Skip to playerSkip to main content
  • 2 hours ago
তেজপুৰ : সোমবাৰে অসম বিধাসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন আছিল । অন্তিম দিনটোত কংগ্ৰেছ দলৰ তিনিগৰাকী শাসকীয় মিত্ৰজোঁটৰ তেজপুৰ সমষ্টিৰ অগপ বিধায়কৰ লগতে কেইবাগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে মনোনয় পত্ৰ দাখিল কৰে । বৰছলা সমষ্টিৰ এইবাৰৰ নিৰ্দলীয় প্ৰাৰ্থী হৈছে তেজপুৰৰ জ্যেষ্ঠ সাংবাদিক মনোজ বৰা । বৰাও এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী হিচাবে সোমবাৰে মনোনয়ন দাখিল কৰে ৷ বৰাই মনোনয়ন দিবলৈ আহি বিহুগীত গাই নাচি-বাগি আনন্দ উল্লাস কৰা দেখা যায় । লগতে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত বৰাই এই নিৰ্বাচনত জয়ী হ'লে কি কি কৰিব সেই সন্দৰ্ভতো কেতবোৰ মন্তব্য কৰে । ইয়াৰ উপৰিও নিৰ্দলীয় প্ৰাৰ্থী তথা জ্যেষ্ঠ সাংবাদিক মনোজ বৰাই ৰাজ্যৰ বহুকেইটা বিষয়ৰ ওপৰতো মন্তব্য কৰে ।লগতে পঢ়ক : তেওঁ পাকিস্তানত ইলেকশ্যন খেলিলে বেছি ভোট পালেহেঁতেন : গৌৰৱ গগৈলৈ পুনৰ বাক্যবাণ মুখ্যমন্ত্ৰীৰ

Category

🗞
News
Transcript
00:00we will get to that
00:01we will join the group
00:04we have a video
00:05we have a full portion of the group
00:06we will have a full portion of the group
00:08and we will get to that
00:11we will leave the group
00:13It is used for surviving the sort-of industrial culture.
00:16In the same way, there are some sort of materials in the country.
00:18When you come to the country and the country and the workplace,
00:23then you say, what do you do for your country?
00:25You say, what do you do is that?
00:27You say, why do you come to the country?
00:30You go to the country and you tell us how to move your country.
00:34You say, we cannot to get out of the country,
00:35but we do not know about your education.
00:36So do you think your education,
00:40what do you have to use them?
00:41.
00:43.
00:43.
01:11we are going to get to the police.
01:15We are going to get to the police.
01:18We are going to get to the police.
Comments

Recommended