Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Add to Playlist
Report
ETVBHARAT
Follow
কোনো চিনাকী লোকেই জড়িত মৰিকলঙৰ ডকাইতিকাণ্ডত: আইজিপি জি ভি শিৱপ্ৰসাদ
6 months ago
নগাঁও: নগাঁও জিলাৰ মৰিকলঙৰ চিকিৎসক ৰঞ্জিত শইকীয়াৰ ঘৰত বৃহস্পতিবাৰে সংঘটিত ডকাইতিৰ ঘটনাত জড়িতসকলক আৰক্ষীয়ে অতি শীঘ্ৰে কৰায়ত্ব কৰিব । ইতিমধ্য়ে এই ঘটনাৰে জড়িতসকলক চিনাক্ত কৰা বুলি উল্লেখ কৰিছে অসম আৰক্ষীৰ মধ্য মণ্ডলৰ আইজিপি জি ভি শিৱপ্ৰসাদে ।শুকুৰবাৰে এই চাঞ্চল্যকৰ ডকাইতিকাণ্ডৰ ঘটনাস্থলীত উপস্থিত আইজিপি জি ভি শিৱপ্ৰসাদে এই বিষয়ে সংবাদ মাধ্য়মৰ আগত কয়, "ইতিমধ্যেই ঘটনাৰ যথেষ্ট ক্লু লাভ কৰিছে আৰক্ষীয়ে । অতি শীঘ্ৰে ঘটনাৰ সৈতে জড়িতসকল জালত পৰিব । এইলোকসকলে নিজৰ পৰিচয় লুকুৱাবলৈ চেষ্টা কৰিছিল যদিও আৰক্ষীয়ে তথ্য় লাভ কৰিছে ।" কোনো চিনাকি লোকে পৰিকল্পিতভাৱে এই ঘটনাটো সংঘটিত কৰিব পাৰে বুলি মন্তব্য় কৰে আৰক্ষীৰ শীৰ্ষ বিষয়াগৰাকীয়ে ।উল্লেখ্য় যে যোৱা বৃহস্পতিবাৰে নিশা নগাঁৱৰ মৰিকলঙৰ এগৰাকী চিকিৎসকৰ ঘৰত সংঘটিত হয় এই চাঞ্চল্যকৰ ডকাইতিকাণ্ড । চিকিৎসক ৰঞ্জিত শইকীয়াৰ ঘৰত নিশা ডকাইতে লুটপাত চলায় । ডকাইতৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় ডাঃ ৰঞ্জিত শইকীয়া আৰু তেওঁৰ পত্নী । লগতে পঢ়ক:নগাঁৱত ডকাইতি: চিকিৎসকৰ পৰিয়ালক আক্ৰমণ কৰি লুটিলে ধন-সোণডকাইতি কৰিবলৈ আহি গণৰোষত ডকাইতৰ দল: গণপ্ৰহাৰত মৃত্যু ৩ ডকাইতৰ
Category
🗞
News
Transcript
Display full video transcript
00:00
Thank you for listening.
00:30
Thank you for listening.
