Skip to playerSkip to main content
  • 2 days ago
নলবাৰী: নলবাৰী জিলাৰ বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰভাগৰ বৰগাছাত খিলঞ্জীয়া যুৱতীক বিয়া পাতি সন্দেহযুক্ত মিঞাই ঘৰ সজাক কেন্দ্ৰকৰি সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ । স্থানীয় ৰাইজে এই পৰিয়ালটোক ঘৰ ভাঙি আঁতৰি যাবলৈ বান্ধি দিলে এমাহ সময় । অন্যথা প্ৰশাসনৰ সহযোগত তথা প্ৰয়োজনত মুখ্যমন্ত্ৰীৰ ওচৰলৈ গৈ উচ্ছেদৰ বাবে দাবী জনাব গাঁৱৰ লোকে ।  উত্থাপিত অভিযোগ মতে, মৰিগাঁৱৰ পৰা আহি এটা পৰিয়ালে নলবাৰীত স্থায়ীভাৱে বসতি স্থাপন কৰিবলৈ চেষ্টা চলাইছে । বৰভাগৰ বৰগাছা গাঁৱত স্থায়ী বসতি স্থাপন কৰিব বিচৰা সন্দেহযুক্ত লোকক এমাহৰ ভিতৰত এই স্থান ত্যাগ কৰিবলৈ স্থানীয় লোকে বান্ধি দিছে সময়সীমা ।  দেওবাৰে ৰাইজে আৱদ্ধ কৰিলে সন্দেহযুক্ত পৰিয়ালটোক । ক'ত ঘৰ, কিয় আহিছে, মৰিগাঁৱৰ পৰা নলবাৰীলৈ কিয় আহিছে বুলি ৰাইজে প্ৰশ্ন উত্থাপন কৰে । উল্লেখ্য় যে একাংশ সন্দেহজনক লোকে বৰভাগত খিলঞ্জীয়া যুৱতীক বিয়া কৰাই বসতি স্থাপনৰ চেষ্টা চলোৱাত হতবাক হৈ পৰিছে স্থানীয় লোকসকল ।লগতে পঢ়ক:সোণাপুৰত আৰক্ষীৰ বৃহৎ সফলতা : ডিগাৰুত ১৯৮ বটল নিষিদ্ধ ক’ডিন ছিৰাপসহ আটক ৬ সৰবৰাহকাৰীসন্দেহযুক্ত বিদেশীৰ সবিশেষ ৰাজহুৱা কৰক : নিৰ্বাচনী পঞ্জীয়ন বিষয়ালৈ নিৰ্বাচন আয়োগৰ নিৰ্দেশ

Category

🗞
News
Transcript
00:00I'm in the place of theブ разделment of the U.S.
00:03That's a massive number of the people.
00:05The young underages, the local officials should be killed.
00:06Why would it happen?
00:12No, we used to act like this.
00:14If you were saying anything about that,
00:28it's the other side of the gang.
00:29We are just a little bit more than this.
00:39We are not going to get any damage on our body.
00:46We are not going to get any damage on our body.
00:48It is not going to get any damage to our body.
00:50Ela called me a black , he was a gay girl, he said hello.
01:01They were gay, but they came out of the world.
01:05..a man, he stands out of honor, he is a man of life,..
01:10..when it's not a man of a woman living, he is a man of a family out of it.
01:14It's about a woman, because it's not a man of a wife.
01:16The man of a woman is a man with a girl who is a man of a woman,
01:16he was a man of a woman, he was a woman with a woman,
01:18he was a man of a girl and he was a woman.
01:20What have you heard from this?
01:24How did it go?
01:29How did it go?
01:33The people did not realize that it went on the roof.
01:36What was it the way to get on the roof?
01:36This thing is not called a roof.
01:37We have to've all of this.
01:37To move out now is the roof and to move out the roof.
01:41We have to do it.
01:42Oh
02:12Do you have a decision in the past?
02:13In the past, nobody will leave the comments.
02:17You will not leave the comments.
02:18No, no.
02:21No, no, no.
02:22No, no, no, no.
02:23I don't have a decision.
Comments

Recommended