08I
02:08I
02:08I
02:11I
02:11I
02:12I
02:12I
02:13I
02:13I
02:14I
02:14I
02:15I
02:16I
02:16I
02:17I
02:18I
02:18I
02:18I
02:18I
02:18I
02:18I
02:19I
02:19I
02:19I
02:20I
02:20I
02:20I
02:20I
02:20I
02:20I
02:20I
02:20I
02:20I
Comments