Skip to playerSkip to main content
  • 4 hours ago
মাজুলী : 'মানুহে মানুহৰ বাবে' এই কথাষাৰ যেন সঁচা প্ৰমাণিত কৰিছে মাজুলীৰ শালমৰাৰ মৃৎশিল্পীসকলে । ৰাজ্যত অব্যাহত থকা প্ৰলয়ংকাৰী বানৰ সংহাৰে বিশেষকৈ উজনি অসমৰ বিভিন্ন প্ৰান্তৰ সৰ্বসাধাৰণ ৰাইজক দিশহাৰা কৰি তোলাৰ সময়তে এক উৎকৃষ্ট মানৱীয় নিদৰ্শন দাঙি ধৰিছে মৃৎশিল্পীসকলে ৷মাজুলী জিলা প্ৰশাসন আৰু শালমৰাৰ নৌকা শিল্পীসকলে শিৱসাগৰ জিলাৰ বানপীড়িত আৰ্তজনৰ সহায়ৰ বাবে মাজুলীৰ পৰা আগবঢ়াইছে ২০ খনকৈ হাত নাও ৷ শিৱসাগৰ জিলা প্ৰশাসনৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাই মাজুলী জিলা প্ৰশাসন আৰু জিলা দুৰ্যোগ প্ৰশমন বিভাগৰ বিশেষ উদ্যোগত শালমৰাৰ পৰা ২০ খনকৈ হাত নাও শিৱসাগৰলৈ প্ৰেৰণ কৰা হয় ।উল্লেখ্য যে, শালমৰাৰ নৌকা শিল্পীসকলে ব্যৱসায়িক উদ্দেশ্যে নিৰ্মাণ কৰি ৰখা নাওসমূহ এই সংকটৰ সময়ত প্ৰশাসনৰ অনুৰোধমৰ্মে স্ব-ইচ্ছাৰে দুৰ্গম অঞ্চলৰ লোকসকলৰ সহায়ৰ বাবে আগবঢ়াই দিয়ে নাওসমূহ । বুধবাৰে শালমৰাৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুৱেদি এখন মেচিন নাৱেৰে এই হাত নাওসমূহ বান্ধি সুৰক্ষিতভাৱে দিখৌমুখ হৈ শিৱসাগৰলৈ প্ৰেৰণ কৰা হয় ।শালমৰাৰ এগৰাকী স্থানীয় বাসিন্দাই কয়,"বিপদ কাৰ কেতিয়া আহে কোনেও ক'ব নোৱাৰে । মাজুলীত বানপানী হ’লে শিৱসাগৰ, যোৰহাট বা গুৱাহাটীৰ দৰে বিভিন্ন প্ৰান্তৰ পৰা আমাক সহায় কৰে ৷ গতিকে আজি তেওঁলোক বিপদত পৰাৰ সময়ত সাহায্য আগবঢ়োৱাটো আমাৰ নৈতিক কৰ্তব্য। প্ৰয়োজন হ’লে আমি আৰু নাও প্ৰেৰণ কৰিবলৈ সাজু আছো ।"লগতে পঢ়ক :ভোগদৈৰ নদীয়ে ছিগা মথাউৰি ৫ টা অংশ এমাহৰ ভিতৰত নিৰ্মাণ হ’ব, ঘোষণা মুখ্যমন্ত্ৰীৰ

Category

🗞
News
Transcript
00:00We are having a bit of responsibility in our experience,
00:04but we are also in our experience in our future.
00:08We are not supportive by the local community,
00:12but we can't do that in our community.
00:14We are not supportive,
00:18in our community,
00:19we are not supportive,
00:23we are not supportive.
00:24Our community is supportive and supportive.
00:28for high-quality bo okay mazzolini zila po ha ha ha no follow-up ra zi
00:32under the powder cable oles above a me for like this you as i am a
00:36home or a photo home or a back here for a long as a business now bottom
00:40and people have a lot of power is a poison only are we now ready as a
00:44I'm a part of a guy Lee rati project was a hero girl zila
00:49for a phone or not come a mazzolini zila for a phone a azi our privacy
00:53for now I'm around for a few of our goal is that we said because we're now can
00:58happen at a boundary to look for a kind of what you always said are the people
01:02are really best to a person or carnival people of cancer I'm more about here I
01:06say upon her and look at so is I now can I am a global is on ice at how
01:10are you
01:10up on our Cali price okay so can you tell look I'm a kind of music
Comments

Recommended