Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Share
Bookmark
More
Add to Playlist
Report
ETVBHARAT
Follow
৩৪২ বছৰীয়া পৰম্পৰাৰে বিশ্বনাথত গোসাঁই বিহু পালন
4 months ago
বিশ্বনাথ: আহোম যুগৰ পৰা চলি অহা এক বিশেষ পৰম্পৰাৰ অংশস্বৰূপে ঐতিহাসিক বিশ্বনাথত বৃহস্পতিবাৰে গোঁসাই ফুৰোৱা উৎসৱ পালন কৰা হয় । ব’হাগৰ দ্বিতীয় দিনা প্ৰায় ৩৪২ বছৰীয়া পৰম্পৰা অনুসৰি গুপ্তকাশী বিশ্বনাথ ঘাটত ৰাইজে বিশ্বনাথ গোঁসাইক ফুৰায় ।গোসাঁই বিহুৰ বিশেষ তাৎপৰ্য অনুসৰি গুপ্তকাশী বিশ্বনাথ দেৱালয়ৰ পৰা উত্তৰ দিশে অৱস্থিত ভিৰ গাঁৱলৈ প্ৰায় ৫ কিলোমিটাৰ কেঁকোৰা দোলাত উঠাই গোঁসাইক ফুৰাবলৈ অনা হয় । পুৱাৰ ভাগত গোঁসাইক ৰীতি-নীতিৰে কেঁকোৰা দোলাত তুলি ঢুলীয়া আদিৰে পৰিবেষ্টিত হৈ যাত্ৰা আৰম্ভ কৰা হয় ।এই পৰম্পৰা পূৰ্বৰ দৰে এতিয়াও বাহাল আছে ৷ এই অনুষ্ঠানত যথেষ্ট সংখ্যক ভক্তৰ সমাগম দেখিবলৈ পোৱা যায় । গোসাঁইৰ ওভতনি যাত্ৰাৰ সময়তো উৎসৱ মুখৰ পৰিৱেশ সৃষ্টি হয় । ব'হাগ বিহুৰ লগত সামঞ্জস্য ৰাখি এই গোসাঁই ফুৰোৱা উৎসৱ তিনি শতিকাতকৈ অধিক কাল পালন কৰি অহা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে বিশ্বনাথত । লগতে পঢ়ক:আজি গোঁসাই বিহু; অসমবাসীক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন পীতাম্বৰ দেৱগোস্বামীৰ
Category
🗞
News
Transcript
Display full video transcript
00:00
Music
00:03
Music
00:04
Music
00:09
Music
00:10
Music
00:18
Music
00:18
Music
00:18
Music
00:18
Music
00:20
Music
00:20
Music
00:29
Thank you so much for watching.
01:19
Thank you very much.
01:24
Thank you very much.
02:03
Thank you very much.
Show less
Comments
Log in to post a comment
Recommended
1:37
|
Up next
ঘৰৰ চোতালত পুতি থৈছিল নিচাজাতীয় সামগ্ৰী, আটক গাঁওৰক্ষী বাহিনীৰ সম্পাদক
ETVBHARAT
2 weeks ago
1:49
দেওকণ ১৭ বছৰ অনুৰ্ধ্ব আন্তঃজিলা বিদ্যালয় ফুটবল প্ৰতিযোগিতাত চৰাইদেউ বিজয়ী
ETVBHARAT
3 weeks ago
2:13
মৃদুমুদ্ৰাৰ মৃত্যুত শোকাস্তব্ধ গংগাপুৰ: কঠোৰ আইন প্ৰণয়ন কৰিবলৈ আহ্বান আছুৰ
ETVBHARAT
7 weeks ago
1:58
যোৰহাটত ড্ৰাগছসহ আটক সৰবৰাহকাৰী
ETVBHARAT
7 weeks ago
1:39
কেনেকৈ মৃত্যু হ'ল প্ৰাক্তন অৱসৰপ্ৰাপ্ত এছএছবি জোৱানৰ !
