Skip to playerSkip to main content
  • 22 hours ago
যোৰহাট : ‘‘যি সময়ত ভাৰতৰ অন্য ৰাজ্য ছাত্ৰ-ছাত্ৰী ব্যক্তিগত খণ্ডৰ পৰা চৰকাৰী খণ্ডলৈ আহিছে, ঠিক তেনে সময়তে অসমৰ শিক্ষা ব্যৱস্থাৰ পয়ালগা ছবিয়ে সকলোকে আচৰিত কৰি তুলিছে ৷ আমি পূৰ্বৰে পৰাই কৈ আছো অসমৰ শিক্ষা ব্যৱস্থাত কেৰোণ আছে বুলি ৷ আজি দুমাহ অতিক্ৰম কৰা পাছতো নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত পাঠ্যপুথি দিবলৈ অভাৱ ঘটিছে, যদি এনেবোৰ ঘটনা সংঘটিত হৈয়ে থাকে তেতিয়াহ’লে নিশ্চয় ছাত্ৰ-ছাত্ৰীসকল ব্যক্তিগতখণ্ড প্ৰতি আকৰ্ষিত হ'ব ।’’ বৃহস্পতিবাৰে এই মন্তব্য কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতি নেতা অৰ্জুনমণি ভূঞাই ৷‘‘কেন্দ্ৰীয় চৰকাৰে নতুন শিক্ষানীতি প্ৰৱৰ্তন কৰাৰ সময়তে ৰাজ্যত প্ৰাথমিক স্তৰৰ শিক্ষা পৰ্যায়ত ছাত্র-ছাত্ৰীয়ে পাঠ্যপুথিৰ পৰা বঞ্চিত হৈছে ৷ এইক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগে ।’’ ভূঞাই কয় ৷উল্লেখ্য যে, নতুন শিক্ষাবৰ্ষ দুমাহ পাৰ হোৱা পাছতো পূব যোৰহাট শিক্ষাখণ্ড অন্তৰ্গত একাংশ শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীয়ে বিনামূলীয়া পাঠ্যপুথি নোপোৱাৰ অভিযোগ উত্থাপন হৈছে । কিতাপ অবিহনেই জুন মাহত একাংশ শিক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব । যাৰ বাবে শিক্ষা বিভাগৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ৷লগতে পঢ়ক : আত্মনিৰ্ভৰশীল হোৱাৰ শিক্ষা : বজাৰত বিক্ৰেতাৰ ৰূপত শিক্ষাৰ্থী

Category

🗞
News
Transcript
00:00as it was a lot of heart on your attitude as a to safety you've got a hundred
00:04press for a condol he said then he had more of a homer he can go search it to
00:08apply a logo so be it was a little gas wait question I mean a home that
00:12everybody's was a trouble with approval by questions a homer he can go start
00:15cameras as is how to set your pride do my home to come for a sort of a
00:19sort of person about it is an evil to be delivered so I be delivered
00:22in a movie a party of office it's a problem because of homework he can be
00:25to do a robust at a personal home so I can't listen I are connected to somebody got a
00:30sat on the computer the contract with a photo about it is a new Sato about Satyakos
00:35is the middle of the article which he did not write a political political a
00:40got a little bit of a former Hikar Kondo it up by boss Rumi what you want to do is
00:43I'm a human community work you have been so I was at the moment of the
00:46education policy can be a solid implement course then a home at a solid
00:51atomic storage to keep up with the data by to put in a pie a
00:55who
00:55have
00:58to
00:59to
01:11This is our economic policy.
01:13We indeed have to assist to working with these new campaigns,
01:14which is not a major major.
01:14We must continue to hang out with our lives.
01:16We are going to work towards this event and ourhey is not prepared though...
01:23foreign
Comments

Recommended