Skip to playerSkip to main content
  • 2 days ago
ধুবুৰী: ৮০ সংখ্যক স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ এটা দিন । স্বাধীনতা দিৱস উদযাপনৰ বাবে সমগ্ৰ দেশতে ব্যাপক প্ৰস্তুতি চলিছে । একেদৰে ধুবুৰী জিলা প্ৰশাসনেও স্বাধীনতা দিৱসটি উদযাপনৰ বাবে ব্যাপক আয়োজন কৰিছে । ধুবুৰীৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত আৰক্ষীয়ে পেৰেডৰ অনুশীলন আৰু কুচকাৱাজ চলাই থকা পৰিলক্ষিত হৈছে ।  স্বাধীনতা দিৱস উপলক্ষে ধুবুৰী জিলাত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে । সীমান্ত অঞ্চলতো সীমান্ত সুৰক্ষা বাহিনীৰ সৈতে ধুবুৰী আৰক্ষীয়ে গঢ়ি তুলিছে কঠোৰ নিৰাপত্তা বেষ্টনী । শান্তিপূৰ্ণভাৱে ৰাইজক স্বাধীনতা দিৱস উদযাপন কৰিবলৈ আহ্বান জনাইছে ধুবুৰী জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক দেৱজিৎ বৰাই । তেওঁ কয় যে দেশৰ স্বাধীনতা দিৱস উদযাপনৰ প্ৰতি লক্ষ্য কৰি সমগ্ৰ জিলা খনতে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাৰ লগতে সমগ্ৰ জিলাখনতে তীক্ষ্ণ নজৰ ৰখা হৈছে ।লগতে পঢ়ক: অসম-অৰুণাচল সীমান্তত সংঘটিত গুলীয়াগুলীৰ উচিত তদন্তৰ আশ্বাস পেমা খাণ্ডুৰহৰ ঘৰ ত্ৰিৰংগা, নগাঁও জিলা প্ৰশাসনে উলিয়ালে বাইক ৰেলী - ইটিভি ভাৰত অসম

Category

🗞
News
Transcript
00:24Welcome to the whole period of celebration.
00:39Welcome to the whole period of celebration.
00:53Welcome to the whole period of celebration.
00:57Welcome to the whole period of celebration.
01:16Welcome to the whole period of celebration.
01:22Welcome to the whole period of celebration.
Comments

Recommended