Skip to playerSkip to main content
  • 5 hours ago
নলবাৰী : নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ চৰাঞ্চলত ভনী জোৱায়েকৰ হাতত এজন লোকে প্ৰাণ হেৰুৱালে । চোকা অস্ত্ৰৰে ভনী জোৱায়েকে জহৰ উদ্দিনক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে ।উত্থাপিত অভিযোগ অনুসৰি বৰক্ষেত্ৰীৰ শিয়ালমাৰী চৰৰ জহৰ উদ্দিনৰ ভগ্নী ছাজিৰণ নেচাক একে গাঁৱৰে হাফিজুৰ ৰহমানে বিয়া কৰাইছিল; কিন্তু দুমাহ মান পূৰ্বে হাফিজুৰ ৰহমানে দ্বিতীয় বিবাহ কৰায় । স্থানীয় ৰাইজৰ ভাষ্য় অনুসৰি তেতিয়াৰ পৰাই প্ৰথমা পত্নী আৰু হাফিজুৰৰ মাজত পাৰিবাৰিক কন্দল আৰম্ভ হয় । মঙলবাৰেও পাৰিবাৰিক কন্দলৰ পিছত ভনীয়েকৰ খবৰ ল'বলৈ যোৱা জহৰ উদ্দিনক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি ডিঙি ৰেপি হত্যা কৰে হাফিজুৰ ৰহমানে ।  জহৰ উদ্দিনক সংকটজনক অৱস্থাত মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও ইয়াৰ পূৰ্বেই মৃত্য়ু হোৱা বুলি চিকিৎসকে ঘোষণা কৰে । ঘটনাৰ পিছৰে পৰা অভিযুক্ত হাফিজুৰ ৰহমান আৰু তেওঁৰ দ্বিতীয় পত্নী পলাতক অৱস্থাত আছে । স্থানীয় ৰাইজে অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ।লগতে পঢ়ক:যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যু; ঘটনাৰ সৈতে জড়িত কিশোৰীসহ তিনিজনক আটকযোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ পূৰ্বৰ ভিডিঅ’ পোহৰলৈ, নতুন দিশ উন্মোচিত

Category

🗞
News
Transcript
00:00I've come to build a soul for this house, and I'm gone from that house.
00:04How are you doing?
00:06I'm just again in the eyes that I've been able to live in my town.
00:11I've been able to build a house in Havizu, and I was still on the walls.
00:17What have you done?
00:18That's all for the village.
00:22It's also a house to get to be there.
00:24What do you want?
00:24In Havizu, I've been able to do a big village,
00:55I'm sorry, I'm sorry, I'm sorry.
00:57.
00:57.
00:57.
00:57.
00:57.
00:58.
00:58Why is it being a doctor?
01:03It is a doctor.
01:03That is a doctor, he is a doctor, Mr. Baruch and he is injured.
01:10The doctor has a doctor.
01:13It's our house and it's our house.
01:19How do you find the house?
01:20It's our house and it's our house.
01:22This is our house and we ¿what are you to?
01:23I mean it's our house and we're not really.
01:30It's a house of our house and we have to help you.
01:35You'll find the blue?
01:37Yes, you have to find the new house.
01:40.
02:11.
02:12The other people are still awake.
02:14.
02:15.
02:15.
02:15.
02:17.
02:17.
02:19Thank you very much.
02:48.
Comments

Recommended