Show less
Recommended
1:38
|
Up next
পেটৰ তাৰণাত বনাঞ্চল এৰি পাকঘৰত সোমাল ভালুক
ETVBHARAT
2 months ago
4:30
কোকৰাঝাৰ জিলাৰ সাংগঠনিক স্থিতি শক্তিশালী কৰাৰ লক্ষ্যৰে জিলা পৰ্যায়ৰ বৈঠক
ETVBHARAT
2 months ago
1:27
৮০ সংখ্যক স্বাধীনতা দিৱস: ধুবুৰীত পেৰেডৰ অনুশীলন তুংগত
ETVBHARAT
2 months ago
2:31
মেঘালয়ত ধাৰাসাৰ বৰষুণ, কিন্তু যোৰাবাটত ভয়াবহ কৃত্ৰিম বান
ETVBHARAT
3 months ago
3:01
অসম চুক্তিৰ ছয় নং দফাৰ বাবে পৃথক পুঁজি আৱণ্টন নকৰাৰ বিৰুদ্ধে ক্ষোভ আছুৰ
ETVBHARAT
3 months ago
2:34
সময় এলে রজনীগন্ধার মালা দেব, মুখে কালি নয়; সুদীপকে নিশানা করে বিস্ফোরক কুণাল
ETVBHARAT
17 minutes ago
4:01
'ଇଣ୍ଡିଆ କେମ୍ ୨୦୨୬'ରୁ ଓଡ଼ିଶାକୁ ବଡ଼ ସଫଳତା; ୫୪୦୦୦ କୋଟିର ପୁଞ୍ଜି ନିବେଶ ପ୍ରସ୍ତାବ ସହ ଫେରିଲେ ମୁଖ୍ୟମନ୍ତ୍ରୀ
ETVBHARAT
25 minutes ago
5:13
कवर्धा के कुमान गांव में बैगा बच्चों की मौत का मामला, कांग्रेस जांच टीम ने किया दौरा, साय सरकार पर दागे सवाल
ETVBHARAT
27 minutes ago
0:41
भाजपा नेता यतेंद्र शर्मा का अखिलेश यादव पर तंज, बोले- जनता तय करे बुलडोजर सरकार चाहिए या मौलाना की
ETVBHARAT
40 minutes ago
1:35
बंगाल की खाड़ी में मंडराया चक्रवात का खतरा: 26 अक्टूबर को आ सकता है तूफान, ओडिशा और आंध्र प्रदेश में भारी बारिश का अलर्ट
ETVBHARAT
41 minutes ago
2:14
নগাঁৱত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক মহিলা সৰবৰাহকাৰী
ETVBHARAT
4 months ago
2:58
আজি ৰাষ্ট্ৰীয় চিকিৎসক দিৱস: চিকিৎসকসকলৰ নিঃস্বাৰ্থ সেৱা আৰু ত্যাগৰ প্ৰতি সন্মান জনোৱাৰ দিন
ETVBHARAT
4 months ago
2:27
সন্দেহযুক্ত লোকক এমাহৰ ভিতৰত বৰভাগ এৰাৰ সকীয়নি ৰাইজৰ
ETVBHARAT
4 months ago
1:29
কলিয়াবৰত বাৰ্মিজ চুপাৰিসহ তিনিজনক আটক
ETVBHARAT
4 months ago
3:34
৬ বছৰ পূৰ্বে নিৰ্মাণ কৰা ৰাজহুৱা শৌচালয় আজিও নহ'ল মুকলি
ETVBHARAT
4 months ago
2:20
শিৱসাগৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ মাতৃৰ মৰণোত্তৰ চকু দান
ETVBHARAT
5 months ago
0:41
গুৱাহাটী আৰক্ষীয়ে জিম্মাত ল'লে মঠঘৰীয়াৰ দুৰ্ঘটনাৰ পলাতক চালকক
ETVBHARAT
6 months ago
2:46
দক্ষিণ শালমাৰাৰ সুখচৰত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ ভয়ংকৰ ৰূপ
ETVBHARAT
6 months ago
1:23
নিমাওমাও টিহুৰ হৰিভাংগা, বাতিল কৰিছে বিহুৰ অনুষ্ঠান
ETVBHARAT
6 months ago
4:39
মৰিগাঁৱত বসন্ত উৎসৱত কবিতা পুথি উন্মোচন
ETVBHARAT
6 months ago
1:26
মহিলা সংৰক্ষণ বিধেয়ক সন্দৰ্ভত বিৰোধীৰ ভূমিকাৰ বিৰুদ্ধে প্ৰতিবাদ বিজেপিৰ
ETVBHARAT
6 months ago
1:04
মৰিগাঁৱত পহিলা ব'হাগৰ পৰাই তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ ৰঙালী বিহু
ETVBHARAT
6 months ago
2:23
অসমীয়া বিষয়ত ১০০ নম্বৰ; সংখ্যালঘু অঞ্চলত আকৰ্ষণীয় ফলাফল
ETVBHARAT
7 months ago
2:39
ভোটাৰৰ ভিৰ দেখি উৎফুল্লিত জয়ন্ত মল্ল, সপৰিয়ালে ভোটদান নলবাৰীত
ETVBHARAT
7 months ago
1:05
প্ৰচাৰৰ অন্তিম দিনা ৰঙিয়াত শক্তি প্ৰদৰ্শন শাসক-বিৰোধীৰ
ETVBHARAT
7 months ago