Skip to playerSkip to main content
  • 24 minutes ago
ডিব্ৰুগড় : শনিবাৰে ডিব্ৰুগড় জিলাৰ টিংখাং থানাৰ অন্তৰ্গত বেতনি গাঁৱৰ পথৰ কাষত উদ্ধাৰ হয় এটা অচিনাক্ত মৃতদেহ । পুৱাৰ ভাগত স্থানীয় গাঁওৰক্ষী বাহিনীৰ এজন বিষয়ববীয়াই পথৰ কাষত মৃতদেহটো প্ৰথমে প্ৰত্যক্ষ কৰে আৰু লগে লগে আৰক্ষীক খবৰ দিয়ে । মৃত ব্যক্তিজনৰ মূৰ আৰু মুখমণ্ডলত আছে আঘাতৰ স্পষ্ট চিন ।আনহাতে মৃতদেহটোৰ কাষতে এটা ছিৰিঞ্জ, এখন ৰঙচুৱা পৰ্দা সদৃশ কাপোৰ আৰু এটুকুৰা কাপোৰৰ ৰছী উদ্ধাৰ কৰা হৈছে । ৰাইজৰ সন্দেহ, দুৰ্বৃত্তই নিশাৰ আন্ধাৰৰ সুযোগ লৈ আন কোনো স্থানত হত্যা কৰি মৃতদেহটো নিৰ্জন পথৰ দাঁতিত পেলাই থৈ গৈছে । ইতিমধ্যে টিংখাং আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ৷লগতে পঢ়ক : বিধায়ক শ্বেৰমান আলীয়ে উত্তোলন কৰোতেই সৰি পৰিল পতাকা

Category

🗞
News
Transcript
00:00I'm here with the truth, and I'm not sure what's going on, but that's how we can't get it.
00:12The truth is that we can't really talk about the truth, so we can't even talk about the truth.
00:27I am a person who has a fan of the people who are in the city.
00:33We are not able to live in the city, cities, cities, cities, etc.
00:40We are not able to live in the city, but we are not able to live in the city.
00:52I am able to live in the city.
00:53In the past, the word was destroyed, and the word was destroyed.
00:58The word was destroyed, and the word was destroyed.
01:16We can't get kawaijane through our lives.
01:22This is the case, and the case is, it's not a case of the case, but the case is a
01:32case of the case.
Comments

Recommended