Skip to playerSkip to main content
  • 3 days ago
কলিয়াবৰ : ৰাজ্যত অব্যাহত আছে ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান ৷ শেহতীয়াকৈ কলিয়াবৰৰ পৰা আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছসহ দুটা সৰবৰাহকাৰীক আটক কৰে ।কলিয়াবৰৰ বাগৰি আৰক্ষী টহলদাৰী চকীৰ আৰক্ষী বিষয়াই উল্লেখ কৰা মতে, এক গোপন খবৰৰ আলমতে, আৰক্ষীৰ এটা দলে বুধবাৰে বাগৰি আৰক্ষী চকীৰ অন্তৰ্গত কাঞ্চনজুৰিৰ ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলায় ৷ এই অভিযানত আৰক্ষীৰ দলটোৱে উদ্ধাৰ কৰে আঠটাকৈ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ । বাগৰি আৰক্ষী চকীৰ অন্তৰ্গত কাঞ্চনজুৰিৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন যাত্ৰীবাহী ট্ৰেভেলাৰ বাহনত তালাচী চলাই যাত্ৰী হিচাপে যোৱো দুই যুৱকৰ পৰা সন্দেহজনক ড্ৰাগছভৰ্তি ৮টা কণ্টেইনাৰ উদ্ধাৰ কৰা হয় । এই সন্দৰ্ভত এগৰাকী আৰক্ষী বিষয়াই কয়, ‘‘দুই যুৱকে বিক্ৰী কৰিবৰ বাবে আনিছিল সন্দেহজনক ড্ৰাগছভৰ্তি কণ্টেইনাৰকেইটা । ধৃত দুই যুৱক ক্ৰমে নজানৰ ৰফিকুল আলী আৰু হুছেইন আলী । অধিক তথ্যৰ বাবে বাগৰি আৰক্ষীয়ে দুই যুৱকক জেৰা অব্যাহত ৰাখিছে ।’’লগতে পঢ়ক : কোটি টকাৰ হেৰ’ইনসহ আটক দুই সৰবাহকাৰী

Category

🗞
News
Transcript
00:00I am in the last couple of years in the last couple of years,
00:06we have a lot of information about the government,
00:18and the government has been given to us.
00:45My name is Raffiqal Islam, Raffiqal Ali, and my name is Raffiqal Islam.
00:55My name is Raffiqal Islam, Raffiqal Islam, and my name is Raffiqal Islam.
Comments

Recommended