Skip to playerSkip to main content
  • 1 week ago
বৰপেটা : অসম ক্ৰিকেট সন্থাৰ উদ্যোগত অনুষ্ঠিত অসম প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথম সংস্কৰণৰ চেম্পিয়ন বৰপেটা ব্ৰেভছ দলে মঙলবাৰে দিনৰ ভাগত বৰপেটা সত্ৰত উপস্থিত হয় ।‌ গুৱাহাটীৰ পৰা দলটো পোনে পোনে আহি ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত উপস্থিত হোৱাৰ পাছতে জিলাবাসীয়ে দলৰ প্ৰতিজন খেলুৱৈ, প্ৰশিক্ষক আৰু কৰ্মকৰ্তাক উষ্ম আদৰণি জনায় ।ইয়াৰ পাছতে বিজয়ী ট্ৰফীসহ দলটোৱে সত্ৰত সেৱা জনায় । বৰপেটা জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত দলটোক লৈ বৰপেটা চহৰত এক সমদল বাহিৰ কৰা হয় ।‌দলটোৰ স্বত্বাধিকাৰী পংকজ আগৰৱালাই কয়, ‘‘অসম প্ৰিমিয়াৰ লীগৰ প্ৰথম সংস্কৰণতে বৰপেটা ব্ৰেভছ দলে যি ইতিহাস ৰচিবলৈ সক্ষম হ'ল ৷ ইয়াৰ ধাৰাবাহিকতা পৰৱৰ্তী সংস্কৰণবোৰতো অব্যাহত ৰখাৰ চেষ্টা চলাব । অসম প্ৰিমিয়াৰ লীগৰ জৰিয়তে অসমে আগন্তুক দিনবোৰ ৰাষ্ট্ৰীয় পৰ্যায়ত নতুন নতুন খেলুৱৈৰ অন্তৰ্ভুক্তিৰ দুৱাৰ খুলি দিলে ।’’ দলৰ কেপ্টেইন কুনাল শৰ্মাই অসম প্ৰিমিয়াৰ লীগৰ প্ৰথম সংস্কৰণতে খিতাপ দখল‌ কৰিবলৈ সক্ষম হোৱাত তেওঁ যথেষ্ট আনন্দিত বুলি ব্যক্ত কৰে ।ইয়াৰ পাছতে দলটোৰ সকলো খেলুৱৈক বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ৰাজহুৱা সম্বৰ্ধনা জনোৱা হয় । উক্ত সম্বৰ্ধনা অনুষ্ঠানত অসম ক্ৰিকেট সন্থাৰ সম্পাদক সনাতন দাস, বৰপেটা জিলা আয়ুক্ত নৱদ্বীপ পাঠকৰ লগতে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷লগতে পঢ়ক : অৰুণাচলৰ দুই মহিলা টাইকোৱাণ্ডো খেলুৱৈৰ ভাৰতীয় এছিয়ান গেমছ দলত স্থান লাভ, মুখ্য়মন্ত্ৰী পেমা খাণ্ডুৰ শুভেচ্ছা

Category

🗞
News
Transcript
00:00I will have to do the first time this episode.
00:04So, the final part is we are going to start.
00:09But is this been the final we had planned.
00:13But of course we will have a first time since we had the first time in the 80s.
00:25The gift of the final is that we have been able to celebrate this year.
00:38We have been enjoying it. We have been enjoying it.
00:44We have been enjoying it. We have been supporting it.
00:49we could support our children, but we could have had a lot of support but we could have had a
00:55lot of support.
00:57But this was the time for us, but we could have a close match, and we could have a close
01:03match.
01:05And that was the result for us, and we could have a lot of sense in this plan, but we
01:09could have a successful success.
01:40.
01:41.
01:41I personally know this is an inspiration and I was about to win a round of their winners in Kuwait
01:45and the Flickr,
01:47they had even say that the winners worked for the winners in Kuwait.
01:51So I think the winners of a country won the most.
01:54So I think they won the most.
01:55So I think it's a great history.
01:55So I think they can win another great history,
01:56I think it's a great history to win it.
01:57Just do a good win and win and win that's how they win it.
Comments

Recommended