Skip to playerSkip to main content
  • 1 week ago
ধেমাজি: ধেমাজি জিলাৰ স্বেচ্ছাসেৱী সংগঠন চেড', নৰ্থ ষ্টাৰ ক্লাৱ আৰু চান বাৰ্ড ট্ৰাষ্টে গ্ৰহণ কৰিছে আদৰণীয় পদক্ষেপ ৷ জোনাইৰ দিখাৰী আৰু লেকো নদীৰ বানত সৰ্বস্বান্ত ৰাইজক কিঞ্চিৎ সকাহ দিয়াৰ উদ্দেশ্যৰে কেইবাটাও স্বেচ্ছাসেৱী সংগঠনে বানাক্ৰান্ত ৰাইজৰ মাজত খাদ্যসামগ্ৰী বিতৰণ কৰে ৷ শনিবাৰে চেড', নৰ্থ ষ্টাৰ ক্লাৱ আৰু চান বাৰ্ড ট্ৰাষ্টৰ উদ্যোগত আৰু আয়েশা ট্ৰাষ্টৰ সহযোগত জোনাইৰ বানাক্ৰান্ত ৰাইজৰ মাজত বিভিন্ন খাদ্য সামগ্ৰী বিতৰণ কৰা হয় ৷এই সন্দৰ্ভত স্বেচ্ছাসেৱী সংগঠন চেড’ৰ সচিৱ নৱজ্যেতি দত্তই কয়,"জোনাইৰ ৩২খন বানাক্ৰান্ত গাঁৱৰ ২,৪০০ বন্যাৰ্ত পৰিয়ালৰ মাজত চাউল, দালি, আলু, নিমখ, মিঠাতেল, চাবোন, চেনিটেৰী পেড আদি সামগ্ৰী বিতৰণ কৰা হয় ৷ ইতিমধ্যে ধেমাজি উন্নয়ন খণ্ডৰ অধীনৰ বানত ক্ষতিগ্ৰস্ত কেইবাখন গাঁৱৰ মাজতো এই সাহাৰ্য বিতৰণ কৰা হ'ব ৷"লগতে পঢ়ক: এইবাৰ ক'লা পোচাক পিন্ধি বিধানসভা চৌহদত বিধায়ক অখিল-মেহবুব

Category

🗞
News
Transcript
00:00Hello, my name is LR. I'm also here to tell you, my name is LR. I have no idea that
00:07I am at the same time.
00:09I have no idea what it is, it is the expectation that I have been in the 800-800 million.
00:42Thank you very much.
01:12Thank you very much.
01:21Thank you very much.
Comments

Recommended