Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Share
Bookmark
More
Add to Playlist
Report
ETVBHARAT
Follow
ভোগদৈৰ বাঢ়নী পানীয়ে প্ৰাণ ল'লে এজনৰ
1 week ago
যোৰহাট: বানবিধ্বস্ত পশ্চিম যোৰহাটৰ পৰা আহিছে আন এক দুসংবাদ । সকলো হেৰুৱাই বানপীড়িত লোকসকলে দুঃচিন্তাৰ মাজত দিন কটাই থকাৰ সময়তে বানে গৰকা পশ্চিম যোৰহাটৰ মজিয়াভেটিত ভোগদৈৰ বাঢ়নী পানীত পৰি এজন বানাক্ৰান্ত যুৱকে মৃত্যুক আঁকোৱালি ল'ব লগা হয় । মৃত যুৱকজন মজিয়াভেটিৰ ৰূপজ্যোতি গগৈ বুলি চিনাক্ত কৰা হৈছে । মঙলবাৰে পুৱাৰ ভাগত ঘৰৰ পৰা ওলাই যোৱাৰ পৰা ভোগদৈৰ বাঢ়নী পানীত সন্ধানহীন হৈ পৰে যুৱকজন । সমগ্ৰ বিষয় সন্দৰ্ভত স্থানীয় ৰাইজে এছডিআৰএফ বাহিনীক খবৰ দিয়ে । উদ্ধাৰকাৰী দলৰ তৎপৰতাত স্থানীয় ৰাইজৰ সহযোগত ভোগদৈৰ বাঢ়নী পানীত মৃত অৱস্থাত ওপঙি থকাৰ পৰা উদ্ধাৰ কৰা হয় । অমায়িক যুৱকজনৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে । উল্লেখ্য যে, ১৯ জুলাইত ভোগদৈয়ে পশ্চিম যোৰহাটৰ ৫টা স্থানত মাথাউৰি ছিঙাৰ ফলত পশ্চিম যোৰহাট ৰাজহ চক্ৰৰ অধীনৰ সহস্ৰাধিক ৰাজহ গাঁও বানত প্লাৱিত হৈছিল । এতিয়াও বহু অঞ্চল পানীত বুৰ গৈ আছে, ফলত দুখ-দুৰ্দশাৰ মাজত জীৱন-যাপন কৰিব লগা হৈছে বানপীড়িত লোকসকলে ।লগতে পঢ়ক: কামপুৰত চাৰি বছৰে মেৰামতি নহ’ল বানে ছিঙা পথ, পথ বন্ধৰ ফলকতেই চৰকাৰী দায়িত্ব শেষ!তিনিচুকীয়াত পিআইবিৰ উদ্যোগত 'বাৰ্তা' শীৰ্ষক সাংবাদকৰ্মীসকলৰ কৰ্মশালা
Category
🗞
News
Transcript
Display full video transcript
00:00
Thank you for joining us.
00:46
Thank you for joining us.
Show less
Comments
Log in to post a comment
Recommended
1:36
|
Up next
বাঢ়নী পানীত পুনৰ বুৰ গ'ল ১৫০ৰো অধিক পৰিয়ালৰ বাসগৃহ, টীয়কত হাহাকাৰ
ETVBHARAT
1 week ago
2:14
মঙলদৈত ড্ৰাগছসহ নগদ ধন জব্দ, ৩ জনক আটক
ETVBHARAT
1 week ago
2:14
জৰাজীৰ্ণ পথ মেৰামতিত চৰকাৰৰ অৱহেলা, মাছ মাৰি ৰাইজৰ প্ৰতিবাদ
ETVBHARAT
1 week ago
1:57
চিকিৎসালয়ত মাতৃক আহাৰ দিবলৈ যাওঁতে পথ দুৰ্ঘটনাত পুত্ৰ-বোৱাৰী নিহত
ETVBHARAT
1 week ago
3:19
গুজৰাটত পানীৰ পাছদিনাই প্ৰধানমন্ত্ৰী যায়, অসমলৈ কিয় অহা নাই আৰু পুঁজি দিয়া নাই ; আছু নেতৃত্ব
ETVBHARAT
2 weeks ago
3:29
প্ৰলয়ংকৰী বানৰ কবলত শিৱসাগৰবাসী, মথাউৰি ভাঙি বানে বুৰাইছে ইখনৰ পিছত সিখন গাঁও
ETVBHARAT
3 weeks ago
0:54
সাগৰৰ পাৰত বালিৰে ১০০ খন ৰথ নিৰ্মাণ কৰিলে বলুকা শিল্পী সুদৰ্শন পাটনায়কে
ETVBHARAT
4 weeks ago
1:32
জোনাইৰ বানাক্ৰান্ত ৰাইজলৈ সহায়ৰ হাত ধেমাজিৰ স্বেচ্ছাসেৱী সংগঠনৰ
ETVBHARAT
4 weeks ago
1:35
আৰক্ষী বুলি পৰিচয় দিয়া সকলোকে বিশ্বাস নকৰিব !
