Skip to playerSkip to main content
  • 11 hours ago
বঙাইগাঁও: সোমবাৰে বঙাইগাঁও জিলাৰ অভয়াপুৰীত সংঘটিত হয় চাঞ্চল্যকৰ ঘটনা ৷ ৩২ বছৰীয়া এটা পাষণ্ডৰ কামনাৰ বলি হ'ল ৮ বছৰীয়া এগৰাকী কিশোৰী ৷ কেইবাটাও সন্তাৰৰ পিতৃ মণিৰুদ্দিন নামৰ এটা লম্পটে সংঘটিত কৰে এই জঘন্য ঘটনা ৷ বৰ্তমান ভুক্তভোগী কিশোৰীগৰাকীক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷এই জঘন্য কাণ্ড সংঘটিত কৰা মণিৰুদ্দিন বৰ্তমানো পলাতক হৈ আছে ৷ ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালে আৰক্ষীৰ কাষ চাপিছে বুলি জানিব পৰা গৈছে ৷ ইফালে ঘটনা সন্দৰ্ভত গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ নেতাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷তেওঁলোকে কয়,"এয়া বঙাইগাঁৱৰ বাবে অতি লজ্জাজনক ঘটনা ৷ ৩২ বছৰীয়া পাষণ্ড মণিৰুদ্দিনে ভাৰাঘৰলৈ মাতি কিশোৰীগৰাকীক ধৰ্ষণ কৰে ৷ বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে কিশোৰীগৰাকী ৷ অপৰাধীক গ্ৰেপ্তাৰ কৰি ৰাজহুৱা স্থানত ফাঁচি দিব লাগে ৷ এনে অপৰাধী সমাজৰ বাবে কুলাংগাৰ ৷"লগতে পঢ়ক:কলিয়াবৰ মহাবিদ্যালয়ত ক্ষুদ্ৰ চাহ বাগিচা প্ৰৱন্ধন পাঠ্যক্ৰমৰ প্ৰতি শিক্ষাৰ্থীৰ আগ্ৰহ বৃদ্ধি ,সহায়ৰ হাত প্ৰাক্তন ছাত্ৰৰ

Category

🗞
News
Transcript
00:00I'm going to tell you about the story of this story.
00:07I'm going to ask you about this story.
00:13They've been going to ask you about this story.
00:18I know that it won't be a lot more.
00:21But today, I feel like the people are feeling very different.
00:26I feel like the people are feeling very different.
00:26So I see a lot of people who are there.
00:27I feel like I'm feeling more different than them in a sense than I have.
00:58I have not seen this work.
00:59foreign
01:10foreign
01:31.
01:31.
01:31.
01:31.
02:05foreign
02:32foreign
Comments

Recommended