Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Share
Bookmark
More
Add to Playlist
Report
ETVBHARAT
Follow
কোকৰাঝাৰ জিলাৰ সাংগঠনিক স্থিতি শক্তিশালী কৰাৰ লক্ষ্যৰে জিলা পৰ্যায়ৰ বৈঠক
5 weeks ago
কোকৰাঝাৰ : বিজেপি দলৰ সাংগঠনিক স্থিতি অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে সোমবাৰে কোকৰাঝাৰ জিলা বিজেপি কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ সমূহ বিষয়ববীয়া, মণ্ডল সভাপতি-সাধাৰণ সম্পাদক প্ৰমুখ্যে জ্যেষ্ঠ কৰ্মকৰ্তাৰ উপস্থিতিত ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ সভাপতিত্বত এখন বৈঠক অনুষ্ঠিত হয় ৷ বৈঠকৰ পাছত ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই দলৰ সাংগঠনিক বিষয়ৰ লগতে ৰাজনৈতিক পৰিস্থিতিৰ ওপৰত আলোচনা কৰাৰ কথা জানিবলৈ দিয়ে ৷তেওঁ লগতে বিটিচিত বিপিএফৰ লগত মিত্ৰতাত থকাৰ পৰিপ্ৰেক্ষিতত একেলগে মিলি অৰ্থাৎ বিটিচি চৰকাৰখনক সহযোগ কৰি কেনেদৰে একেলগে আগবাঢ়ি যাব পাৰি সেই সন্দৰ্ভত বৈঠকত আলোচনা কৰাৰ কথাও জানিবলৈ দিয়ে ৷ ইফালে নগাঁও লোকসভাৰ উপ-নিৰ্বাচনত দলটো প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব যদিও সমষ্টিটো বিজেপিৰ দখলত থাকিব বুলি তেওঁ আশা ব্যক্ত কৰে ৷ তেওঁ সমষ্টিটোত বুথ পৰ্যায়লৈ দলীয় কাম আগবঢ়াই নিয়াৰ কথা উল্লেখ কৰি অহা সপ্তাহত নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে নিৰ্বাচনী প্ৰচাৰ কাৰ্য আৰম্ভ কৰাৰ কথা প্ৰকাশ কৰে ৷লগতে পঢ়ক : নগাঁও উপ-নিৰ্বাচন কঠিন হ'লেও জিকাৰ বাবে খেলিম : দিলীপ শইকীয়া
Category
🗞
News
Transcript
Display full video transcript
00:00
ям
00:07
foreign
00:13
foreign
00:43
Thank you very much.
01:13
Thank you very much.
Show less
Comments
Log in to post a comment
Recommended
1:38
|
Up next
পেটৰ তাৰণাত বনাঞ্চল এৰি পাকঘৰত সোমাল ভালুক
ETVBHARAT
5 weeks ago
3:01
মুখ্যমন্ত্ৰীৰ সৈতে অসমৰ জনসাধাৰণ আৰু ভগৱান আছে: নগাঁৱত স্বাধীনতা দিৱসত মন্ত্ৰী পীযুষ হাজৰিকা
ETVBHARAT
5 weeks ago
1:35
টিংখাঙৰ বেতনি গাঁৱৰ পথৰ দাঁতিত উদ্ধাৰ অচিনাক্ত মৃতদেহ
ETVBHARAT
5 weeks ago
1:35
মাজুলীত বনৰীয়া হাতীৰ উপদ্ৰৱ: পৰিত্ৰাণ বিচাৰি ভগৱানৰ এখন গাঁৱৰ ৰাইজ
ETVBHARAT
2 months ago
2:06
