Skip to playerSkip to main content
  • 1 day ago
মৰাণ : গুৱাহাটী মহানগৰীৰ মঠঘৰীয়াত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাৰ পিছতে পলাতক অৱস্থাত থকা ছামিম আহমেদক  ডিব্ৰুগড়ৰ লাহোৱালত গ্ৰেপ্তাৰ কৰা হৈছে । শনিবাৰে পুৱতি নিশা সংঘটিত হোৱা দুৰ্ঘটনাত মৃত্যু হৈছিল ৩ গৰাকীকৈ যুৱতীৰ । ইয়াৰ পাছতে পলায়ন কৰিছিল ছামিম আহমেদে।  লাহোৱাল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতেই গুৱাহাটীৰ পৰা অহা আৰক্ষীৰ দল এটাই পুৱতি নিশাই ছামিমক লাহোৱাল থানাৰ পৰা নিজৰ জিম্মাত লৈ গুৱাহাটীলৈ ৰাওনা হয়  । উল্লেখ্য় যে গোপন সূত্ৰৰ পম খেদি লাহোৱালৰ মোহনবাৰী বাইপাছত বিয়লি ৩.৩০ বজাত ছামিমে পদপথেৰে আহি থকা অৱস্থাতেই  ডিব্ৰুগড়ৰ যান-বাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষী বিষয়া গৌৰৱ গগৈ, লাহোৱাল থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কৌস্তভমণি গগৈ আৰু মোহনবাৰী আউটপোষ্টৰ বিষয়া কৌশিক চেতিয়াৰ যুটীয়া প্ৰচেষ্টাত ছামিম আহমেদ গ্ৰেপ্তাৰ হয় ।লগতে পঢ়ক:মঠঘৰীয়াত ভয়ংকৰ দুৰ্ঘটনা : পলাতক হৈ থকা গাড়ীচালক ছামিম আহমেদক গ্ৰেপ্তাৰমঠঘৰীয়াৰ দুৰ্ঘটনাত এগৰাকী ট্ৰাক চালকক আটক, গাড়ী চালকৰ সন্ধান নাই

Category

🗞
News
Transcript
00:01The
00:01The
00:01The
00:01The
00:01The
00:01The
00:01The
Comments

Recommended