Skip to playerSkip to main content
  • 3 minutes ago
মাজুলী: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি ভাওনাই বৃহত্তৰ অসমীয়া সমাজখনক একত্ৰিত কৰি সমন্বয় আৰু ভাতৃত্ববোধৰ এক সেতু নিৰ্মাণ কৰি থৈ গৈছে । যাৰ বাবে অসমৰ বাহিৰত থাকিও ছত্তীশগড়ৰ ৰাজ্যপাল তথা জ্যেষ্ঠ ৰাজনীতিবিদ ৰমেন ডেকাই ভাওনা প্ৰদৰ্শনৰ প্ৰতি মন মেলিছে ৷ ৰাজ্যপালগৰাকীয়ে এই উদ্দেশ্য আগত ৰাখিয়েই দেওবাৰে নিশা মাজুলী ভ্ৰমণ কৰে ৷এই ভ্ৰমণৰ অংশ হিচাপে ৰমেন ডেকাই ঐতিহাসিক শ্ৰীশ্ৰীআউনীআটী সত্ৰ পৰিদৰ্শন কৰে ৷ এই পৰিদৰ্শনকালত সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীৰ সৈতে ৰাজ্যপালগৰাকীয়ে এক সৌহাৰ্দপূৰ্ণ আলোচনাত মিলিত হয় । এই আলোচনাৰ পিছত সত্ৰাধিকাৰগৰাকীয়ে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়া মতে, ৰমেন ডেকাৰ সৈতে সত্ৰখনৰ সম্পৰ্ক অতি পুৰণি আৰু ঘৰুৱা । মঙলদৈৰ সাংসদ হৈ থকাৰ সময়ৰে পৰা তেওঁ এই সত্ৰৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল ।আনহাতে, সত্ৰৰ এটি প্ৰায় ৩০ জনীয়া ভাওনাৰ দলক ছত্তীশগড়লৈ নি তাত মহাপুৰুষীয়া অংকীয়া ভাওনা (ৰুক্মিণী হৰণ) মঞ্চস্থ কৰাৰ বাবেও ৰাজ্যপালগৰাকীয়ে সত্ৰখনক আনুষ্ঠানিকভাৱে আমন্ত্ৰণ জনায় । ইয়াৰ পাছতে ৰাজ্যপাল গৰাকীয়ে শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰ পৰিদৰ্শন কৰে ৷লগতে পঢ়ক: কেৰালামত ক্ষন্তেকীয়া বান, ভূমিস্খলনত ৬জনৰ মৃত্যু; ছয়খন জিলাত য়েল্ল’ এলাৰ্ট জাৰি

Category

🗞
News
Transcript
00:00I'd like to know how many people have been here, with the name of the family.
00:10I've been in the village of the village and I've been in the village.
00:16I've been in the village of the village of the village and in the village of the village.
00:19really
00:19important
00:20I
00:21love
00:22love
00:25and
00:25love
00:26love
00:27I
00:31love
00:47our
00:50It was difficult for me to get me out of here.
00:53I've been a great day.
00:55I'm a good day.
00:57I'm a bad day.
01:01I'm a bad day to get to see.
01:05I'm a bad day to get to see.
01:06But I'm a happy day.
01:11I'm happy to get to see.
01:12I'm a bad day.
01:15I'm a bad day.
01:15It was no mistake, I don't have to play it, it's not as good as a student, but in their
01:23opinion, they are not just as good as they are, and they are also not as good as they are.
01:37And now, the family has been just gone and was just building their belongings out of their own.
01:44I am feeling a lot of pain, but I am feeling very more of a dream,
01:50even with a great culture of Mahavatam.
01:56I also feel the peace, because it has been a great moment to come to all my experience.
01:59I have aокhina, the family, and the family.
02:01I have said that the kids have been a great moment.
02:05We have a lot of people who know the situation in the same way.
02:10We have a lot of people who know the situation.
02:14We have a lot of people who know the situation.
Comments

Recommended