Skip to playerSkip to main content
  • 1 day ago
জনিয়া: কলগাছিয়াবাসীৰ বাবে এক সুখবৰ ৷ শুকুৰবাৰে কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ৰ এটা দীৰ্ঘদিনীয়া সমস্যাৰ অন্ত পৰিল ৷ চিকিৎসালয়খনত এতিয়াৰে পৰা ৰোগী আৰু সৰ্বসাধাৰণ ৰাইজে লাভ কৰিব বিশুদ্ধ খোৱাপানী । শুকুৰবাৰে বৰপেটা জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ উপস্থিতিত এই পানীৰ লৌহ পদাৰ্থ নিষ্কাষণ আৰু ভূগৰ্ভস্থ জলাশয় প্ৰকল্পটোৰ শুভ উদ্বোধন কৰে ৷উল্লেখ্য যে ৰাজহুৱা প্ৰশাসনত উৎকৃষ্টতাৰ বাবে প্ৰধানমন্ত্ৰীৰ বঁটাৰ পুঁজিৰ পৰা প্ৰায় ২০ লাখ ৮৫ হাজাৰ ৩০৩ টকা ব্যয় সাপেক্ষে এই বিশেষ প্ৰকল্পটো নিৰ্মাণ কৰা হৈছে । আনহাতে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে প্ৰকল্পটো উদ্বোধন কৰাৰ পূৰ্বে চিকিৎসালয়ৰ চৌহদত জিলা আয়ুক্তগৰাকীয়ে গছপুলি ৰোপণ কৰে । চিকিৎসালয়খনৰ সন্মুখত এজাক বৰষুণ দিলেই সৃষ্টি হোৱা কৃত্ৰিম বানপানীৰ সমস্যা সন্দৰ্ভতো জিলা প্ৰশাসনে গুৰুত্ব আৰোপ কৰিছে । অতি সোনকালেই এক নলা নিৰ্মাণৰ জৰিয়তে কৃত্ৰিম বানপানীৰ সমস্যা সমাধান কৰা হ’ব বুলিও প্ৰশাসনৰ তৰফৰ পৰা আশ্বাস প্ৰদান কৰা হয় ।লগতে পঢ়ক:সেউজ ধৰিত্ৰীৰ বাবে সমৰ্পিত এগৰাকী ব্যক্তি: প্ৰায় ডেৰ দশকত ৰোপণ-প্ৰতিপালন লক্ষাধিক গছপুলি

Category

🗞
News
Transcript
00:00In the past, I already read our video.
00:03We don't have a lot of work.
00:05I have come to DC as a little bit.
00:07We have already said,
00:08we have a lot of assurance in the public,
00:11and we have a lot of information about this program.
00:14We have the water stagnation program.
00:17We have already done the engineering.
00:20We have got a lot of work,
00:22so we can have the ability to monitor.
00:24We have to test this.
00:26It is too.
00:27In this case, we have to make our cleaners very much.
00:31Today, it's a little less.
00:33In this IPA, we have a project called World Health.
00:40But we have to make our cleaners quite a bit.
00:43It's not going to be an appointment.
00:45It's an appointment team.
00:47If we've done our cleaners, we can see that in the hospital.
00:53So, that was the first time I had to ask, I'm going to ask, I've seen a lot of this,
01:00I've seen a lot of this, I've seen a lot of this.
01:05The first thing is that we had a hospital, we had a GP staff and the staff got to get
01:14everything.
01:16Then we had a ward, a male ward and a female ward.
01:21We had a女 and a female ward and we had a girl.
01:22So we had to stay indoors.
01:26We had to stay indoors, women and then we had to stay indoors.
01:34I am a ICU issue.
01:35We have 20,000 people in the hospital.
01:41We have a lot of water treatment plants.
01:43We have a secondary treatment plant.
01:47We have a government controlled hospital.
01:51After medical college, it is a busy facility.
01:55It is important.
01:56We have a PhD department and a superintendent civil hospital.
Comments

Recommended