Skip to playerSkip to main content
  • 2 days ago
মৰাণ: বান বিভীষিকাৰ মাজতে চৰাইদেউ জিলাৰ ১ নং জজলীপুখুৰী গাঁৱত দিন দুপৰতে এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হয় । চৰাইদেউৰ চেপন আৰক্ষী চকীৰ অন্তৰ্গত জজলি পুখুৰী গাঁৱৰ অসীম লেখাৰু (৫৭) নামৰ লোকজনক লোৰ ৰডেৰে মৰিয়াই হত্যা কৰে সম্বন্ধীয় ভাতৃ বিপিন লেখাৰুৱে (৫০)।  নিহতৰ পৰিয়ালৰ লোকে উল্লেখ কৰা অনুসৰি মঙলবাৰে দিনত বিপিন লেখাৰুৰ ঘৰৰ পদূলিত দুয়োজনৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় । পিছত বিপিনে ঘৰৰ পৰা এডাল লোৰ ৰড আনি অসীমক উপৰ্যুপৰি প্ৰহাৰ কৰে । এই আক্ৰমণত মূৰ, কাণ, হাত আৰু শৰীৰৰ বিভিন্ন অংশত আঘাত পোৱা অসীমক আৰক্ষীয়ে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসাৰ পূৰ্বে তেওঁৰ মৃত্যু হয় ।  এই ঘটনাৰ পাছতেই চেপন আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰি সোধাপোছা অব্যাহত ৰাখিছে । এই ঘটনাক লৈ মৃতকৰ পত্নীয়ে সংবাদ মাধ্যমত কয়, "বানত কঠীয়া মৰা বাবে মই কঠীয়া বিচাৰি গৈছিলো, সেই সময়তে তেওঁলোকৰ মাজত কাজিয়া হোৱাত বিপিন লেখাৰুৱে লোৰ ৰডেৰে আক্ৰমণ কৰাত তেওঁৰ মৃত্যু হয় । দুবছৰ পূৰ্বেও তেওঁ নিশা মাৰিবলৈ লৈছিল, ভতিজাকে বচাবলৈ যাওঁতে হাত ভাগিছিল । সৰু সৰু কথাতে প্ৰায় কাজিয়া হৈয়ে থাকে । এতিয়া চেপন আৰক্ষীয়ে বিপিন লেখাৰুক ধৰি আনিছে ।"লগতে পঢ়ক:বন্ধ ঘৰৰ পৰা ওলাইছে দুৰ্গন্ধ, ঘৰৰ দৰ্জা ভাঙি হতবাক আৰক্ষীঅসমৰ বলিয়া বানত কোঙা লাখ লাখ গঞা, বহু গাঁৱৰ জঁকাটোহে ৰ’ল বানৰ শেষত

Category

🗞
News
Transcript
00:00My name is Jajal Pekwee Gaam.
00:02What happened to you?
00:03I had a dinner in the house for two minutes.
00:06I was like, I don't know.
00:10My name is Samii.
00:11What's your name?
00:12My name is Samii.
00:13My name is Samii.
00:13My name is Samii.
00:14My name is Samii.
00:14My name is Samii.
00:15My name is Samii.
00:16My name is Samii.
00:28My name is Samii.
00:30My name is Samii.
00:34My name is Samiior.
00:36I'm not drinking super much.
00:38I got a gun in the house.
00:41I'm full-time which kill the…
00:42I do not eat in the house.
00:44I have some gun in the house.
00:46I got a gun in the house.
00:47I am just doing better anything.
00:51Plus my香, I will be my name.
00:53The
00:54We are now going to go to work and do not mess.
00:59Now, there was a change.
01:01No, no?
01:02Do you think the change was written in a family?
01:12Do you want to do that?
01:16Be careful.
01:16Do you think it's done in the past months?
01:17Not at all, when you asked me, I went to help you.
01:23So I have a very good job and I want to work on that.
01:30So I have a very good job.
01:31Now I have a job.
01:36I have a job at home.
01:40It's been a job.
01:45We have to do this.
01:49We have to do this.
01:58Now we have to do this.
02:02the
02:32Police are doing this to the police.
Comments

Recommended