Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Share
Bookmark
More
Add to Playlist
Report
ETVBHARAT
Follow
ভাৰত-বাংলাদেশ সীমান্তত বৃহৎ পৰিমাণ গাঞ্জা খেতি উৎখাত আৰক্ষীৰ
4 months ago
দক্ষিণ শালমাৰা মানকাচৰ: ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে কঠোৰ হৈছে দক্ষিণ শালমাৰা মানকাচৰ আৰক্ষী । সুখচৰ থানাৰ আৰক্ষীয়ে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিছে । গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই ভাৰত-বাংলাদেশ সীমান্তৰ দেৱানেৰ আলগা চৰৰ পৰা প্ৰায় ২৯ কিলোগ্ৰাম কেঁচা গাঞ্জা জব্দ কৰে । আৰক্ষীয়ে বৃহৎ পৰিমাণৰ গাঞ্জা খেতি নষ্ট কৰি দিয়ে । গাঞ্জা খেতি কৰাৰ অভিযোগত আৰক্ষীয়ে দুগৰাকী মহিলাকো আটক কৰে । তেওঁলোকৰ বিৰুদ্ধে আৰক্ষীয়ে আইনী ব্যৱস্থা গ্ৰহণ কৰিছে । ইফালে অঞ্চলটোত আৰক্ষী উপস্থিত হোৱাৰ উমান পাই একাংশ লোক পলায়ন কৰে যদিও আৰক্ষীয়ে মহিলা দুগৰাকীক আটক কৰিবলৈ সক্ষম হয় । বুধবাৰেও সুখচৰ আৰক্ষীয়ে বেপাৰীপাৰা গাঁৱত অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জা আৰু নিচাজাতীয় সামগ্ৰী জব্দ কৰিছিল । এজন লোককো আটক কৰিছিল ।লগতে পঢ়ক :নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে এক্সন মুডত অসম আৰক্ষী
Category
🗞
News
Transcript
Display full video transcript
00:00
Thank you for listening.
Show less
Comments
Log in to post a comment
Recommended
1:38
|
Up next
পেটৰ তাৰণাত বনাঞ্চল এৰি পাকঘৰত সোমাল ভালুক
ETVBHARAT
4 weeks ago
4:30
কোকৰাঝাৰ জিলাৰ সাংগঠনিক স্থিতি শক্তিশালী কৰাৰ লক্ষ্যৰে জিলা পৰ্যায়ৰ বৈঠক
ETVBHARAT
5 weeks ago
1:27
৮০ সংখ্যক স্বাধীনতা দিৱস: ধুবুৰীত পেৰেডৰ অনুশীলন তুংগত
ETVBHARAT
5 weeks ago
3:14
বৰমাত স্বাধীনতা দিৱস উপলক্ষে বিজেপিৰ ত্ৰিৰংগা যাত্ৰা
ETVBHARAT
5 weeks ago
1:43
গৃহস্থ নথকাৰ সুযোগতে চোৰৰ চাফাই অভিযান, তিনি লাখৰো অধিক মূল্যৰ সোণ-নগদ ধন লুট
ETVBHARAT
2 months ago
7:44
राधा अष्टमी विशेष: संगीत के ज़रिये भक्ति रस घोल रहीं गायिका विधि शर्मा, बताया बचपन से अब तक का सुहाना सफर
ETVBHARAT
6 minutes ago
2:18
মালদায় নৌকা বাইচ প্রতিযোগিতা, হাজির মন্ত্রী-সাংসদ
ETVBHARAT
9 minutes ago
2:47
ਪਿਓ ਨੇ ਖੁਦ ਹੀ ਰਚੀ ਸੀ ਆਪਣੇ ਪੁੱਤ ਦੇ ਅਗਵਾ ਹੋਣ ਦੀ ਝੁਠੀ ਕਹਾਣੀ, ਪੁਲਿਸ ਨੇ ਕੀਤਾ ਖੁਲਾਸਾ
ETVBHARAT
13 minutes ago
0:58
संत कबीर नगर में गणेश प्रतिमा विसर्जन जुलूस में बवाल; उपद्रवियों ने सपा सांसद की गाड़ी के शीशे तोड़े
ETVBHARAT
13 minutes ago
1:18
अस्पताल में महिला की मौत: कांग्रेस नेता के साथ धरने पर बैठा परिवार, मुआवजे और कार्रवाई की मांग
ETVBHARAT
18 minutes ago
1:49
দেওকণ ১৭ বছৰ অনুৰ্ধ্ব আন্তঃজিলা বিদ্যালয় ফুটবল প্ৰতিযোগিতাত চৰাইদেউ বিজয়ী
ETVBHARAT
2 months ago
1:49
বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ, নগদ ১৪ লাখ টকা জব্দ
ETVBHARAT
2 months ago
4:43
ৰাইজক কৰ-কাতলৰ বোজা নিদিয়াকৈ ৰাজহ বৃদ্ধিৰ লক্ষ্য চৰকাৰৰ: জয়ন্ত মল্ল বৰুৱা
ETVBHARAT
3 months ago
1:55
মাজুলী-যোৰহাট সংযোগী দলঙৰ ৮ নম্বৰ খুঁটাত পুনৰ বিসংগতি
ETVBHARAT
3 months ago
1:40
বন্যহস্তীৰ ভয়ত বিনিদ্ৰ ৰজনী কটাইছে ক্ষেত্ৰীবাসীয়ে
ETVBHARAT
3 months ago
1:36
সোণাৰিত ভয়ংকৰ অগ্নিকাণ্ড; জীৱন্তে অগ্নিদগ্ধ এটি শিশু
ETVBHARAT
5 months ago
4:39
মৰিগাঁৱত বসন্ত উৎসৱত কবিতা পুথি উন্মোচন
ETVBHARAT
5 months ago
1:23
খোৱাঙত নাহৰফুটুকীৰ মৃতদেহ উদ্ধাৰ
ETVBHARAT
5 months ago
2:23
অসমীয়া বিষয়ত ১০০ নম্বৰ; সংখ্যালঘু অঞ্চলত আকৰ্ষণীয় ফলাফল
ETVBHARAT
5 months ago
1:58
৮৩.৭৬ শতাংশ ভোটদানেৰে মাজুলীত শান্তিপূৰ্ণভাবে সম্পন্ন ভোটগ্ৰহণ
ETVBHARAT
5 months ago
0:52
বানেকুছিৰ ভোটকেন্দ্ৰত সপৰিয়ালে ভোটদান চন্দ্ৰমোহন পাটোৱাৰীৰ
ETVBHARAT
5 months ago
1:36
অধিকাৰ সাব্যস্ত কৰিবলৈ জনতা ওলাই অহাটো গণতন্ত্ৰৰ শুভ লক্ষণ: এ কে ৰছিদ আলম
ETVBHARAT
5 months ago
2:39
ভোটাৰৰ ভিৰ দেখি উৎফুল্লিত জয়ন্ত মল্ল, সপৰিয়ালে ভোটদান নলবাৰীত
ETVBHARAT
5 months ago
1:31
তেজপুৰত নিৰ্দলীয় প্ৰাৰ্থী তথা জ্যেষ্ঠ সাংবাদিক মনোজ বৰাৰ মনোনয়ন পত্ৰ দাখিল
ETVBHARAT
6 months ago
3:23
অসমৰ খিলঞ্জীয়াক আগ্ৰাসনৰ পৰা সুৰক্ষা, সৰ্বাংগীন বিকাশ আমাৰ লক্ষ্য : জয়ন্ত মল্লবৰুৱা
ETVBHARAT
6 months ago
Comments