Skip to playerSkip to main content
  • 1 day ago
বাক্সা: ৪২নং বাক্সা সমষ্টিত ইউ পি পি এলৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল ৰাকেশ ব্ৰহ্মৰ ৷ হাজাৰ-হাজাৰ সমৰ্থকক লগত লৈ মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে মুছলপুৰৰ দুৰ্গা মন্দিৰত ৰাইজৰ সমৰ্থন আহ্বান কৰে প্ৰাৰ্থীগৰাকীয়ে । ইয়াৰ পিছতে ৰাকেশ ব্ৰহ্মই দুৰ্গা মন্দিৰৰ পৰা সমদলৰে বাক্সাৰ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰে ।মনোনয়ন পত্ৰ দাখিলৰ সময়ত ব্ৰহ্মক সংগ দিয়ে ৰাজ্যসভাৰ সাংসদ জয়ন্ত বসুমতাৰী, শালবাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ মণ্টু বড়োৰ লগতে ইউ পি পি এলৰ দলীয় নেতা-কৰ্মীসকলে ৷ বাক্সা সমষ্টিত ইউ পি পি এলৰ বিজয় নিশ্চিত বুলিও দাবী কৰে ৰাকেশ ব্ৰহ্মই ।তদুপৰি প্ৰাৰ্থিত্ব নাপাই নিৰ্দলীয়ভাৱে নিৰ্বাচন খেলিবলৈ সাজু হোৱা হিতেশ বসুমতাৰীক শুভেচ্ছা জনাই প্ৰাৰ্থীগৰাকীয়ে সদ্য দলত্যাগী বৰমা সমষ্টিৰ বিধায়ক ভূপেন বড়োক নিজৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনায় ৷লগতে পঢ়ক: অসম বিধানসভা নিৰ্বাচন ২০২৬ঃ একেখন মুখে আমনি কৰিছে; পদ্ম হাজৰিকাৰ বিৰুদ্ধে সৰৱ সুনীল চেত্ৰী

Category

🗞
News
Transcript
00:00on
00:06on
00:12on
00:14I am a man.
00:19I am a man.
00:25I am a man.
00:36I am a man.
00:40I am a very proud of our support.
00:47What do you think about this?
00:50I don't know.
00:52I don't know if I can't.
00:54I don't know if I can't.
00:55I don't know if I can't.
00:57I don't know if I can't.
00:59I don't know if I can't.
01:32I have a lot of people who have been in the past.
01:40I am going to talk to you and I am going to talk to you and I am going to
01:48talk to you and
02:04Thank you very much.
02:38Thank you very much.
Comments

Recommended