Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Share
Bookmark
More
Add to Playlist
Report
ETVBHARAT
Follow
খোৱাঙত নাহৰফুটুকীৰ মৃতদেহ উদ্ধাৰ
4 months ago
মৰাণ: খোৱাঙৰ চেনিমাৰী ব্লক গাঁৱত নাহৰফুটুকীৰ মৃতদেহ উদ্ধাৰ । দীৰ্ঘদিনৰ পৰা অঞ্চলটোত নাহৰফুটুকীয়ে সন্ত্ৰাস চলাই থকাৰ মাজতে দেওবাৰে পুৱা নাহৰফুটুকীৰ মৃতদেহটো প্ৰত্যক্ষ কৰে । প্ৰকাণ্ড নাহৰফুটুকীটোৰ কেনেকৈ মৃত্যু হ'ল সেই কথা জানিব পৰা হোৱা নাই । ইয়াৰ পিচতেই খোৱাং আঞ্চলিক বন বিভাগৰ দল উপস্থিত হৈ মৃত নাহৰফুটুকীটো উদ্ধাৰ কৰি বন বিভাগৰ কাৰ্যালয়লৈ আনে । প্ৰাপ্তবয়স্ক নাহৰফুটুকীটোৰ মৰণোত্তৰ পৰীক্ষাৰ পাছতহে মৃত্যুৰ কাৰণ জানিব পৰা হ'ব বুলি কয় বন বিভাগৰ বিষয়াই ।ৰাইজে উল্লেখ কৰা অনুসৰি অঞ্চলটোত নাহৰফুটুকীয়ে সন্ত্ৰাস চলাই কৃষক ৰাইজক ক্ষতি সাধন কৰি আহিছে । বহুবাৰ বন বিভাগে নাহৰফুটুকী ধৰিবলৈ পিঞ্জৰা স্থাপন কৰিছিল যদিওপিঞ্জৰাবদ্ধ হোৱা নাছিল যদিও আজি ৰহস্যজনকভাবে নাহৰফুটুকীটোৰ মৃতদেহ উদ্ধাৰ হয় । লগতে পঢ়ক:জংঘল এৰি ৰাস্তাত গম্ভীৰ খোজেৰে আগে আগে চিতা, পিছে পিছে মোবাইল লৈ ফটো তোলোতা
Category
🗞
News
Transcript
Display full video transcript
00:00
Thank you for joining us.
Show less
Comments
Log in to post a comment
Recommended
0:31
|
Up next
বিহালীত স্বাধীনতা দিৱসৰ পতাকা উত্তোলনত অথন্তৰ
ETVBHARAT
6 days ago
1:35
টিংখাঙৰ বেতনি গাঁৱৰ পথৰ দাঁতিত উদ্ধাৰ অচিনাক্ত মৃতদেহ
ETVBHARAT
6 days ago
1:27
৮০ সংখ্যক স্বাধীনতা দিৱস: ধুবুৰীত পেৰেডৰ অনুশীলন তুংগত
ETVBHARAT
1 week ago
5:21
সুৰৰ মূৰ্চ্ছনাৰে আৰ্তজনলৈ সহায়ৰ হাত: ডুমডুমাত স্বতঃস্ফূৰ্তভাৱে ওলাই আহিল ‘সুৰ বাহিনী’
ETVBHARAT
3 weeks ago
2:31
মেঘালয়ত ধাৰাসাৰ বৰষুণ, কিন্তু যোৰাবাটত ভয়াবহ কৃত্ৰিম বান
ETVBHARAT
5 weeks ago
2:44
Qaumi Insaaf Morcha: ਮਾਂ ਦਾ ਦੇਹਾਂਤ ਹੋਇਆ, ਧੀ ਨਹੀਂ ਜਾ ਪਾ ਰਹੀ ਜਲੰਧਰ, ਪਟਿਆਲਾ ਤੇ ਫਿਰੋਜ਼ਪੁਰ ਵਿੱਚ ਬੰਦ ਦਾ ਅਸਰ
ETVBHARAT
13 minutes ago
1:29
