Skip to playerSkip to main content
  • 5 minutes ago
লখিমপুৰ: ভোটদান কৰি লখিমপুৰত ক্ষমা-প্ৰাৰ্থনা বিচাৰিলে এনডিএৰ প্ৰাৰ্থী মানৱ ডেকাই । আচলতে কোনো দায়-জগৰৰ বাবে নহয়, নিৰ্বাচনী বতৰত, প্ৰচাৰ অভিযানৰ সময়ত তেওঁ যদি অজানিতে কাৰোবাৰ অন্তৰত দুখ লগা কথা কৈছিল সেই সকলৰ ওচৰতহে তেওঁ সংবাদ মাধ্যমৰ জৰিয়তে ক্ষমা বিচাৰে । তেওঁ কয়, ‘‘প্ৰচাৰ অভিযানৰ সময়ত যদি ভুলতে হ’লেও কাৰোবাক কিবা অন্তৰত দুখ লগা কথা কৈছিলোঁ, মই তেওঁলোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ । লগতে প্ৰতিগৰাকী প্ৰতিদ্বন্দী প্ৰাৰ্থীলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ ।’’  নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ ১৩৯ নং ভোট কেন্দ্রত ভোটাধিকাৰ সাব্যস্ত কৰে মানৱ ডেকাই ।  দ্বিতীয়বাৰৰ বাবে প্ৰাৰ্থী হিচাপে তেওঁ ভোট দান কৰে । ভোটদানৰ পাছত তেওঁ কয়, ‘‘এইবাৰ কোন জিকিব সেয়া ৰাইজে নিৰ্ণয় কৰিব । ৰাইজে আশীর্বাদ দিলে মই জিকিলে ৪ তাৰিখৰ পাছত মই সমষ্টিটোৰ বাবে কি কৰিম সেয়া মুকলিকৈ প্ৰকাশ কৰিম ।’’ ভোটদান ৰাইজৰ সৰ্বোচ্চ অধিকাৰ বুলি উল্লেখ কৰি এইবাৰ অতি শান্তিপূৰ্ণ তথা নিয়াৰিকৈ নিৰ্বাচনটো পাৰ হোৱাত তেওঁ সন্তোষ প্রকাশ কৰে । বিজেপিৰ প্ৰতিশ্ৰুতি সন্দৰ্ভত নিজৰ অনুভৱ প্ৰকাশ কৰি মানৱ ডেকাই কয় ‘‘বিজেপিয়ে দিয়া প্ৰতিশ্ৰুতি পালন কৰিবই । বিজেপিৰ নীতিয়েই তেনেকুৱা । হয় প্ৰতিশ্ৰুতি পালন কৰক নহয় আঁতৰি যাওক ।’’ এইবাৰ এনডিএৰ ফলাফল খুব ভাল হ’ব বুলিও তেওঁ কয় । যোৱা সময়ছোৱাৰ কথা উল্লেখ কৰি মানৱ ডেকাই কয়, ‘‘বিগত সময়খিনিত মই এদিনো শুই-বহি কটোৱা নাছিলোঁ । চেষ্টাৰ ক্ৰটি কৰা নাছিলোঁ । এনেকুৱা এটা দি নাই যিটো দিনত মই ৰাইজৰ কাম কৰিবলৈ চেষ্টা নকৰাকৈ আছিলোঁ । সেইখিনি ৰাইজে মূল্যায়ন কৰিব ৷’’লগতে পঢ়ক:পৰিৱৰ্তনৰ স্বাৰ্থত ৰাইজ ওলাই আহিছে : ভোটদানৰ পাছতে গৌৰৱ গগৈৰ এই মন্তব্য4 মে’ত বিজয় উৎসৱ হ'ব : ভোটদান কৰি মাৰ্ঘেৰিটাই ক'লে

Category

🗞
News
Transcript
00:00It is a crisis that is a crisis in the world.
00:02We don't have to do it in this world.
00:06Even in this world, the world is a crisis.
00:10Yet, in this world, it is a crisis.
00:11When the world is present, we don't need to be present.
00:15If we have the power of this is present,
00:18then what we are going to do with this world?
00:22I'm a social media member of the world.
00:27There will be a part where I break up and I will put the help of my�ver.
00:37Therefore, I am going to make up and be quiet.
00:40I will be very busy.
00:43I am going to get to know.
00:44I am going to go to my own and see what the cost is that you will have to get
00:52out of me.
00:55I can't before.
00:58I did on my day.
01:02I cannot have no care about my condition.
01:04I can't as much work for myself,
01:07but I can't even answer the questions.
01:08So, this might be a complete,
01:14because of the Buddha, and he who are trying a computer get them stupid.
01:28The only information we have to bring in with watchtala about it.
01:39We have no more.
01:44We are not a person.
01:47We are not a person.
01:48We are not a person.
01:49We are not a person.
01:53That is the need for the Jesus of God.
01:55A body that is also important.
01:55It is the human being bought into today's lives.
01:58The human being is the human being.
02:05Family is the human being.
02:09But it is the human being.
02:12If you have any other...
02:13What is the Pasta?
02:14What is the Pasta?
02:14How many people have the Pasta?
02:19There are many people have lived in India.
02:22But if you don't have a Bible, you don't have a Bible.
02:26I said, I don't even think that's the Bible.
02:28So, I don't have a Bible.
02:30The Pasta has a great relationship.
02:33What is the Pasta?
02:37How does the Pasta happen?
02:47I know you perform or you live, I'm a BJP and I have a principle to do that, I don't
02:55have to do it.
02:56I don't have to do it, I don't have to do it.
02:58I don't have to do it.
Comments

Recommended