বৰষুণৰ অভাৱত পথাৰত মেলিছে ছিৰাল ফাঁট, বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ ৰাইজে পাতিছে ভেকুলী বিয়া
ETVBHARAT
2 months ago
6:05
ਕੀ ਚੰਡੀਗੜ੍ਹ 'ਚ ਅੱਜ ਲੱਗੇਗਾ 'ਆਈਫੋਨ ਦਾ ਲੰਗਰ'? ਪ੍ਰਬੰਧਕ ਰਾਜਾ ਡੀ ਕਿੰਗ ਨੇ ਕੀਤਾ ਇਹ ਵੱਡਾ ਦਾਅਵਾ
ETVBHARAT
8 minutes ago
0:30
खाटूश्यामजी निकाय चुनाव: कांग्रेस पार्षद के न आने पर बवाल, 5 बार समय बढ़ाने के बाद आखिरकार मतदान स्थगित
ETVBHARAT
27 minutes ago
2:13
Rain Alert: ବଙ୍ଗୋପ ସାଗରରେ ତୀବ୍ର ହେଉଛି ଅବପାତ, ଗଜପତିରେ ବର୍ଷୁଛି
ETVBHARAT
44 minutes ago
4:05
दिल्ली: 96 घंटे में 5 करोड़ रुपये का मादक पदार्थ जब्त, 6 विदेशी नागरिकों सहित 19 गिरफ्तार
ETVBHARAT
45 minutes ago
6:20
खुद के दिल में छेद और पैरालाइज्ड पत्नी का इलाज कराने में थे लाचार, ईटीवी भारत की खबर के बाद मिली मदद
ETVBHARAT
45 minutes ago
2:14
ধুবুৰীৰ দক্ষিণপাৰত অবৈধ কাঠফলা মিল উৎখাত
ETVBHARAT
3 months ago
4:43
ৰাইজক কৰ-কাতলৰ বোজা নিদিয়াকৈ ৰাজহ বৃদ্ধিৰ লক্ষ্য চৰকাৰৰ: জয়ন্ত মল্ল বৰুৱা
ETVBHARAT
3 months ago
1:55
মাজুলী-যোৰহাট সংযোগী দলঙৰ ৮ নম্বৰ খুঁটাত পুনৰ বিসংগতি
ETVBHARAT
3 months ago
1:29
কলিয়াবৰত বাৰ্মিজ চুপাৰিসহ তিনিজনক আটক
ETVBHARAT
3 months ago
1:40
বন্যহস্তীৰ ভয়ত বিনিদ্ৰ ৰজনী কটাইছে ক্ষেত্ৰীবাসীয়ে
ETVBHARAT
3 months ago
2:02
কলগাছিয়া অসামৰিক চিকিৎসালয়ত ৰোগী-ৰাইজে পাব বিশুদ্ধ খোৱা পানী
ETVBHARAT
4 months ago
0:41
গুৱাহাটী আৰক্ষীয়ে জিম্মাত ল'লে মঠঘৰীয়াৰ দুৰ্ঘটনাৰ পলাতক চালকক
ETVBHARAT
5 months ago
1:23
নিমাওমাও টিহুৰ হৰিভাংগা, বাতিল কৰিছে বিহুৰ অনুষ্ঠান
ETVBHARAT
5 months ago
3:33
মৰিকলং ডকাইতিকাণ্ডৰ ২ অভিযুক্তক গ্ৰেপ্তাৰ
ETVBHARAT
5 months ago
1:36
সোণাৰিত ভয়ংকৰ অগ্নিকাণ্ড; জীৱন্তে অগ্নিদগ্ধ এটি শিশু
ETVBHARAT
5 months ago
2:30
উখল-মাখল পৰিৱেশেৰে আৰম্ভ ৬৪ সংখ্যক মৰিগাঁও সদৰ ৰঙালী বিহু সন্মিলন
ETVBHARAT
5 months ago
4:39
মৰিগাঁৱত বসন্ত উৎসৱত কবিতা পুথি উন্মোচন
ETVBHARAT
5 months ago
2:57
মাহ-হালধিৰে গৰু গা ধুৱাই আনন্দত মতলীয়া মন্ত্ৰী অতুল বৰা
ETVBHARAT
5 months ago
2:23
অসমীয়া বিষয়ত ১০০ নম্বৰ; সংখ্যালঘু অঞ্চলত আকৰ্ষণীয় ফলাফল
ETVBHARAT
5 months ago
1:58
৮৩.৭৬ শতাংশ ভোটদানেৰে মাজুলীত শান্তিপূৰ্ণভাবে সম্পন্ন ভোটগ্ৰহণ
ETVBHARAT
6 months ago
Comments