निर्माणाधीन बिल्डिंग की शटरिंग गिरने से हादसा, एक मजदूर की मौत, तीन घायल
ETVBHARAT
14 minutes ago
0:39
ट्रेन के इंतजार में खड़े थे यात्री, प्लेटफॉर्म पर घुस आई कार, मच गई अफरा-तफरी
ETVBHARAT
18 minutes ago
2:44
ആളില്ലാത്ത വീട്ടില് മോഷണം; വിവാഹത്തിനായി കരുതിവച്ച 50 പവന് കവര്ന്നു
ETVBHARAT
25 minutes ago
3:27
ਮੋਹਾਲੀ ਚੰਡੀਗੜ੍ਹ ਬਾਰਡਰ ਉੱਤੇ ਬੰਦ ਦੌਰਾਨ ਸੁਰੱਖਿਆ ਸਖ਼ਤ, ਵੇਖੋ ਤਸਵੀਰਾਂ
ETVBHARAT
31 minutes ago
1:45
মাজুলীত বন্যহস্তীৰ বিশাল জাকৰ মুক্ত বিচৰণ, আতংকিত ৰাইজ
ETVBHARAT
5 weeks ago
2:14
ধুবুৰীৰ দক্ষিণপাৰত অবৈধ কাঠফলা মিল উৎখাত
ETVBHARAT
7 weeks ago
1:58
যোৰহাটত ড্ৰাগছসহ আটক সৰবৰাহকাৰী
ETVBHARAT
2 months ago
2:27
সন্দেহযুক্ত লোকক এমাহৰ ভিতৰত বৰভাগ এৰাৰ সকীয়নি ৰাইজৰ
ETVBHARAT
2 months ago
1:55
মাজুলী-যোৰহাট সংযোগী দলঙৰ ৮ নম্বৰ খুঁটাত পুনৰ বিসংগতি
ETVBHARAT
2 months ago
1:40
বন্যহস্তীৰ ভয়ত বিনিদ্ৰ ৰজনী কটাইছে ক্ষেত্ৰীবাসীয়ে
ETVBHARAT
2 months ago
2:18
ডুমডুমাৰ দৈনিক বজাৰত বিধ্বংসী অগ্নিকাণ্ড
ETVBHARAT
2 months ago
1:20
ভাৰত-বাংলাদেশ সীমান্তত বৃহৎ পৰিমাণ গাঞ্জা খেতি উৎখাত আৰক্ষীৰ
ETVBHARAT
3 months ago
2:46
দক্ষিণ শালমাৰাৰ সুখচৰত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ ভয়ংকৰ ৰূপ
ETVBHARAT
4 months ago
3:04
চোতালত খেলি থকা শিশুৰ ওপৰত পৰিল বিদ্যুতৰ খুঁটা, বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ক্ষুব্ধ স্থানীয় লোক
ETVBHARAT
4 months ago
2:23
অসমীয়া বিষয়ত ১০০ নম্বৰ; সংখ্যালঘু অঞ্চলত আকৰ্ষণীয় ফলাফল
ETVBHARAT
4 months ago
1:58
৮৩.৭৬ শতাংশ ভোটদানেৰে মাজুলীত শান্তিপূৰ্ণভাবে সম্পন্ন ভোটগ্ৰহণ
ETVBHARAT
4 months ago
2:39
ভোটাৰৰ ভিৰ দেখি উৎফুল্লিত জয়ন্ত মল্ল, সপৰিয়ালে ভোটদান নলবাৰীত
ETVBHARAT
4 months ago
0:52
বানেকুছিৰ ভোটকেন্দ্ৰত সপৰিয়ালে ভোটদান চন্দ্ৰমোহন পাটোৱাৰীৰ
ETVBHARAT
4 months ago
2:11
আচৰণ বিধি উলংঘা কৰি কলিয়াবৰত নিৰ্বাচনী প্ৰচাৰত নামিল শিক্ষক
ETVBHARAT
5 months ago
Comments