ধুবুৰী : মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঐতিহাসিক শ্ৰীশ্ৰী মধুপুৰ সত্ৰৰ সৰ্বাংগীণ উন্নয়নৰ বাবে বিশেষ ব্যৱস্থা লোৱাৰ কথা সামাজিক মাধ্যমযোগে ঘোষণা কৰাৰ পিছতে মধুপুৰ সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ শ্ৰীশ্ৰী পীতাম্বৰ ভকত, ডেকা সত্ৰাধিকাৰ শ্ৰীশ্ৰী মাধৱদেৱ মহন্তই অসম চৰকাৰৰ প্ৰতি আস্থা প্ৰকাশ কৰি আশা ব্যক্ত কৰিছে ।মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, শ্ৰীশ্ৰী মাধৱদেৱ আৰু অন্যান্য আতাপুৰুষসকলৰ স্মৃতি বিজড়িত পৱিত্ৰ স্থান হৈছে শ্ৰীশ্ৰী মধুপুৰ সত্ৰ । পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ চাৰিসীমাত অন্তৰ্ভুক্ত হৈ আছে এই মধুপুৰ সত্ৰ ।অসমৰ ভৌগোলিক চাৰিসীমাৰ অন্তৰ্গত নহ'লেও অসমৰ সমাজ জীৱনত মধুপুৰ সত্ৰৰ প্ৰভাৱ তাহানিৰে পৰা বৰ্তমানলৈকে অটুট আছে । চুবুৰীয়া পশ্চিমবংগ ৰাজ্যৰ কোচবিহাৰ জিলা ধুবুৰী জিলাৰ নিকটৱৰ্তী হোৱাৰ বাবে মধুপুৰ সত্ৰৰ চোৱা-চিতাৰ দায়িত্ব ধুবুৰী জিলা প্ৰশাসনৰ হাতত অৰ্পণ কৰা হৈছে ।ঐতিহাসিক মধুপুৰ সত্ৰৰ উন্নয়নমূলক বহু কাম এতিয়াও কৰিবলগীয়া বাকী আছে । আনহাতে, মধুপুৰ সত্ৰৰ বহু বিঘা মাটি বেদখল হৈ আছে । অসম চৰকাৰক এইক্ষেত্ৰত দৃষ্টি দিয়াৰ বাবে আহ্বান মধুপুৰ সত্ৰৰ ডেকা সত্ৰাধিকাৰ মাধৱদেৱ মহন্তৰ ।আনহাতে, বুঢ়া সত্ৰাধিকাৰ পীতাম্বৰ ভকতে কয়, "মধুপুৰ সত্ৰৰ উন্নয়নৰ বহুত কাম বাকী আছে । সেইবিলাক চৰকাৰে কৰিব বুলি আমি আশা ৰাখিছোঁ । ইতিমধ্যে ৩২ কোটি টকা অসম চৰকাৰে বাজেটত ধৰিছে । সত্ৰখনৰ উন্নয়নৰ বাবে তেওঁলোকে যিবিলাক কৰিব লাগে কৰিব । সেইটো আমি আশা ৰাখিছোঁ ।"লগতে পঢ়ক :ফিফা বিশ্বকাপৰ পৰা কামাখ্যা কৰিডৰলৈ...মুখ্যমন্ত্ৰীয়ে ফেচবুক লাইভত কি কি ক’লে ?
Transcript
00:00I
00:01I
00:02I
00:05I
00:09I
00:11I
00:12I
00:19I
00:20I
00:23I
00:23I
00:23I
00:24I
00:24I
00:24I
00:24I
00:24I
00:24I
00:24I
00:24I
00:27I
00:28I
00:28I
00:30I
00:30I
00:31I
00:42I
00:43I
00:45I
00:45I
00:47I
00:48I
00:49I
00:50I
00:50I
00:53I
00:56I
00:58I
00:58I
00:58I
00:59I
01:08I
01:08I
01:08I
01:14I
01:15I
01:15I
01:15I
01:17I
01:28I
01:28I
01:28I
01:29I
01:29I
01:29I
01:31I
01:42I
01:43I
01:45I
01:45I
01:48I
01:49I
01:51I
01:51I
01:54I
01:55I
01:57I
01:58I
01:58I
02:00I
02:01I
02:01I
02:02I
02:02I
02:02I
02:03I
02:06I
02:06I
02:06I
02:07I
02:07I
02:07I
02:07I
02:07I
02:32I
02:33I
02:33I
02:33I
02:33I
02:33I
02:35I
02:35I
02:35I
02:36I
02:39I
02:39I
02:41I
02:42I
02:42I
02:42I
02:42I
02:43I
02:48I
02:50I
02:50I
02:55I
02:56I
02:57I
03:00I
03:00I
03:09I
03:10I
03:13I
03:23I
03:26I
03:27I
03:27I
03:29I
03:30I
03:30I
03:30I
03:30I
03:31I
03:32I
03:34I
03:34I
03:59I
04:02I
04:03I
04:05I
04:05I
04:10I
04:13I
04:14I
04:14I
04:14I
04:14I
04:14I
04:17I
04:17I
04:18I
04:18I
04:19I
04:19I
04:20I
04:20I
04:21I
04:21I
04:21I
04:22I
04:22I
04:22I
04:22I
04:22I
04:22I
04:23I
04:23I
04:23I
04:23I
Comments