Skip to playerSkip to main content
  • 3 weeks ago
গোৱালপাৰা : গোৱালপাৰা পাহাৰহিংপাৰা প্ৰাথমিক বিদ্যালয় ভোটকেন্দ্ৰত কংগ্ৰেছ প্ৰাৰ্থী এ কে ৰছিদ আলমে সাব্যস্ত কৰিলে ভোটাধিকাৰ ৷ ভোটাধিকাৰ সাব্যস্ত কৰি সংবাদ মাধ্যমৰ আগত কংগ্ৰেছ প্ৰাৰ্থী আলমে কয়,"গোৱালপাৰা জিলাত পুৱাৰে পৰা শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ চলি আছে ৷ এয়া গণতন্ত্ৰৰ বাবে শুভ লক্ষণ । নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ ব্যাপক হাৰত ওলাই আহিছে জনতা ৷ গণতন্ত্ৰত ৰাইজেই ৰজা ৷ যিহেতু ভোটাৰ ৰাইজ অভিজ্ঞ, পূব গোৱালপাৰা বিধানসভা সমষ্টিত কাক বিধায়ক হিচাপে নিৰ্বাচিত কৰিব সেয়া ভোটাৰ ৰাইজে সিদ্ধান্ত ল'ব ।"ভোটাৰ ৰাইজক উদ্দেশ্যি তেওঁ পুনৰ কয় যে, অসমখনত সকলোৱে জাতিভেদ পৰিহাৰ কৰি সমিলমিলেৰে যাতে থাকিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি ভোট প্ৰদান কৰিব লাগে ৷ উল্লেখ যে, গোৱালপাৰা জিলাৰ চাৰিটা বিধানসভা সমষ্টিত ১.৩০ বজালৈ ৬৮.৩৫ শতাংশ ভোটাদান সম্পন্ন হৈছে ।লগতে পঢ়ক:নিৰ্বাচনী আচৰণ ভংগ: কাৰ্বি আংলঙত ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ ভিডিঅ’ ভাইৰেল, প্ৰশাসনৰ ব্যৱস্থা গ্ৰহণ

Category

🗞
News
Transcript
00:00I am
00:08I
00:13I
00:14I
00:15I
00:16I
00:18I
00:20I
00:21I
00:22I
00:22I
00:26I
00:27I
00:27I
00:28I
00:28I
00:28I
00:29I
00:30I
00:31I
00:38I
00:38I
00:38I
00:38I
01:02I
01:02I
01:02I
01:02I
01:02I
01:02I
01:02I
01:02I
01:02I
01:05I
01:08I
01:16I
01:17I
01:17I
01:19I
01:21I
01:21I
01:22I
01:23I
01:23I
01:23I
01:23I
01:25I
01:25I
01:25I
01:25I
01:25I
01:26I
Comments

Recommended