Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Share
Bookmark
More
Add to Playlist
Report
ETVBHARAT
Follow
বানেকুছিৰ ভোটকেন্দ্ৰত সপৰিয়ালে ভোটদান চন্দ্ৰমোহন পাটোৱাৰীৰ
4 months ago
নলবাৰী : নলবাৰী জিলাৰ প্ৰতিটো সমষ্টিতে ভোটকেন্দ্ৰবোৰত পুৱাৰ পৰা ভোটাৰৰ ভিৰ দেখা গৈছে । জিলাখনৰ বানেকুছিৰ ডাঙুৱাপাৰাৰ ভোটকেন্দ্ৰত পুৱাই পৰিয়ালৰ সৈতে মন্ত্ৰী তথা টিহু সমষ্টিৰ এনডিএ প্ৰাৰ্থী চন্দ্ৰমোহন পাটোৱাৰী উপস্থিত হ'ল । স্বামী চন্দ্ৰমোহন পাটোৱাৰীৰ সৈতে পত্নী তথা বিশিষ্ট সাহিত্যিক ডঃ ৰীতা চৌধুৰী আৰু পুত্ৰইও একেলগে ভোটদান কৰিলে । ভোটদান কৰাৰ পিছতে সকলোকে নিজৰ বহুমূলীয়া ভোট প্ৰদান কৰাৰ বাবে ওলাই আহিবলৈ আহ্বান জনালে চন্দ্ৰমোহন পাটোৱাৰীয়ে । ভোটদানৰ অন্তত সংবাদ মাধ্যমৰ আগত তেওঁ কয়, "প্ৰতিকূল বতৰৰ পিছতো সকলো ৰাইজ ওলাই আহিছে । গতিকে এইটো ভাল খবৰ । গণতন্ত্ৰৰ বাবে শুভলক্ষণ ।"লগতে পঢ়ক :পৰিৱৰ্তনৰ স্বাৰ্থত ৰাইজ ওলাই আহিছে : ভোটদানৰ পাছতে গৌৰৱ গগৈৰ এই মন্তব্য
Category
🗞
News
Transcript
Display full video transcript
00:37
Thank you very much.
Show less
Comments
Add your comment
Recommended
1:58
|
Up next
যোৰহাটত ড্ৰাগছসহ আটক সৰবৰাহকাৰী
ETVBHARAT
6 weeks ago
2:18
ডুমডুমাৰ দৈনিক বজাৰত বিধ্বংসী অগ্নিকাণ্ড
ETVBHARAT
2 months ago
2:20
মাজুলীৰ বনগাঁৱত 'পাৰ্থেনিয়াম' সম্পৰ্কীয় সজাগতা সভা
ETVBHARAT
2 months ago
0:41
গুৱাহাটী আৰক্ষীয়ে জিম্মাত ল'লে মঠঘৰীয়াৰ দুৰ্ঘটনাৰ পলাতক চালকক
ETVBHARAT
4 months ago
2:46
দক্ষিণ শালমাৰাৰ সুখচৰত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ ভয়ংকৰ ৰূপ
ETVBHARAT
4 months ago
0:35
UP चुनाव के लिए कांग्रेस की रणनीति; 'संगठन सृजन अभियान' से जमीन तैयार कर रही पार्टी
ETVBHARAT
2 hours ago
0:29
दहशत फैलाने वाला तेंदुआ पिंजरे में हुआ कैद; ग्रामीणों ने ली राहत की सांस
ETVBHARAT
3 hours ago
0:36
कौशांबी में प्रभारी मंत्री कृष्णा पासवान के बयान पर मचा बवाल, 'दाढ़ी पकड़कर घसीट लाओ' वाले बयान ने पकड़ा तूल
ETVBHARAT
3 hours ago
5:23
'विदेशी' और 'परदेशी' के घर पैदा हुए 'अंग्रेज' और 'कांग्रेस', जानिए बिहार के इस परिवार के अनोखे नामों का सच
ETVBHARAT
3 hours ago
3:08
स्वतंत्रता दिवस पर मदरसों में फहराएगा तिरंगा, मुस्लिम धर्मगुरुओं ने किया यूपी सरकार के फैसले का स्वागत
ETVBHARAT
3 hours ago
4:57
বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যুগত নাম-কীৰ্তনৰে ভগৱন্তৰ চৰণত শিৱম ট্ৰান্সকন প্ৰাইভেট লিমিটেডে
ETVBHARAT
4 months ago
0:26
কাৰ ভাগ্য উদয় হ’ব, কোন ৰাশিৰ জাতক-জাতিকাৰ সফলতাৰ দুৱাৰ খোল খাব ? জানো আহক আজিৰ ৰাশিফলত...
ETVBHARAT
4 months ago
1:20
যোৰহাটত দাওদাওকৈ জ্বলিল বাহন
ETVBHARAT
4 months ago
4:39
মৰিগাঁৱত বসন্ত উৎসৱত কবিতা পুথি উন্মোচন
ETVBHARAT
4 months ago
1:23
খোৱাঙত নাহৰফুটুকীৰ মৃতদেহ উদ্ধাৰ
ETVBHARAT
4 months ago
2:23
অসমীয়া বিষয়ত ১০০ নম্বৰ; সংখ্যালঘু অঞ্চলত আকৰ্ষণীয় ফলাফল
ETVBHARAT
4 months ago
1:58
৮৩.৭৬ শতাংশ ভোটদানেৰে মাজুলীত শান্তিপূৰ্ণভাবে সম্পন্ন ভোটগ্ৰহণ
ETVBHARAT
4 months ago
9:04
দিছপুৰত বিৰোধী ঐক্যৰ চৰকাৰ : ভোটাধিকাৰ সাব্যস্ত কৰি এই দাবী অজাপ প্ৰাৰ্থী ৰাজেন গোহাঁইৰ
ETVBHARAT
4 months ago
4:43
গণতন্ত্ৰৰ উৎসৱত হিলদল ভাঙি আহিছে লোক
ETVBHARAT
4 months ago
4:25
সপৰিয়ালে ভোটাধিকাৰ সাব্যস্ত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰূপক শৰ্মাৰ
ETVBHARAT
4 months ago
2:11
আচৰণ বিধি উলংঘা কৰি কলিয়াবৰত নিৰ্বাচনী প্ৰচাৰত নামিল শিক্ষক
ETVBHARAT
4 months ago
1:09
যোৰহাটত ভয়াৱহ অগ্নিকাণ্ডত দহখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ভষ্মীভূত
ETVBHARAT
4 months ago
2:21
মাজুলী কংগ্ৰেছৰ ৰেলীত বঙলমৰাৰ পৰা আনিছে মিঞা : ভূৱন গাম
ETVBHARAT
5 months ago
1:04
পাঁচ বছৰত নকৰিলে একোৱেই, আকৌ প্ৰতিশ্ৰুতি দিবলৈ যাওতেই দিলে পহুখেদা
ETVBHARAT
5 months ago
1:31
তেজপুৰত নিৰ্দলীয় প্ৰাৰ্থী তথা জ্যেষ্ঠ সাংবাদিক মনোজ বৰাৰ মনোনয়ন পত্ৰ দাখিল
ETVBHARAT
5 months ago
Comments