Skip to player
Skip to main content
Watch fullscreen
Add to Playlist
Report
ETVBHARAT
Follow
ব’হাগৰ বতৰত কৃষকে কিয় মহাদেৱক আৰাধনা কৰে, জানেনে ?
5 months ago
জোনাই : বিহু অসমীয়া প্ৰাণ, বিহু অসমীয়া মান ৷ কৃষিৰ সৈতে নিবিড় সম্পৰ্ক থকা ব'হাগতে প্ৰাণৱন্ত হৈ উঠে প্ৰকৃতি । ব’হাগত মতলীয়া হৈ আছে ৰাজ্যৰ প্ৰতিগৰাকী চহা অসমীয়া ।লোকবিশ্বাস আৰু পৰম্পৰা ৰক্ষা কৰি গ্ৰামাঞ্চলৰ কৃষকসকলেও পালন কৰিছে হেঁপাহৰ বিহুটি ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে বিহু বুলি ধেমাজি জিলাৰ চিলাপথাৰ শ্ৰীপাণি ৰূপহী পথাৰত বিহুনাচি আনন্দত মতলীয়া হৈ পৰে চহা কৃষকসকল ৷কৃষকলসকলে প্ৰথমে পথাৰতে নাঙল, যুঁৱলি, মৈ, জাপি লৈ সেৱা জনায় । লোকবিশ্বাস অনুসৰি, পূৰ্বতে এই সময়খিনিতে মহাদেৱ শিৱই হাল জুৰিছিল ৷ সেয়ে চহা কৃষকসকলেও বিহুৰ এই সময়খিনিতে মহাদেৱ শিৱক আৰাধনা কৰি পথাৰত হাল চলায় ৷ খেতিয়কসকলে বছৰটোৰ খেতি-বাতি ভাল হোৱাৰ কামনাৰে চাকি-ধূপ জ্বলাই মহাদেৱক সেৱা কৰে । এয়াই চহা অসমীয়াৰ অবিচ্ছেদ্য অংগ ৷লগতে পঢ়ক : আজি নাঙল বিহু; যান্ত্ৰিকতাৰ ধামখুমীয়াতো কৃষি পৰম্পৰাক স্মৰণৰ এটা দিন
Category
🗞
News
Transcript
Display full video transcript
00:00
foreign
00:11
foreign
00:31
I'm going to talk to you soon.
01:00
the
01:04
the
01:05
the
01:05
the
01:31
Thank you very much.
01:58
Thank you very much.
02:08
Thank you very much.
Show less
Recommended
4:21
|
Up next
বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা ঘোষণাৰ গুৰুত্ব নুবুজে মুখ্যমন্ত্ৰীয়ে : উৎপল শৰ্মা
ETVBHARAT
7 weeks ago
1:42
বান পৰিস্থিতিৰ বুজ ল’বলৈ আহি হঠাতে কিয় খং উঠিল মন্ত্ৰীৰ ?
ETVBHARAT
7 weeks ago
1:07
সপোন পূৰণৰ দিশে সত্যজিত নৰহৰ আৰু এখোজ...
ETVBHARAT
2 months ago
4:24
মধুপুৰ সত্ৰ উন্নয়নৰ বাবে চৰকাৰৰ পদক্ষেপ, আশাবাদী সত্ৰাধিকাৰ
ETVBHARAT
2 months ago
3:54
জোনাইৰ বানাক্ৰান্ত ৰাইজৰ কাষত কংগ্ৰেছৰ সেৱাদল, সাহায্য সামগ্ৰী বিতৰণ
ETVBHARAT
3 months ago
10:51
ओवैसी का '2 अक्टूबर' अल्टीमेटम! क्या अखिलेश-कांग्रेस थामेंगे AIMIM का हाथ; या फिर बिगड़ेगा 'महागठबंधन' का खेल?
