Skip to playerSkip to main content
  • 2 weeks ago
সৰুপথাৰ : সৰুপথাৰ সমজিলাৰ পৰিচিত সমাজকৰ্মী অমৃত কুমাৰ বুঢ়াগোহাঁই তথা অমৃত ন্যাসৰ উদ্যোগত দেওবাৰে এক বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ জনসাধাৰণক দিয়া পূৰ্বৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি সমাজকৰ্মী অমৃত কুমাৰ বুঢ়াগোহাঁয়ে চাৰিখন পঞ্চায়তৰ ৰাইজৰ জৰুৰীকালীন চিকিৎসা সেৱাৰ বাবে দুখন এম্বুলেন্স প্ৰদান কৰে । অমৃত কুমাৰ বুঢ়াগোহাঁয়ে তেওঁৰ মাতৃ স্বৰ্গীয় ভোগদা বৰা বুঢ়াগোহাঁইৰ পবিত্ৰ সোঁৱৰণত এই এম্বুলেন্স দুখন উৎসৰ্গা কৰে ।অমৃত কুমাৰ বুঢ়াগোহাঁয়ে কয়, "আজি মোৰ প্ৰয়াত মাতৃ আৰু মোৰ প্ৰয়াত পিতৃৰ আদ্যশ্ৰাদ্ধৰ এটা অনুষ্ঠান আমি পাতিছো । ইয়াতে ভকতপ্ৰাণ ব্যক্তিসকল আহিছে আৰু এই আদ্যশ্ৰাদ্ধতে মই আজি আনন্দিত হৈছো যে ৰাইজৰ কাৰণে দুখনকৈ এম্বুলেন্স উৎসৰ্গা কৰিব পাইছো ।"তেওঁ আৰু কয়, ‘‘এম্বুলেন্স কেইখন আমি তাত চিভিল চ’ছাইটিক হস্তান্তৰ কৰিম । মই হস্তান্তৰ কৰাৰ পিছত মোৰ ইয়াতে একো দায়িত্ব নাথকিব । সেই ছ’চাইটিয়ে প্ৰত্যেকজন দুখীয়া মানুহক বিপদৰ সময়ত সহায় কৰিব ৷’’লগতে পঢ়ক : ব’হাগৰ বতৰত কৃষকে কিয় মহাদেৱক আৰাধনা কৰে, জানেনে ?

Category

🗞
News
Transcript
00:00Today I'm going to have our responsibility for the first time.
00:11We may be a team of people trying to make a driver and a driver's driver with a driver.
00:48Thank you very much.
00:55This is an important thing to do with the ambulance.
01:01The ambulance has a commitment to the society.
01:10Today, I'm going to do a lot of ambulance.
01:15I'm going to do a lot of ambulance.
01:17I have a friend who is a friend of mine and killed him.
01:25My son has a friend of mine and his wife is a friend of mine.
01:31I'm not a friend of mine.
01:34I have a friend of mine.
02:10Thank you very much.
02:12Everything is done in the other words.
02:16Then we will talk about your real life.
02:17If you have a major accident before you have a stroke, delivery, you are in charge of the people whoags.
Comments

Recommended