Skip to playerSkip to main content
  • 24 minutes ago
মাজুলী : "ৰাইজে যি কথা কৈছে সেইটো গুৰুত্ব দিব লাগিব । অভিযন্তা, বিষয়াসকল অভিজ্ঞ । সেই কথা অস্বীকাৰ নকৰো । কিন্তু নৈপৰীয়া মানুহসকলো অভিজ্ঞ । তেওঁলোকে যি ভাব প্ৰকাশ কৰিছে সেই ক্ষেত্ৰত চৰকাৰে গুৰুত্ব দিয়ক ।" এই মন্তব্য শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱ গোস্বামীৰ । মাজুলীৰ কৰ্দৈগুৰি আৰু মহৰী চুক অঞ্চলৰ খহনীয়া পৰিদৰ্শন কৰি সত্ৰাধিকাৰগৰাকীয়ে এই মন্তব্য কৰে । উল্লেখ্য যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নদীদ্বীপ মাজুলীত খহনীয়া অব্যাহত আছে । মাজুলীৰ কৰ্দৈগুৰি আৰু মহৰী চুক অঞ্চলতো তীব্ৰ খহনীয়া অব্যাহত আছে ।তাৰ মাজতে খহনীয়াগ্ৰস্ত অঞ্চলত শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱ গোস্বামী উপস্থিত হয় । কৰ্দৈগুৰি অঞ্চলত ব্ৰহ্মপুত্ৰৰ খহনীয়াই সংহাৰী ৰূপ ধাৰণ কৰাৰ খবৰ লাভ কৰাৰ পিছতেই সত্ৰাধিকাৰগৰাকীয়ে অঞ্চলটো পৰিদৰ্শন কৰে আৰু ভুক্তভোগী ৰাইজৰ সৈতে মত বিনিময় কৰে । অঞ্চলটো পৰিদৰ্শন কৰি সত্ৰাধিকাৰগৰাকীয়ে কয় যে খহনীয়া প্ৰায় ২-৩ কিলোমিটাৰ অঞ্চলত হৈছে । যিয়ে অঞ্চলটোৰ মূলপথ আৰু নামনিৰ গাঁওসমূহৰ অস্তিত্বৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে । সত্ৰাধিকাৰগৰাকীয়ে লগতে কয়, "বৰ্তমান কৰ্দৈগুৰিত দিয়া জিঅ' টিউবসমূহ স্থায়ী সুৰক্ষাৰ বাবে পৰ্যাপ্ত নহয় । সেয়েহে চৰকাৰক আহ্বান জনাইছোঁ যে ইয়াত স্থায়ী শৈল বান্ধ অথবা মেগা টিউব ব্যৱহাৰ কৰি এক দীঘলীয়া আৰু মজবুত সুৰক্ষা বান্ধ নিৰ্মাণ কৰিব লাগে ।"লগতে পঢ়ক :দহদিনৰ পাছতো মেৰামতি হোৱা নাই চিমেন নদীয়ে ভঙা ৰে’লৰ দলং, ক্ষোভিত জোনাইবাসী

Category

🗞
News
Transcript
00:00My dear, large town was sitting in the middle of the town of London.
00:06If we were far away from the city of London to the MLA, we would be able to see the
00:08town of we have geocryptical.
00:12It was like an amazing day in the West.
00:17And we received 100 million people here.
00:21The river was there, and the river was up and down.
00:26The river was around 2.5 kilometers.
00:29In this area, the river was not very large.
00:48The council will be making a very strong city and a small town of Kharania.
00:56But they will be a very strong city...
00:59I think of the city as well as Kharania.
01:03Most of them are very strong city.
01:07Many of them are very strong city.
01:08Many of them are very strong city,
01:10but I think that's very strong city.
01:14Here's the city of Kharania.
01:17We are very strong city citizens.
01:38Thank you very much.
01:48Thank you very much.
02:18Thank you very much.
Comments

Recommended