Skip to playerSkip to main content
  • 36 minutes ago
গোলাঘাট : বিগত কেইবাটাও নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইও সফলতাৰ মুখ নেদেখা অসমৰ অন্যতম আঞ্চলিক দল অসম জাতীয় পৰিষদে ইতিমধ্যে পৰাজয়ৰ কাৰণবোৰ পৰ্যালোচনা কৰি আছে । তাৰ মাজতে গোলাঘাটত এক দলীয় সভাত অংশ লৈ পৰাজয়ৰ কাৰণবোৰ বিশ্লেষণ কৰে । তেওঁ কয়, "আমি দুবাৰ বিধানসভা আৰু এবাৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলো । তিনিবাৰকৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি পৰাজিত হৈছো ।"গগৈয়ে লগতে কয়,"দলৰ ভেটি তৃণমূল পৰ্যায়লৈ যেতিয়ালৈকে শক্তিশালী আৰু সুদৃঢ় নহ'ব, যেতিয়ালৈ দলৰ কেডাৰ বুথ পৰ্যায়লৈকে আমি আগবঢ়াই লৈ যাব নোৱাৰো আৰু তেওঁলোকক প্ৰশিক্ষণৰ যোগেদি বা কৰ্মশালাৰ যোগেদি কৌশলী, সুসংগবদ্ধ কৰিব নোৱাৰিম তেতিয়ালৈকে বিজেপিৰ দৰে টকা-পইচা থকা, আগ্ৰাসী, ভয়-ভাবুকিৰে ৰাজনীতি কৰা দলৰ লগত যুঁজ দিয়া ইমান সম্ভৱ নহ'ব । সেই কাৰণে যোৱা নিৰ্বাচনৰ বিপৰ্যয় খুব পুংখানুপুংখভাৱে বিশ্লেষণ কৰিছো ।"তেওঁ লগতে কয় যে, কেৱল নিৰ্বাচনত জয়লাভ কৰাটোৱেই লক্ষ্য হ'ব নালাগে, বৰঞ্চ জনসাধাৰণৰ বিশ্বাস আৰু আস্থা অৰ্জন কৰাটো অধিক গুৰুত্বপূৰ্ণ । ৰাজ্য আৰু দেশৰ সামগ্ৰিক উন্নয়নৰ কথা উল্লেখ কৰি তেওঁ কয় যে উন্নত যোগাযোগ ব্যৱস্থা, শিক্ষা, স্বাস্থ্য, কৃষি আৰু ক্ষুদ্ৰ উদ্যোগৰ বিকাশৰ জৰিয়তে অৰ্থনীতি অধিক শক্তিশালী কৰি তোলাৰ প্ৰয়োজন আছে ।লগতে পঢ়ক :অখিল গগৈৰ গাড়ীৰ পিছে পিছে থাকিব এছকৰ্ট কাৰ: হঠাৎ কিয় বৃদ্ধি কৰা হ'ল নিৰাপত্তাৰক্ষী ?

Category

🗞
News
Transcript
00:00Of course, the amount of respect for the people, on the other hand, how can they raise their minds?
00:06And how do they do their health in order to encourage them to make their own lives?
00:19This is the case of people working in a system.
00:20Students who understand this.
00:21They are showing up in about 10 years' lives.
00:25They are constantly talking to people.
00:26They are the moment they are very concerned about the life of those things.
00:30They ask us what they must have in their lives.
00:31Then they ask us on the questions.
00:38We want them to stay on our list.
00:43We're constantly talking about our interests.
00:44Yes, you know, the process of the need for living in the world.
00:49The people who are living in a life are still living.
00:52Those are the people who give their lives and their lives are still living.
01:04That's why we have to make sure that we are living in an environment.
01:12He must have to pay for the burden of a priest.
01:13I just know that you have to pay for the burden of a priest.
01:18They are a priest.
01:20It's a priest now that he is an open source.
01:24He told me to go out to a priest and I'm going out to the right place for the poor.
01:30We won't do this.
01:36But the priest is one of the priests.
01:38With fewer comies, the people are impossible for them to raise their hand.
01:40They are even so successful are not leading the world.
01:48They are not handling the problems.
01:54If I hold myself入右 wheelchair, I just don't need to be really
02:00surprised when the world is the fastest.
02:00And I understand why the violence isabiliczグal.
02:08...
02:09...
02:11...
02:11...
02:12There was a problem, the problem was that there was a problem and there was a problem we could do.
02:18There was a problem that I had and I told them there was a problem.
02:23That money was really bad because there was one problem with a problem inículo 1.
Comments

Recommended