Skip to playerSkip to main content
  • 4 months ago
শিৱসাগৰ : আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱসৰ দিনটোতেই শিৱসাগৰত জ্বলোৱা হ'ল জব্দকৃত ড্ৰাগছ । শিৱসাগৰ জিলাৰ ডিমৌ ৰজাবাৰীস্থিত চুকাফা ছুপাৰ মাল্টিস্পেচিয়েলিটী চিকিৎসালয় চৌহদত জ্বলোৱা হয় প্ৰায় ১৩ কোটি টকাৰ নিষিদ্ধ ড্ৰাগছ ।শিৱসাগৰ আৰক্ষীয়ে বিগত সময়ত হেৰ'ইন ৩৮৭৭ গ্ৰাম , ১০০৯ কেজি গাঞ্জা আৰু ২৯৬০ পেকেট বিদেশী চিগাৰেট জব্দ কৰিছিল । জব্দকৃত নিচাজাতীয় দ্ৰব্য়খিনি শুকুৰবাৰে জ্বলোৱা হয় । এই কাৰ্যসূচীত আৰক্ষী প্ৰশাসনৰ লগতে স্বাস্থ্য আৰু আবকাৰী বিভাগৰ লোক উপস্থিত থাকে ।অনাগত সময়ত শিৱসাগৰ আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে অধিক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি সকীয়াই জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাপৰি চেতিয়াই কয়, "আজি আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস । এই দিনটোতেই জিলাখনৰ আৰক্ষীয়ে বিগত সময়ত জব্দ কৰা নিচাজাতীয় দ্ৰব্যখিনি নষ্ট কৰিছে । নৱ প্ৰজন্মৰ মাজত যাতে কোনো বিপদ নহয়,তাৰবাবে এয়া এক প্ৰচেষ্টা ।" লগতে পঢ়ক:ডিব্ৰুগড়ত প্ৰায় ১.৪ কোটি মূল্যৰ নিষিদ্ধ সামগ্ৰী দাহহেৰ’ইনসহ সাতজনকৈ ব্যক্তি আৰক্ষীৰ জালত, ক’ত চলিল এই অভিযান ? 

Category

🗞
News
Transcript
00:00Thank you so much for watching.
00:46Thank you so much for watching.

Recommended