Skip to playerSkip to main content
  • 12 minutes ago
হায়দৰাবাদ: আৰ্তজনৰ কাষত থিয় দি বিপদৰ সময়ত সহায়ৰ হাতখন আগবঢ়াই দিবলৈ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে সমগ্ৰ অসমৰ ৰাইজ ৷ ইয়াৰেই অংশস্বৰূপে বুধবাৰে সন্ধিয়া তিনিচুকীয়া জিলাৰ ডুমডুমাত 'মানুহে মানুহৰ বাবে...' শীৰ্ষক এক কাৰ্যসূচী হাতত লৈ সুৰ বাহিনীয়ে বিভিন্ন সাহায্য সামগ্ৰী আৰু অৰ্থ সংগ্ৰহ কৰে ৷ চাহনগৰী ডুমডুমাৰ গান্ধীমূৰ্তি চ'ক আৰু পৰিবহণ নিগম বাছ আস্থানৰ সন্মুখত সুৰ বাহিনীয়ে ডঃ ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা আৰু জুবিন গাৰ্গৰ বিভিন্ন যুগজয়ী গীত পৰিৱেশন কৰি সংগ্ৰহ কৰে এই সাহায্য ৷ সুৰ বাহিনীৰ এই অভিযানত কেৱল যে অঞ্চলটোৰ সংগীত শিল্পীসকলেই ভাগ লৈছিল এনে নহয় ৷ এটা ভাৰাক্ৰান্ত মন আৰু বিপদগ্ৰস্ত মানুহৰ হকে কিবা এধানিমান হ'লেও কৰাৰ তাড়নাৰে বৃহত্তৰ ডুমডুমা অঞ্চলৰ বহুসংখ্যক লোক স্বতঃস্ফূৰ্তভাৱে ওলাই আহি এই সুৰ বাহিনীৰ অংশীদাৰ হোৱা দেখা যায় ৷ স্থানীয় ৰাইজেও সাধ্যানুসৰি সাহায্য আগবঢ়ায় ৷ উল্লেখ্য যে, সুৰ বাহিনীয়ে সংগ্ৰহ কৰা এই সাহায্য শিৱসাগৰ জিলাৰ বান বিধ্বস্তসকলৰ বাবে লৈ যোৱা হ'ব বুলি জানিবলৈ দিছে সুৰ বাহিনীৰ অন্যতম উদ্যোক্তা প্ৰাণকৃষ্ণ দাসে ৷লগতে পঢ়ক : বানাক্ৰান্তৰ কাষলৈ ৰাওনা বঙাইগাঁও জিলা আছু আৰু প্ৰেছ ক্লাবৰ সদস্য

Category

🗞
News
Transcript
00:00Oh
00:30I don't know if I can't do it, I don't know if I can't do it, I don't know if
00:40I can't do it.
00:56I don't know if I can't do it, I don't know if I can't do it, I don't know if
01:09I can't do it.
01:26I don't know if I can't do it, I don't know if I can't do it, I don't know if
01:41I can't do it.
01:56I don't know if I can't do it, I don't know if I can't do it, I don't know if
02:06I can't do it.
02:24I don't know if I can't do it.
02:48I don't know if I can't do it, I don't know if I can't do it.
03:21I don't know if I can't do it, I don't know if I can't do it.
03:31I don't know if I can't do it, I don't know if I can't do it, I don't know if
03:45I can't do it.
04:00I don't know if I can't do it, I don't know if I can't do it.
04:20I don't know if I can't do it, I don't know if I can't do it.
04:49I don't know if I can't do it, I don't know if I can't do it.
05:19I don't know if I can't do it.

Recommended