Skip to playerSkip to main content
  • 8 minutes ago
গোলাঘাট: অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'বলগীয়া অসম প্ৰিমিয়াৰ লীগলৈ নিৰ্বাচিত হৈ গোলাঘাটলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে চন্দন নগৰৰ যুৱক অবিনাশ ফুকনে । অসম ক্ৰিকেট সন্থাই অনুষ্ঠিত কৰা বাছনিত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ৪ হাজাৰোধিক খেলুৱৈৰ মাজৰ পৰা নিৰ্বাচিত হয় গোলাঘাটৰ অবিনাশ ফুকন । খেলুৱৈগৰাকীক উৎসাহিত কৰিবলৈ চন্দন নগৰ অঞ্চলৰ মহিলাসকলে তেওঁক সম্বৰ্ধনা জনায় ।খেলুৱৈগৰাকীক সম্বৰ্ধনা জনাই ১৩ নং ৱাৰ্ডৰ ৱাৰ্ড সদস্যা ৰশ্মি বৰুৱা দাসে কয়, "মই বহু উৎফুল্লিত হৈ পৰিছোঁ । যিহেতু অবিনাশ ফুকনক সৰুৰে পৰা পাইছোঁ । এটা মধ্যবিত্ত পৰিয়ালৰ অবিনাশ ফুকনে গোলাঘাটৰ বাবে বহু সুনাম অৰ্জন কৰিছে । তেওঁৰ ভৱিষ্যৎ উজ্জ্বল কামনা কৰিছোঁ । তেওঁ এজন ভাল ক্ৰিকেট খেলুৱৈ হিচাপে নিজকে প্ৰতিষ্ঠা কৰক, আমি তাৰে কামনা কৰিছোঁ ।"  আনহাতে, এপিএলৰ বাবে নিৰ্বাচিত অবিনাশ ফুকনে কয়, "মই বহুত আনন্দিত হৈছোঁ । এই খেলত মোৰ বহু অভিজ্ঞতা হ'ব । এই প্ৰতিযোগিতাত মই নিজৰ দলৰ বাবে ভাল খেলিবলৈ চেষ্টা কৰিম । মই নৱম শ্ৰেণীৰ পৰায়ে ক্ৰিকেট খেলৰ অনুশীলন কৰি আহিছোঁ । এই প্ৰতিযোগিতাৰ বাবে নিৰ্বাচনত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ৪৫০০ খেলুৱৈ অংশগ্ৰহণ কৰিছিল । যোগ্যতাৰ ভিত্তিত নিৰ্বাচিত কৰা হৈছিল ২৭০ জন খেলুৱৈ । তাৰ পৰা ১৬০ জন খেলুৱৈ প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত কৰা হয় । মই চৰাইদেউ ছানৰাইজাৰ্ছৰ হৈ উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিম ।"  লগতে পঢ়ক :অসমৰ এখন খেলপথাৰত ব্ৰাজিল-আৰ্জেণ্টিনাৰ তুমুল যুঁজ!

Category

🗞
News
Transcript
00:00I am very stressed and I have have been getting help.
00:04I don't have this person.
00:06We are a problem doing this with duty.
00:08I am a problem.
00:11I am a Fehler and I am a good job.
00:18I have been doing this job and nothing.
00:19I am very struggling with this job and this issue is to go out for help and I am a
00:26good job.
00:27But I am going out of sin.
00:28What do you think about this?
00:33I'm very happy. I've experienced this very well.
00:38I've been in this first season.
00:42I've been trying to keep my team together.
00:48I've been doing this well.
00:50What do you think about practice?
00:52I am a class of 9 in the class. My opportunity to engage with me in 2004 in 2020.
00:59How did the selection get away with your board?
01:01How did the selection get away with your board?
01:01I was a primary one who did my membership from class.
01:06My disability was appropriate to get 4,000 students.
01:10Once I got out of the room, we didn't get away.
01:12Here I was a mid-list.
01:14It was a little rude and I was a player.
01:19There was a lot of peace that I got away.
01:21Then, if you have a selection, you can select one.
01:26You can do it.
01:29What are you doing?
01:30I am doing it.
01:33What are you doing?
01:35I have a selection of all the other,
01:38but if I have a lot of other people,
01:42I have a lot of them.
01:45So, I think there are all sorts of different selections.
01:51bottom one to look at one eye out my
Comments

Recommended