ETVBHARAT
4 weeks ago
0:57
নগাঁৱৰ কামপুৰত বন্যহস্তীৰ উপদ্ৰৱ
ETVBHARAT
4 weeks ago
2:21
কলিয়াবৰত উপদ্ৰৱ চলাই কুঁৱাত পৰিল বনৰীয়া হাতী
ETVBHARAT
5 weeks ago
2:23
যোৰহাটত পুনৰ পিঞ্জৰাত সোমাল বনৰজা, সাতদিনত তিনিটাকৈ নাহৰফুটুকী উদ্ধাৰ
ETVBHARAT
5 weeks ago
1:39
তিতাবৰত নৃশংস হত্যাকাণ্ড, আৰক্ষীৰ জালত হত্যাকাৰী কুশ
ETVBHARAT
5 weeks ago
1:50
ঘটি-লোতাসহ ধৰা পৰিল পাঁচ গভাইত চোৰ, বৃহৎ পৰিমাণৰ কাঁহ-পিতলৰ সামগ্ৰী জব্দ
ETVBHARAT
6 weeks ago
1:18
ফৰ্মেলিনভৰ্তি টেংকাৰ দুৰ্ঘটনাগ্ৰস্ত, জাতিংগা নদীৰ পানী ব্য়ৱহাৰ নকৰিবলৈ আহ্বান
ETVBHARAT
6 weeks ago
3:00
মৃত্যু নে হত্যা ! গৃহৰক্ষী জোৱানৰ ৰহস্যজনক মৃত্যু
ETVBHARAT
7 weeks ago
4:52
কামাখ্যাত যোগাভ্যাস প্ৰদৰ্শনেৰে যোগ দিৱস পালন সাধু-সন্তৰ
ETVBHARAT
7 weeks ago
2:25
বজ্ৰপাতে প্ৰাণ ল'লে বিএছএফ জোৱানৰ, তিনিচুকীয়াত শোকৰ ছাঁ
ETVBHARAT
2 months ago
1:14
ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পৰিল ৰাইজ
ETVBHARAT
3 months ago
1:35
ফলাফলৰ পূৰ্বে বিৰোধীৰ চৰকাৰ গঠনৰ দাবী, কিন্তু চূড়ান্ত ফলাফলত সকলো বিপৰীত: বিশ্বজিৎ ফুকন
ETVBHARAT
3 months ago
1:50
তিতাবৰত বিদ্যুৎস্পৃষ্ট হৈ এপিডিচিএলৰ কৰ্মচাৰীৰ মৃত্যু
ETVBHARAT
4 months ago
4:11
মুখ্যমন্ত্ৰীক সমালোচনা কংগ্ৰেছ প্ৰাৰ্থী জগদীশ মদাহীৰ, মনোনয়ন দাখিল কৰিলে নৱ কুমাৰ শৰণীয়াইও
ETVBHARAT
5 months ago
6:07
বিধ্বস্ত যাতায়াত ব্যৱস্থাই যমৰ যাতনা ভোগাইছে জোনাইবাসীক
ETVBHARAT
5 months ago
3:23
অসমৰ খিলঞ্জীয়াক আগ্ৰাসনৰ পৰা সুৰক্ষা, সৰ্বাংগীন বিকাশ আমাৰ লক্ষ্য : জয়ন্ত মল্লবৰুৱা
ETVBHARAT
5 months ago
1:00
প্ৰিয় দাদাৰ ছবি চাই সহিব নোৱাৰিলে দুখ; অসুস্থ জুবিন গাৰ্গৰ ভাতৃসম অৰুণ গাৰ্গ
ETVBHARAT
10 months ago
Comments