ETVBHARAT
7 weeks ago
2:58
आखिर किस डर से सावन-भादो मायके में रहती हैं नई नवेली बहुएं? दशहरे से पहले नहीं रखती ससुराल में कदम
ETVBHARAT
10 minutes ago
5:13
हरियाणा बीजेपी अध्यक्ष के खिलाफ FIR की मांग, संपत सिंह ने लगाया जाट समुदाय को अपमानित और बदमान करने का आरोप
ETVBHARAT
13 minutes ago
1:19
अवैध घुसपैठियों की तलाश के लिए बड़ी फैक्ट्रियों में हो रही चेकिंग
ETVBHARAT
20 minutes ago
4:50
দক্ষিণবঙ্গে আজও ভারী বৃষ্টির পূর্বাভাস, দুপুরের পর আবহাওয়ার উন্নতির সম্ভাবনা
ETVBHARAT
36 minutes ago
2:05
बार एंड रेस्टोरेंट की किचन में मर्डर, सहकर्मी मुस्कान के पेट पर घोंपा चाकू, घटना का सीसीटीवी फुटेज आया सामने
ETVBHARAT
51 minutes ago
1:40
বন্যহস্তীৰ ভয়ত বিনিদ্ৰ ৰজনী কটাইছে ক্ষেত্ৰীবাসীয়ে
ETVBHARAT
2 months ago
2:18
ডুমডুমাৰ দৈনিক বজাৰত বিধ্বংসী অগ্নিকাণ্ড
ETVBHARAT
2 months ago
1:40
ধুবুৰীত বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ; দুজনক আটক
ETVBHARAT
2 months ago
3:01
অভিভাৱক মন্ত্ৰীৰ দায়িত্ব লৈয়ে বৰপেটা সত্ৰৰ আশীষ ল’লে মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰে
ETVBHARAT
2 months ago
1:20
ভাৰত-বাংলাদেশ সীমান্তত বৃহৎ পৰিমাণ গাঞ্জা খেতি উৎখাত আৰক্ষীৰ
ETVBHARAT
2 months ago
2:46
দক্ষিণ শালমাৰাৰ সুখচৰত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ ভয়ংকৰ ৰূপ
ETVBHARAT
4 months ago
3:04
চোতালত খেলি থকা শিশুৰ ওপৰত পৰিল বিদ্যুতৰ খুঁটা, বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ক্ষুব্ধ স্থানীয় লোক
ETVBHARAT
4 months ago
4:39
মৰিগাঁৱত বসন্ত উৎসৱত কবিতা পুথি উন্মোচন
ETVBHARAT
4 months ago
3:43
জীৱিত শিশুক মৃত ঘোষণা কৰাক কেন্দ্ৰ কৰি কলিয়াবৰত উত্তপ্ত পৰিস্থিতি
ETVBHARAT
4 months ago
1:43
পহিলা ব'হাগতে মাইবাং বজাৰত ভয়ংকৰ অগ্নিকাণ্ড, কেইবা লক্ষাধিক টকাৰ সামগ্ৰী ভস্মীভূত
ETVBHARAT
4 months ago
2:23
অসমীয়া বিষয়ত ১০০ নম্বৰ; সংখ্যালঘু অঞ্চলত আকৰ্ষণীয় ফলাফল
ETVBHARAT
4 months ago
2:39
ভোটাৰৰ ভিৰ দেখি উৎফুল্লিত জয়ন্ত মল্ল, সপৰিয়ালে ভোটদান নলবাৰীত
ETVBHARAT
4 months ago
1:09
যোৰহাটত ভয়াৱহ অগ্নিকাণ্ডত দহখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ভষ্মীভূত
ETVBHARAT
4 months ago
2:11
আচৰণ বিধি উলংঘা কৰি কলিয়াবৰত নিৰ্বাচনী প্ৰচাৰত নামিল শিক্ষক
ETVBHARAT
4 months ago
2:21
মাজুলী কংগ্ৰেছৰ ৰেলীত বঙলমৰাৰ পৰা আনিছে মিঞা : ভূৱন গাম
ETVBHARAT
5 months ago
Comments