Skip to playerSkip to main content
  • 2 hours ago
কলিয়াবৰ: হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলে নগাঁৱৰ কলিয়াবৰত আনন্দৰ জোৱাৰ তুলিছে । পিছপৰা অঞ্চলটোত এইবাৰ ফলাফল আশাব্যঞ্জক হৈছে । শুকুৰবাৰে ফলাফল ঘোষণাৰ পিছতে অঞ্চলটোৰ অসমীয়া মাধ্যমৰ বৰঘূলী জাতীয় বিদ্যালয়তো উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে । সংখ্যালঘু অধ্যুষিত অঞ্চলৰ অসমীয়া মাধ্যমৰ বিদ্যালয়ত অৱতীৰ্ণ হোৱা দুগৰাকী পৰীক্ষাৰ্থীয়ে অসমীয়া বিষয়ত ১০০ নম্বৰ লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে । ফৌজানা খানম আৰু ৱাছিম আক্ৰমে অসমীয়া বিষয়ত ১০০ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে । বৰঘূলী জাতীয় বিদ্যালয়খনৰ পৰা এইবাৰ অৱতীৰ্ণ হৈছিল ৭৮ গৰাকীকৈ শিক্ষাৰ্থী । তাৰ ভিতৰত এজনে ডিষ্টিংশ্যন আৰু ৫ জনে ষ্টাৰ নম্বৰ লাভ কৰাৰ লগতে ১৫ গৰাকী শিক্ষাৰ্থীয়ে প্ৰথম বিভাগত উৰ্ত্তীণ হৈছে । অঞ্চলটোৰ ফলাফল সন্দৰ্ভত এগৰাকী স্থানীয় লোকে কয়, "এনেকুৱা পিছপৰা অঞ্চলৰ পৰা গৈ অসমীয়া বিষয়ত ১০০ নম্বৰ পাই অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে ।"লগতে পঢ়ক :অহা বৰ্ষৰ পৰা গ্ৰেণ্ড চিষ্টেমত ঘোষণা হ'ব মেট্ৰিকৰ ফলাফল : ঘোষণা অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ অধ্যক্ষৰ

Category

🗞
News
Transcript
00:00Oh
00:354 years ago, I was very excited about this year.
00:41Even when the year because of my life, my childhood was very excited.
00:48I got my results fairly easily and will have a few results.
01:22Thank you very much.
01:49Thank you very much.
02:21Thank you very much.
Comments

Recommended