Skip to playerSkip to main content
  • 30 minutes ago
যোৰহাট : সাত বিহুৰ ভিতৰত চেনেহী বিহু বা জীয়াৰী বিহু অন্যতম ৷ দেওবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে টীয়কতো পালন কৰিছে চেনেহী বিহু বা জীয়াৰী বিহু ৷ ব'হাগৰ পথাৰত পৌৰাণিক বিহুগীত গায় যুৱতীসকলে জীয়ৰী বা চেনেহী বিহু উদযাপন কৰে । দেওবাৰে টীয়কৰ চাৰিখন গাঁৱৰ যুৱতীয়ে মিলি পৰম্পৰা ধৰি ৰাখিবলৈ আৰু নতুন প্ৰজন্মৰ মাজলৈ যাতে প্ৰসাৰিত হয় তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে জীয়াৰী বিহু বা চেনেহী বিহু আয়োজন কৰা হৈছে বুলি উল্লেখ কৰিছে এগৰাকী বিহুৱতীয়ে ।এগৰাকী বিহুৱতীয়ে কয়, "আজি জীয়ৰী বিহু বা চেনেহী বিহু ৷ এই বিহুত পুৰুষসকল নিষিদ্ধ, এইয়া প্ৰাচীন আৰু পৰম্পৰাগত। চাৰিখন গাঁৱৰ গাভৰুসকল ওলাই আহিছো, য'ত ২২গৰাকী গাভৰু আছে । আমি ওলাই আহিছো সম্বন্ধয় ধৰি ৰখা যাত্ৰাত ৷ এই বিহু বিবাহিত কাৰণে হয় আৰু অ-বিবাহিত কাৰণে হয়, ইয়াত প্ৰেম আৰু সম্বন্ধীয় আলাপ হয় । আমি সকলো বাধা নেওচি ওলাই আহিছো, নৱ প্ৰজন্মৰ স্বাৰ্থত, কাৰণ আমাক দেখি তেওঁলোক ওলাই আহিব আৰু আমাৰ পৰম্পৰা ধৰি ৰাখক । কাৰণ আজি সময়ত আমাৰ মাজৰ পৰা চোতাল বিহু হেৰাই গৈছে ।"লগতে পঢ়ক: মায়ঙৰ ঐতিহ্যমণ্ডিত গোঁসাই উলিওৱা উৎসৱৰ বিষয়ে জানেনে ?

Category

🗞
News
Transcript
00:02Today, women are here in the family.
00:04It is a entire family.
00:07In this family, it would be a family of children,
00:18who are to get their inos.
00:19But the family, they do not work.
00:22If they are familiar with women and women,
00:27they are not children.
00:28I have been able to do nothing in my house.
00:34I have been able to see the images that I saw on the internet.
00:38I have been able to see the images that I saw on the internet.
00:47are a reasonable person who is in the neighborhood of the neighborhood of the south,
00:57has its number of people who are in the neighborhood of the neighborhood of the South.
01:01It's impossible to live a safe place for the neighborhood of the south.
01:09we have to go and find our trees, our trees, and our trees.
01:15They could come to look at this tree, as well as our trees, but there are no trees and trees
01:17in our community.
01:17We are coming to the forest, so we have to go and to the forest and to the forest and
01:22to the forest.
01:25We have to go and get a picture with our trees and trees, and we have to open up from
01:28the forest.
01:28It is when we do, which was not our trees and trees.
01:36so they can use these machines, to make the same way.
01:40So they can't see it.
01:44So they can use it.
01:46So they can use it in the same way.
01:50So they can use it in this machine.
01:52It can be used as a machine.
02:02So, we have to have a lot of people who are not alone.
02:06So, we have to have a lot of people who are not alone.
Comments

Recommended