Skip to playerSkip to main content
  • 21 minutes ago
জোনাই : দেওবাৰে জোনাইৰ ২নং চেঙাজান বগৰীবাৰী এলঅ'চি বড়ো গাঁৱত শোকাবহ ঘটনা সংঘটিত হয় ৷ লালী নদীত পৰি গাঁওখনৰ মামনি স্বৰ্গীয়াৰী (১৩) নামৰ এগৰাকী কিশোৰী সন্ধানহীন হয় ৷ এই ঘটনাক লৈ সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । জানিব পৰা মতে, দেওবাৰে দুপৰীয়া কিশোৰীগৰাকীয়ে কেইবাজনো সমনীয়াৰ সৈতে নৈৰ পাৰত গৰু বান্ধিবলৈ গৈছিল । সেই সময়তে কিশোৰীগৰাকী ভৰি পিছল খাই নদীত পৰি যায় আৰু মুহূৰ্ততে সোঁতে উটুৱাই নিয়ে ৷ ফলত বৰ্তমানো সন্ধানহীন হৈ আছে কিশোৰীগৰাকী ।ঘটনাৰ পিছতে স্থানীয় ৰাইজে তৎক্ষণাত নদীৰ বুকুত কিশোৰীগৰাকীৰ সন্ধানত অভিযান চলাই যদিও বৰ্তমানো কিশোৰীগৰাকীৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই । ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী আৰু এছডিআৰএফৰ দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ।লগতে পঢ়ক: জীতেন দত্তৰ সতৰ্কবাণী, তিনি জিলাৰ দৰে এদিন মাৰ্ঘেৰিটা-ডিগবৈ-লিডুতো হ'ব ভয়াবহ পৰিস্থিতি

Category

🗞
News
Transcript
00:00and has just been the same thing.
00:03The information is that
00:04we are still doing
00:05The first time I asked her, I thought I was going to give up the next day.
00:14The next day I had to give up the next day.
00:22I had to tell you about the next day.
00:24I thought that I was going to be feeling good.
00:29and in the town of the town of the city.
00:31There was a lot of trouble.
00:34But the city was very upset.
00:36Even a city, the city was not too upset.
00:39The city had more than a city.
00:42This city was a city council.
00:46This city had more than a city council.
00:50The city was a city council.
00:55The city was a city council.
01:01One and two, a double test.
01:06MS.
01:06MS.
01:07MRS.
01:08MR.
01:08MS.
01:08MS.
01:09MR.
01:09MR皆.
01:26MS.
01:27It is a great place to be here, and I hope to see you in the next couple of weeks.
Comments

Recommended