Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Share
Bookmark
More
Add to Playlist
Report
ETVBHARAT
Follow
মনোনয়ন পত্ৰ দাখিল ৰহা সমষ্টিৰ বিজেপি প্ৰাৰ্থী শশীকান্ত দাসৰ
5 months ago
নগাঁও : বিগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী হিচাপে বিজয়ী হোৱা শশীকান্ত দাসে এইবাৰ গেৰুৱা বসন পৰিধান কৰি বিজেপি প্ৰাৰ্থীৰূপে দাখিল কৰে মনোনয়ন পত্ৰ । নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত মনোনয়ন দাখিল কৰে ৰহা বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী শশীকান্ত দাসে ।শুকুৰবাৰে দিনৰ ভাগত মনোনয়ন পত্ৰ দাখিল কৰি অসমত পুনৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হোৱাটো এশ শতাংশ নিশ্চিত বুলি মন্তব্য কৰে শশীকান্ত দাসে । লগতে তেওঁ কয় যে এইবাৰ ৫০ৰ পৰা ৬০ হাজাৰ ভোটৰ ব্য়ৱধানত অগ্ৰগতি লৈ জয়ী হ'ব ।লগতে পঢ়ক:অসম বিধানসভা নিৰ্বাচন ২০২৬ঃ বঢ়মপুৰত দ্ৰোণাচাৰ্য-অৰ্জুনৰ মাজত যুঁজ হ'ব, জিতু গোস্বামীঅসম বিধানসভা নিৰ্বাচন ২০২৬ঃ একেখন মুখে আমনি কৰিছে; পদ্ম হাজৰিকাৰ বিৰুদ্ধে সৰৱ সুনীল চেত্ৰী
Category
🗞
News
Transcript
Display full video transcript
00:00
॥
00:58
Thank you very much.
01:29
Thank you very much.
01:59
Thank you very much.
02:15
Thank you very much.
02:38
Thank you very much.
03:24
Thank you very much.
03:59
Thank you very much.
04:00
Thank you very much.
Show less
Comments
Add your comment
Recommended
2:31
|
Up next
মেঘালয়ত ধাৰাসাৰ বৰষুণ, কিন্তু যোৰাবাটত ভয়াবহ কৃত্ৰিম বান
ETVBHARAT
4 weeks ago
1:45
মাজুলীত বন্যহস্তীৰ বিশাল জাকৰ মুক্ত বিচৰণ, আতংকিত ৰাইজ
ETVBHARAT
4 weeks ago
2:14
নগাঁৱত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক মহিলা সৰবৰাহকাৰী
ETVBHARAT
5 weeks ago
2:14
ধুবুৰীৰ দক্ষিণপাৰত অবৈধ কাঠফলা মিল উৎখাত
ETVBHARAT
6 weeks ago
1:29
কলিয়াবৰত বাৰ্মিজ চুপাৰিসহ তিনিজনক আটক
ETVBHARAT
2 months ago
1:25
विदिशा में बारिश से उफान पर बेतवा, पुराने अशोकनगर मार्ग का पुल और मंदिर जलमग्न, अलर्ट जारी
ETVBHARAT
8 hours ago
1:17
अभी भी पानी में डूबा है असम, अब तक 101 लोगों की मौत, बाढ़ से जूझ रहे हैं सवा लाख से ज्यादा लोग
ETVBHARAT
8 hours ago
2:11
ସରପଞ୍ଚ ଚାମେଲିଙ୍କ ବିରୋଧରେ ଅନାସ୍ଥା ଭୋଟିଂ ଘଟଣା: ନିର୍ବାଚନ ହେବ, ହେଲେ ଫଳ ପ୍ରକାଶ ଉପରେ ଅଙ୍କୁଶ ଲଗାଇଲେ ହାଇକୋର୍ଟ
ETVBHARAT
8 hours ago
0:30
पंचकूला सरकारी अस्पताल से पंखे चोरी करता व्यक्ति रंगे हाथों अरेस्ट, पहली मंजिल से दिनदहाड़े खोल रहा था पंखा
ETVBHARAT
9 hours ago
0:43
ਪੰਜਾਬ ਯੂਨੀਵਰਸਿਟੀ ਚੋਣਾਂ: ‘ਆਪ’ ਨੇ ਖਿੱਚੀ ਤਿਆਰੀ, ਮੀਤ ਹੇਅਰ ਤੇ MLA ਸੁਖਾਨੰਦ ਨੂੰ ਸੌਂਪੀ ਵੱਡੀ ਜ਼ਿੰਮੇਵਾਰੀ
ETVBHARAT
9 hours ago
3:48
কবি মিহিৰ মৌচম ৰয়ৰ কাব্যগ্ৰন্থ উন্মোচন
ETVBHARAT
2 months ago
1:40
বন্যহস্তীৰ ভয়ত বিনিদ্ৰ ৰজনী কটাইছে ক্ষেত্ৰীবাসীয়ে
ETVBHARAT
2 months ago
2:18
ডুমডুমাৰ দৈনিক বজাৰত বিধ্বংসী অগ্নিকাণ্ড
ETVBHARAT
2 months ago
0:41
গুৱাহাটী আৰক্ষীয়ে জিম্মাত ল'লে মঠঘৰীয়াৰ দুৰ্ঘটনাৰ পলাতক চালকক
ETVBHARAT
4 months ago
3:04
চোতালত খেলি থকা শিশুৰ ওপৰত পৰিল বিদ্যুতৰ খুঁটা, বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ক্ষুব্ধ স্থানীয় লোক
ETVBHARAT
4 months ago
2:19
মৰিগাঁৱত বীৰাংগনা সতী সাধনী দিৱস উদযাপন
ETVBHARAT
4 months ago
0:26
কাৰ ভাগ্য উদয় হ’ব, কোন ৰাশিৰ জাতক-জাতিকাৰ সফলতাৰ দুৱাৰ খোল খাব ? জানো আহক আজিৰ ৰাশিফলত...
ETVBHARAT
4 months ago
4:39
মৰিগাঁৱত বসন্ত উৎসৱত কবিতা পুথি উন্মোচন
ETVBHARAT
4 months ago
1:23
খোৱাঙত নাহৰফুটুকীৰ মৃতদেহ উদ্ধাৰ
ETVBHARAT
4 months ago
1:58
৮৩.৭৬ শতাংশ ভোটদানেৰে মাজুলীত শান্তিপূৰ্ণভাবে সম্পন্ন ভোটগ্ৰহণ
ETVBHARAT
4 months ago
2:39
ভোটাৰৰ ভিৰ দেখি উৎফুল্লিত জয়ন্ত মল্ল, সপৰিয়ালে ভোটদান নলবাৰীত
ETVBHARAT
4 months ago
4:43
গণতন্ত্ৰৰ উৎসৱত হিলদল ভাঙি আহিছে লোক
ETVBHARAT
4 months ago
1:09
যোৰহাটত ভয়াৱহ অগ্নিকাণ্ডত দহখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ভষ্মীভূত
ETVBHARAT
4 months ago
1:05
প্ৰচাৰৰ অন্তিম দিনা ৰঙিয়াত শক্তি প্ৰদৰ্শন শাসক-বিৰোধীৰ
ETVBHARAT
4 months ago
1:31
তেজপুৰত নিৰ্দলীয় প্ৰাৰ্থী তথা জ্যেষ্ঠ সাংবাদিক মনোজ বৰাৰ মনোনয়ন পত্ৰ দাখিল
ETVBHARAT
5 months ago
Comments