Skip to playerSkip to main content
  • 1 week ago
শিলচৰ: ৰাজ্যত বৰ্তমানেও অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ চোৰাং বেহা ৷ শিলচৰ আৰক্ষীৰ অভিযানে পোহৰলৈ আনিলে ড্ৰাগছৰ চোৰাং বেহা অব্যাহত থকাৰ তথ্য ৷ বুধবাৰে কাছাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ শাখা) ৰজত কুমাৰ পালে সংবাদ মাধ্যমক জনায় যে চুবুৰীয়া ৰাজ্যৰ পৰা ধলাই হৈ শিলচৰ অভিমুখে অহা এখন বাহনত ড্ৰাগছ সৰবৰাহৰ চেষ্টা কৰাৰ সময়তেই বাহনখন জব্দ কৰিছে আৰক্ষীয়ে ৷  গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে এই সফলতা লাভ কৰিবলৈ সক্ষম হয় ৷ শিলচৰ বাইপাছত গাড়ীখন ৰখাই আৰক্ষীয়ে তালাচী চলোৱাৰ সময়তেই  ৩৬ টা চাবোনৰ বাকচত লুকুৱাই অনা ড্ৰাগছখিনি আৰক্ষীয়ে জব্দ কৰে । পাছত সেইখিনি হেৰ’ইন বুলি আৰক্ষী নিশ্চিত হয় ৷ উদ্ধাৰ হোৱা ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ২.৩ কোটি টকা হ’ব বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ৷  তেওঁ লগতে জনায় যে, ড্ৰাগছ সৰবৰাহৰ অভিযোগত ফাহিম আহমেদ বৰভূঞা আৰু হানিফ আহমেদ লস্কৰক আৰক্ষীয়ে আটক কৰে ৷ দুয়োৰে ঘৰ শিলচৰৰ ওচৰৰ এখন গাঁৱত ৷ তেওঁলোকৰ বিৰুদ্ধে এনডিপিএছ আইনৰ অধীনত গোচৰ ৰুজু কৰি আৰক্ষীয়ে সোধাপোছা অব্যাহত ৰাখিছে ৷ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অনাগত সময়তো অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে আৰক্ষী বিষয়াগৰাকীয়ে ৷লগতে পঢ়ক:সৰুপথাৰত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

Category

🗞
News
Transcript
00:00Today, April 26th, we had a car in the neighboring state, which was in the neighboring state area,
00:12since we had a passenger bypass, and we had two cars in it.
00:18When the car was taken seriously, we had 39 cases in it,
00:24which was modified by the car and took the chasis in the car and took the chasis in the car.
00:31After the car intercepted the car, we seized it as an independent witness.
00:37And the powder-roofy, the suspected heroine, was tested with drug detection kit.
00:47It was a positive visit for heroine.
00:50After the seizure, the total of 456 grams of heroine in 39 soap cases.
00:59And the value of the black market is 2.3 CR.
01:04These are the two people who have taken care of police.
01:08Faheem Ahmed Borguyan and Hanif Ahmed Lashkar.
01:12These are both in the center of the area.
01:15These are the two people who live in the area.
01:17And both against the NDPS Act has been registered.
01:22And the previous work has been done.
01:24There is also a bolero that has seized it.
01:27The number is MZ01F6064.
01:33Sir, in India, the past report has been heard.
01:37It is now going to be released.
01:38It is the part of the investigation.
01:40So, we will not comment on that.
01:43The case is under investigation.
01:45There is also something else.
01:46And the people who have taken care of back-ward and forward linked to that,
01:50where are they going to take care of the investigation?
01:54And where are they going to take care of the investigation?
01:58So, what are they going to take care of back-ward and back-ward?
02:01Yes.
02:02If the person that you are talking about,
02:04who has taken care of back-ward,
02:05who has taken care of back-ward,
02:07then we have to interrogate them properly.
02:08And because they can be able to tell us
02:11that actually, I am going to take care of back-ward,
02:13where are they going to come from now?
02:14Because the operation of drugs are going to continue,
02:17and they will continue.
02:18Thank you very much.
02:18See you then.
02:18See you then.
02:18See you then.
Comments

Recommended