Skip to playerSkip to main content
  • 2 days ago
বঢ়মপুৰ: নগাঁৱৰ কচুৱাৰ লুতুমাৰী সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদস্থলীৰ সমীপত চাঞ্চল্যকৰ মাৰপিটৰ ঘটনা । বৃহস্পতিবাৰে বনকৰ্মী আৰু যুৱকৰ মাজত প্ৰচণ্ড মাৰপিটক লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে । সাধাৰণ কাজিয়াক কেন্দ্ৰ কৰি এজন যুৱকক নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে বনকৰ্মীৰ বিৰুদ্ধে । আক্ৰমণকাৰী বনকৰ্মীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ভুক্তভোগী যুৱকজনে । অভিযোগ অনুসৰি লুতুমাৰী লংজাপ সংযোগী মূল পথৰ কাষত ছাইফুল ইছলাম নামৰ খেৰনীৰ মাজগাঁৱৰ যুৱকজনে নিজৰ স্কুটী ৰখাই ফোনত কথা পাতি থকা অৱস্থাত বিনা ইউনিফৰ্মত থকা ভাস্কৰ হাজৰিকা নামৰ বনকৰ্মীজনে অকথ্য ভাষাৰে গালিগালাজ কৰে । তাৰ পিছত দুয়োৰে মাজত তৰ্ক বিতৰ্ক আৰু পিছত মাৰপিট লাগে । যুৱকজনে ইউনিফৰ্মত নথকা বনকৰ্মীজনক চাবিৰে আক্ৰমণ কৰে । পিছত বন বিভাগৰ শিবিৰলৈ লৈ গৈ যুৱকজনক অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ।এই সন্দৰ্ভত বন বিভাগে কোনোধৰণৰ স্পষ্টীকৰণ দিয়া নাই যদিও যুৱকজনে কয়, "মই লুতুমাৰী ৰাস্তাৰ কাষত স্কুটীত বহি ফোন কৰি আছিলোঁ । পিছত বনকৰ্মীজন বিনা ইউনিফৰ্মত আহি মোক বিভিন্ন ধৰণে গালি দিবলৈ ধৰিলে । সাম্প্ৰদায়িক মন্তব্যও কৰিছিল । তাৰ পিছত আমাৰ দুয়োৰে কাজিয়া লাগিল । মই নিজকে ৰক্ষা কৰিবলৈ স্কুটীৰ চাবিৰে তেওঁক আক্ৰমণ কৰিলোঁ । মই বন বিভাগৰ লোক বুলি গম পাই ক্ষমা বিচাৰিলোঁ । কিন্তু পিছত মোক শিবিৰলৈ লৈ গ'ল আৰু হাত-ভৰি বান্ধি মাৰপিট কৰিলে ।" যুৱকজনে জনোৱা মতে তেওঁ ইতিমধ্যে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে । এই ঘটনাত যুৱকজন গুৰুতৰভাৱে আহত হয় । সম্প্ৰতি উন্নত চিকিৎসাৰ বাবে তেওঁক নগাঁৱলৈ লৈ যোৱা হৈছে ।লগতে পঢ়ক :পানী লাহে-লাহে শুকাইছে, চকুলোহে শুকুৱা নাই...

Category

🗞
News
Transcript
00:00,
00:00glands
00:01foreign
00:08foreign
00:08foreign
00:08foreign
00:08foreign
00:08What should I do?
00:10I am doing great.
00:12What should I do?
00:16I don't know.
00:17I'm a forest, but I'm not aware of it.
00:24My word is not aware of it.
00:28I don't know.
00:30I do not know where I am.
00:30So, the first place, I was going to help him.
00:35For example, I got a lot of blood.
00:42So, my heart didn't care.
00:43I was going to get a lot of blood.
00:44So, I was feeling like this is how I caused the blood.
00:53I wasまり hungry.
00:55I was hungry.
00:56I can't eat.
00:56When I was a piled with my hand, I used to call my father, and it was last, and had
01:05the time to call his father.
01:07He was still there looking for his father.
01:08And with my hand you will build my father's pussy.
01:14I'm now here for my husband, but I'll introduce him to someone.
01:19I'm going to ask him to come to go with the children's mother.
01:23He is talking to me.
01:24I'm not worried about how I get to pay attention...
01:29I don't want to do my job at all.
01:30I didn't do my job, I was afraid to do my job with this.
01:33This is a forest forest, I'm not interested...
01:36When I speak my teacher, I'm afraid to be here.
01:39My teacher can simply brush my hair.
01:40At the same time, I'll take care of my colleague.
Comments

Recommended