Skip to playerSkip to main content
  • 2 days ago
মঙলদৈ : দৰঙৰ ছিপাঝাৰত বিদ্যুৎ বিভাগৰ চূড়ান্ত গাফিলতিৰ ফলত এজন লোকৰ মৃত্যু । মৃত্যু হোৱা ব্যক্তিজন ছিপাঝাৰৰ চ'লাৰদলৰ ডিম্বেশ্বৰ নাথ (৪৭) বুলি জানিব পৰা গৈছে ।শুকুৰবাৰে নিশা গোৱাল সন্থাৰ সভাৰ পৰা উভতি অহাৰ পথত সংঘটিত হয় এই মৰ্মান্তিক দুৰ্ঘটনাটো । পথৰ ওপৰত ছিঙি পৰি থকা বৈদ্যুতিক তাঁৰত লাগি সংঘটিত হয় এই দুৰ্ঘটনাটো । নিশাতেই প্ৰথমে ছিপাঝাৰ চিকিৎসালয় আৰু উন্নত চিকিৎসাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও লোকজন মৃত্যুমুখত পৰে ।  ডিম্বেশ্বৰ নাথৰ বন্ধু এগৰাকীয়ে এই দুৰ্ঘটনা সম্পৰ্কে কয়, "আমি গোৱাল সন্থাৰ এখন সভাৰ পৰা ঘৰলৈ উভতি আহি আছিলোঁ । ডিম্বেশ্বৰ আগত আহি আছিল, আমি আহি থকা ৰাস্তাত লাইনৰ তাঁৰ আগৰে পৰা ছিঙি পৰি আছিল । তেওঁ গম নাপায়, তাঁৰত ভৰি লাগিল । আমি দেখা পাই তেওঁক বচাবলৈ বাঁহ, হাকোটা আদি বিচাৰোঁ, বিপদৰ সময়ত এইবোৰ বিচাৰি নাপায় । ১০ মিনিটমান সময়ৰ পিছত হাকোটাৰে টানি এৰুৱাই তাক উদ্ধাৰ কৰোঁ । তেতিয়া দহমান বাজিছে, আমি সাতজন আছিলোঁ । গছত লাগি তাঁৰডাল ছিঙিছে, বিদ্যুৎ বিভাগে এইবোৰ গুৰুত্ব দিব লাগে ।"আনহাতে, গাঁওবাসীয়ে বিদ্যুৎ বিভাগৰ লগতে চৰকাৰক ভুক্তভোগী পৰিয়ালটোক উপযুক্ত ক্ষতিপূৰণ দিবলৈ দাবী জনায় । ইফালে এতিয়াও অঞ্চলটোত বহু বৈদ্যুতিক তাঁৰ বিপদসংকুলভাৱে ওলমি আছে । কিন্তু এইক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষৰ কোনো কাণসাৰ নাই । তেনে ক্ষেত্ৰত বিদ্যুৎ বিভাগ কেতিয়া সাৰ পাব, কেতিয়া এই বিপদসংকুল তাঁৰসমূহ মেৰামতি কৰিব তাকে লৈ ৰাইজে প্ৰশ্ন কৰিছে ।লগতে পঢ়ক :বিদ্যুতৰ লুকা-ভাকুত অতিষ্ঠ ৰাইজ, বিদ্যুৎ বিভাগৰ বিৰুদ্ধে খোৱাঙত প্ৰতিবাদ ৰাইজৰ

Category

🗞
News
Transcript
00:08Sometimes most of our people
00:11We just have to find the money
00:17We can't get any money
00:23But we can't help
00:24We can't get it
00:24We can't get it
00:25We can't get the money
00:30How do we get it?
00:35We have two schools, we have two schools,
00:38You are now there?
00:39You are now there, how many are we?
00:42I'm a little there.
00:44What do we have?
00:44The one we have here.
00:44The one has here, the one is here.
00:46The one is now there.
00:48What is it?
00:48What are you doing now?
00:50We have got 50 buses here.
00:53What does it happen to you so many?
00:54No, the first goes.
00:56Yes, it was the first I told.
00:57The first is what happened to you.
00:59We found five buses and a first to the first.
01:02I would say, when there was a house, it would be easier to work.
01:07You were able to work with the house?
01:09Yes, I would say.
01:12Why did you work with the house, a house and a house?
01:17What happened to the house?
01:19What happened to the house?
01:20What happened to the house?
01:21which people work in the performs,
01:24work in the functions,
01:25work in the trainings,
01:26they work in the trainings
01:28in the trainings which they have
01:34now our needs
01:36to get a target
01:36and use their own
01:37the most important
01:38we have to take care of
01:39units
01:39and then they went to
01:42What is the problem of the people who have lived in Mughal?
01:43No, I have been living in Mughal.
01:47I have seen the problem of the people who have lived in Mughal.
01:50What happened to you from the people who have lived in Mughal?
01:59The world's been living in Mughal.
02:00It's not a bad thing.
02:01It's not a bad thing.
02:03It's a good thing.
Comments

Recommended