Skip to playerSkip to main content
  • 5 minutes ago
নগাঁও: সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে বৃহস্পতিবাৰে সন্ধিয়া নগাঁও জিলা ছাত্ৰ সন্থাই এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । অসমৰ কোটি কোটি জনতাৰ হিয়াৰ আমঠু, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ দাবীত নগাঁও চহৰৰ ৰাজপথত এক বিশাল মম শিখা সমদল উলিওৱা হয় ।নগাঁও জিলা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদী সমদলটোৱে সমগ্ৰ নগাঁও চহৰ পৰিক্ৰমা কৰে । সমদলত অংশগ্ৰহণ কৰা শতাধিক ছাত্ৰ-যুৱক আৰু প্ৰতিবাদকাৰীয়ে শিল্পীগৰাকীৰ প্ৰতি থকা মৰম আৰু আৱেগ প্ৰকট কৰাৰ লগতে জুবিন গাৰ্গৰ ক্ষেত্ৰত ক্ষিপ্ৰ আৰু উচিত ন্যায় প্ৰদানৰ দাবীৰে আকাশ-বতাহ কঁপাই তোলে ।এই গুৰুত্বপূৰ্ণ প্ৰতিবাদী কাৰ্যসূচীত আছুৰ কেন্দ্ৰীয় নেতৃত্বৰ লগতে নগাঁও জিলা সমিতি আৰু বিভিন্ন আঞ্চলিক সমিতিৰ বহুসংখ্যক বিষয়ববীয়া তথা ছাত্ৰ-ছাত্ৰীয়ে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰে । প্ৰতিবাদকাৰীসকলে স্পষ্ট কৰি দিয়ে যে অসমীয়াৰ আবেগ জুবিন গাৰ্গৰ ন্যায়ৰ এই সংগ্ৰাম চৰকাৰে কোনো কাৰণতে আওকাণ কৰিব নোৱাৰে ।লগতে পঢ়ক: জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজ্যপালক ৭ দফীয়া দাবীৰ স্মাৰক পত্ৰ দাখিল গৰিমা শইকীয়া গাৰ্গৰজুবিন গাৰ্গৰ ন্যায়ৰ আন্দোলনত গৰিমা গাৰ্গক সমুখৰ পৰা নেতৃত্ব দিয়াৰ আহ্বান

Category

🗞
News
Transcript
00:00.
00:00.
00:00.
00:00.
00:00.
00:00.
00:00.
00:01.
00:02.
00:08foreign
00:09foreign
00:32It's not, there are noistenances for people.
00:35It's all, it's all, it's all.
00:38It's all for people like that.
00:39This is for all of us for the conversation.
00:39We will tell them that we have community justice for the people.
00:47We will to help them with the people we are in our conversation.
00:50That's why we're here.
00:51We should help them, and we'll help them.
00:53This is for all of us to help them to help them.
00:57We will help them to help them.

Recommended