Skip to playerSkip to main content
  • 2 days ago
কাংকেৰ: বিগত কেইবাদিনো ধৰি ছত্তীশগড়ৰ কাংকেৰৰ গোবিন্দপুৰ অঞ্চলত ভালুকৰ সংখ্যা বৃদ্ধি পাইছে । সঘনাই আৱাসিক এলেকাত ভালুকে প্ৰৱেশ কৰি আতংকৰ সৃষ্টি কৰিছে । খাদ্য-পানীৰ সন্ধানত সঘনাই মানুহৰ ঘৰত প্ৰৱেশ কৰি আহিছে । অঞ্চলটোত ভালুকৰ মুক্ত বিচৰণে সৃষ্টি কৰিছে এক আতংকময় পৰিৱেশৰ ।বৃহস্পতিবাৰে নিশা পুনৰ গোবিন্দপুৰ অঞ্চলত দুটা ভালুকে প্ৰৱেশ কৰি পোনে পোনে পাকঘৰলৈ গৈ খাদ্য বিচাৰিবলৈ ধৰে । ইফালে পাকঘৰত ভালুকে খাদ্য বিচাৰি চলোৱা অভিযানত বাচন-বৰ্তন পৰি হোৱা শব্দত সাৰ পাই উঠে গৃহস্থ । ঘৰৰ ভিতৰত ভালুক দেখি পৰিয়ালটো আতংকিত হৈ পৰে ।ভালুককেইটা কিছু সময়ৰ পিছত বাহিৰলৈ ওলাই আহে । সাৰংপালৰ ৰামেশ্বৰম কলনীৰ গাঁওবাসীয়ে ভালুকৰ মুক্ত বিচৰণৰ দৃশ্য কেমেৰাত বন্দী কৰি ৰাখে । স্থানীয় লোকে জনোৱা মতে, ভালুককেইটাই নিশা প্ৰায় ২ বজাত কলনীত প্ৰৱেশ কৰিছিল । শেহতীয়াকৈ পথাৰত ভালুকৰ আক্ৰমণত এহাল ভাতৃ-ভগ্নী নিহত হয় ।লগতে পঢ়ক: মাৰ্গদৰ্শীৰ বিৰুদ্ধে দাখিল কৰা আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰভাৰত–ম্যানমাৰ সীমান্তত বৃহৎ অস্ত্ৰভাণ্ডাৰ উদ্ধাৰ

Category

🗞
News
Transcript
00:00Hello, my entire family.
00:08I am not a child.
00:10I am not a child.
00:12I am not a child.
00:16The car is in the car.
00:18I have to go.
00:19Oh my god.
00:21Get out, get out.
00:23Come on!
00:25I don't know what I'm doing.
00:34I'm doing a video.
00:40Help!
00:42Help!
00:43Help!
00:45Help!
00:46I have received any other questions from theispiece to help me ask me.
00:52I ate something so I think you're becoming too miserable.
00:55Why is there a garden in the pentech?
01:03When I was going to work, I just want to smoke.
01:06When I used to smoke, I used to smoke.
01:06I was going to smoke.
01:07You're going to smoke.
01:13It's dog.
01:14It's an assessment dog.
01:15Dog is not allowed.
01:17Help!
01:19Help!
01:23Help!
01:25Then run inside an unlimited home.
01:30They run.
01:34They run.
01:35They run.
01:36Where are you?
01:36He's going.
Comments

Recommended