Skip to playerSkip to main content
  • 2 minutes ago
তিনিচুকীয়া : তিনিচুকীয়া জিলাৰ ডুমডুমাৰ দৈনিক বজাৰত দেওবাৰে পুৱা সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড । পুৱা প্ৰায় ৬ বজাত দৈনিক বজাৰৰ চৌধুৰী মাৰ্কেটৰ পৰাই জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে ।অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছত দোকানত থকা ফটকা বিস্ফোৰণৰ পৰা অগ্নিকাণ্ডই আৰু অধিক বিধ্বংসীৰ ৰূপ লয় ৷ স্থানীয় লোকে লগে লগে ঘটনা সন্দৰ্ভত প্ৰশাসনক অৱগত কৰাত ঘটনাস্থলীত ডুমডুমা আৰক্ষীৰ লগতে অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা চলায় ৷অগ্নিনিৰ্বাপক বাহিনীৰ ৫ খনতকৈ অধিক বাহনে জুই নিৰ্বাপনৰ চেষ্টা চলাই যদিও পুৱা প্ৰায় ১০ বজালৈকে জুই সম্পূৰ্ণৰূপে নিৰ্বাপিত হোৱা নাই । অগ্নিকাণ্ডত দৈনিক বজাৰৰ প্ৰায় ৫ খনতকৈ অধিক দোকান ভস্মীভূত হয় ৷ বৰ্তমানলৈ জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ ৷লগতে পঢ়ক : পুৱতি নিশা দিল্লীৰ অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড, প্ৰাণ হেৰুৱালে কমেও তিনিজনেআতচবাজী কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড, সাতজন শ্ৰমিকৰ মৃত্যুদিল্লী অগ্নিকাণ্ড: বিগত ৬ বছৰত অগ্নিকাণ্ডজনিত দুৰ্ঘটনাত ৫৪৩ জন লোকৰ প্ৰাণহানি

Category

🗞
News
Transcript
00:09In a third floor of the wood, we have to make it inside.
00:18We have to make it inside and make it inside.
00:26The house is the only 4th house.
00:322 400 house have gone and the house has gone.
00:35Because the house in the house is gone.
00:38The house is gone and the house is gone and place it.
00:43Then the house is gone and the house is gone.
00:47Do you think the wind is going to put in a bottle of water?
00:49You don't know, the wind's going to put across three wheels?
01:01There are three wheels.
01:05When the wind was gone, the wind's going to put in a bottle of water,
01:17Please keep the language of your name.
01:17Now, I can't put it on a bus but I am aware of it that I am missing.
01:22I am blanking on to see this car when there is no problem like this.
01:26This car has no problem.
01:28This car has only lost 20% of it.
01:36Very clear, it makes us feel loyal to this car and you are still worried about it.
01:42It was a difficult time to find out in the city.
01:45We did call the city's city, to create a river and to feed the city.
01:50But we had to make it impossible, so we can still have an impact.
01:56We have helped the city of one city, it's still very small and small.
01:59There is no cover to stay the first place.
02:02We will not have any resistance in the government.
02:05We will not have any resistance from the government.
02:07The government will be under 40% of government policies and the government will not have any resistance to the
02:15government.
Comments

Recommended