ETVBHARAT
11 minutes ago
0:52
नागौर के गोगेलाव में 5वीं के छात्र को कॉपी भूलने पर लाठी से पीटा, कूल्हों पर 20 से अधिक निशान
ETVBHARAT
16 minutes ago
1:07
FBI की टॉप-10 मोस्ट वांटेड लिस्ट में गैंगस्टर गोल्डी बराड़, अमेरिका ने 10 लाख डॉलर तक का रखा इनाम
ETVBHARAT
18 minutes ago
1:45
సింగపూర్ మంత్రితో కలిసి శ్రీవారిని దర్శించుకున్న మంత్రి లోకేశ్
ETVBHARAT
20 minutes ago
2:51
सफलता की कहानी: पॉलीहाउस खेती से बदली किस्मत, आधुनिक तकनीक से विभिन्न सब्जियों की खेती को दी नई दिशा
ETVBHARAT
22 minutes ago
3:42
বটদ্ৰৱাত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ, তৎপৰতা বৃদ্ধি স্বাস্থ্য বিভাগৰ
ETVBHARAT
3 months ago
4:30
পূৰ্বৰ সৌন্দৰ্যতা নাই বৃন্দাবনী বস্ত্ৰত : সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামী
ETVBHARAT
3 months ago
1:41
ধুবুৰীত ১ টকাতে মাছ-ভাতেৰে দুপৰীয়াৰ আহাৰ?
ETVBHARAT
3 months ago
3:26
গোলকগঞ্জত একেলগে ২১গৰাকী ছাত্ৰী হঠাতেই অসুস্থ, চিকিৎসালয়ত ভৰ্তি
ETVBHARAT
3 months ago
2:31
বিজেপিৰে যুঁজ দিয়া সম্ভৱ নহ'ব : কিয় ক'লে লুৰীণজ্যোতিয়ে ?
ETVBHARAT
4 months ago
1:44
মাজুলীত ১৫০০ লিটাৰ অবৈধ বিলাতী সুৰা ধ্বংস
ETVBHARAT
4 months ago
1:09
চৰাইদেউৰ কামাণ্ডো শিৱিৰত ভয়ংকৰ ঘটনা, আত্মহত্যা জোৱানৰ
ETVBHARAT
4 months ago
2:42
শীঘ্ৰে নিয়ন্ত্ৰণলৈ আহিব অত্যাৱশকীয় সামগ্ৰীৰ মূল্য: কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা
ETVBHARAT
4 months ago
0:45
বৰপেটাত জন ভাগিদাৰী অভিযান: জনজাতীয় লোকৰ সৰ্বাংগীন উন্নয়নেই প্ৰশাসনৰ লক্ষ্য
ETVBHARAT
4 months ago
1:40
দেৰগাঁৱত নিশা ভালুকৰ মুক্ত বিচৰণ; আতংকিত ৰাইজ
ETVBHARAT
5 months ago
2:20
পৰ্বতঝোৰাত বন্যহস্তীয়ে নিদ্ৰা হৰিছে ৰাইজৰ, কুম্ভকৰ্ণ নিদ্ৰাত বনবিভাগ !
ETVBHARAT
5 months ago
2:29
কংগ্ৰেছসহ বিৰোধীয়ে মহিলাক অৱহেলা কৰিছে;লখিমপুৰত প্ৰতিবাদ
ETVBHARAT
5 months ago
2:24
ৰাইজৰ সুবিধাৰ্থে অমৃত কুমাৰ বুঢ়াগোহাঁইৰ দ্বাৰা দুখনকৈ এম্বুলেন্স দান
ETVBHARAT
5 months ago
2:11
পুৰুষ নিষিদ্ধ এখন বিহু...সেই বিহু গাভৰুৰ বাবে বিশেষ কিয় ?
ETVBHARAT
5 months ago
1:00
৭২ সংখ্যক সদৌ মঙলদৈ ৰঙালী বিহুৰ মুকলি বিহু প্ৰতিযোগিতা সম্পন্ন
ETVBHARAT
5 months ago