Skip to playerSkip to main content
  • 5 minutes ago
ধেমাজি : মনত অদম্য সাহস, নিজৰ ওপৰত বিশ্বাস আৰু কঠোৰ পৰিশ্ৰম কৰিলে অসম্ভৱ সকলো কাম সম্ভৱ হৈ উঠে ৷ তাৰেই প্ৰমাণ দিলে চিলাথাৰৰ সত্যজিত নৰহে ৷ সদ্যঘোষিত সৰ্বভাৰতীয় নীট ইউজিৰ পুনৰ পৰীক্ষাত চিলাথাৰৰ সত্যজিত নৰহে 463 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ সৰ্বভাৰতীয় পৰ্যায়ত তেওঁৰ ৰেংক হৈছে 144256 ৷ধেমাজি জিলাৰ চিলাপথাৰৰ ডিমৌ ভগৱান বৰগঢ়া নামৰ অতি ভিতৰুৱা গাঁৱৰ নিবাসী তপন নৰহ আৰু অল্পনা নৰহৰ পুত্ৰ সত্যজিত নৰহে কয়, “সৰুৰে পৰ এই মেডিকেল লাইনত যোৱাৰ মোৰ ইচ্ছা আছিল । যাতে সকলোকে মই সহায় কৰিব পাৰে ৷ ৷তেওঁ আৰু কয়, ‘‘মই সদায় ভালদৰে পঢ়াশুনা কৰিছিলো ৷ ৰাতি সোনকালে শুই গৈছিলো, কিন্তু পুৱা সোনকালে উঠি মই পঢ়া-শুনা কৰিছিল ৷’’ জানিব পৰা মতে, সত্যজিতৰ পিতৃয়ে কৃষিকাৰ্যৰ লগতে দিন হাজিৰা কৰে ৷ বহু কষ্টৰে ঘৰখন চলোৱা সত্যজিতৰ পিতৃয়ে পুত্ৰৰ এই সফলতাত বহু আনন্দিত হৈছে ৷লগতে পঢ়ক : বৰপেটাৰ ব্যক্তিগত খণ্ডৰ ক'চিং চেণ্টাৰৰ ৯ শিক্ষাৰ্থী নীট পৰীক্ষাত উত্তীৰ্ণলগতে পঢ়ক : সংগ্ৰাম, সপোন আৰু সফলতা: নীট পৰীক্ষাত উত্তীৰ্ণ মৰিগাঁৱৰ ছাৰজাহ চাহিল

Category

🗞
News
Transcript
00:00I am very excited. I have helped to get the medical line of medicine, and I learned to get the
00:10doctor.
00:11I learned to get the doctor.
00:16Do you have a rank?
00:18I am 1,16,55.
00:23How do you get the doctor?
00:26I was in the first place in my home, I was in the home, and I was in the high
00:35secondary school, and I was in the coaching center.
00:39I was in the home, and I was in the home.
00:47What did you say about this?
00:49What did you say about this?
00:51That was my time, I didn't know what it was.
00:56Because I was not in the home.
01:00So I was in the home.
01:02So I was in the home.
01:04one-kali we go see you in a post-down
Comments

Recommended